Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Orissa High Court:২৭ সপ্তাহৰ অন্তঃসত্ত্বা ! ১৩ বছৰীয়া ‘ধর্ষিতা’ক গর্ভপাতৰ অনুমতি দিলে উৰিষ্যাৰ উচ্চ ন্যায়ালয়ে

publisher by publisher
March 5, 2025
in India
Reading Time: 2 mins read
0
Orissa High Court:২৭ সপ্তাহৰ অন্তঃসত্ত্বা ! ১৩ বছৰীয়া ‘ধর্ষিতা’ক গর্ভপাতৰ অনুমতি দিলে উৰিষ্যাৰ উচ্চ ন্যায়ালয়ে
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

মেক্সিকোত মহিলাৰ কোলালৈ আহিল ‘এআই’ নিৰ্দেশত নৱজাতক

Orissa High Court ২৭ সপ্তাহৰ অন্তঃসত্ত্বা! ১৩ বছৰীয়া ‘ধর্ষিতা’ক গর্ভপাতৰ অনুমতি দিলে উৰিষ্যা উচ্চ ন্যায়ালয়ে

Kiara Advani Pregnancy:‘জীৱনৰ শ্ৰেষ্ঠ উপহাৰ’, মাতৃ হ’বলৈ ওলাইছে কিয়াৰা আদৱানী

Orissa High Court:

ধৰ্ষণৰ ফলত অন্তঃসত্ত্বা হ’ল এগৰাকী ১৩ বছৰীয়া কিশোৰী। প্ৰায় সাত মাহ গৰ্ভধাৰণৰ পাছত তাইক গভৰ্পাতৰ অনুমতি দিলে উৰিষ্যাৰ উচ্চ ন্যায়ালয়ে। আদালতে জনাইছে যে নাবালিকা গৰাকীৰ বিভিন্ন জটিল ৰোগ আছে । এই পৰিস্থিতিত তেওঁৰ প্ৰসৱও যথেষ্ট বিপদজনক। ফলস্বৰূপে গৰ্ভপাতৰ আশংকা থকা স্বত্বেও তাইক গৰ্ভপাতৰ অনুমতি দিয়া হৈছে।

ADVERTISEMENT

সংবাদ সংস্থা পিটিআইৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে ওড়িশাৰ কান্ধমাল জিলাত। যোৱা বছৰ অনুসূচিত জনজাতিৰ নাবালিকাগৰাকীক একাধিকবাৰ ধৰ্ষণ কৰিছিল স্থানীয় এজন যুৱকে। এই বিষয়ে নৱালিকাগৰাকীয়ে ভয়তে কাকো কোৱা নাছিল। কিন্তু ধৰ্ষণৰ ফলস্বৰূপে কিশোৰীগৰাকী গৰ্ভৱতী হৈ পৰে। যেতিয়া কিশোৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে, পৰিয়ালটোৱে চিকিৎসকৰ কাষ চাপে ।

তাৰ পাছতে কিশোৰীগৰাকী ছয় মাহৰো অধিক সময় ধৰি গৰ্ভৱতী হোৱা বুলি জনা যায় । যি গৰ্ভপাত আইনৰ দ্বাৰা নিৰ্ধাৰিত ২৪ সপ্তাহৰ সীমা অতিক্ৰম কৰে। সাধাৰণতে গৰ্ভপাত আইন অনুসৰি গৰ্ভধাৰণৰ ২০ সপ্তাহৰ পাছত গৰ্ভপাত কৰিবলৈ আদালতৰ অনুমতিৰ প্ৰয়োজন হয়। আদালতৰ মতে, সংবিধান অনুসৰি বিশেষ ক্ষেত্ৰত নিৰ্ধাৰিত সময়ৰ পাছতো আদালতে গৰ্ভপাতৰ অনুমতি দিব পাৰে।

এই ক্ষেত্ৰত, কিশোৰীগৰাকী যৌন নিৰ্যাতনৰ বলি। তাইৰ বিভিন্ন স্বাস্থ্য সমস্যা যেনে ৰক্তহীনতা আৰু মৃগীৰোগ আছে, যাৰ ফলত প্ৰসৱত জটিলতা হ’ব পাৰে।গতিকে তাইক গৰ্ভপাত কৰিবলৈ অনুমতি দিয়া হ’ল।

ন্যায়াধীশ এছ কে পানীগ্ৰাহীয়ে উৰিষ্যা উচ্চ ন্যায়ালয়ত গোচৰটোৰ শুনানি কৰে । তেওঁৰ কয়, বলপূৰ্বকভাৱে সন্তান জন্ম দিলে সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত তেওঁৰ মৌলিক অধিকাৰ খৰ্ব হ’ব। ন্যায়াধীশ গৰাকীয়ে ৰায়দানৰ সময়ত মহিলাৰ প্ৰজনন অধিকাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Abortion allowedOrissa High CourtPregnancyTeenage Girl
publisher

publisher

Related Posts

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক
India

August 20, 2026
নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য
India

নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

August 20, 2026
‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’
India

‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

August 20, 2026
ইউপিএছচিক চাওক, কোনো সমস্যা নোহোৱাকৈ এই পৰীক্ষা পৰিচালিত হৈছে

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d