Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Pregnant Woman asks doctors to deliver her baby on the opening day of the Ram Temple:ৰাম মন্দিৰ মুকলিৰ দিনা সন্তান প্ৰসৱৰ বাবে চিকিৎসকক অনুৰোধ মহিলাৰ

publisher by publisher
January 20, 2024
in India, News
Reading Time: 2 mins read
0
Pregnant Woman asks doctors to deliver her baby on the opening day of the Ram Temple:ৰাম মন্দিৰ মুকলিৰ দিনা সন্তান প্ৰসৱৰ বাবে চিকিৎসকক অনুৰোধ মহিলাৰ
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

ৰাম মন্দিৰৰ ১৫ কিলোমিটাৰ ব্যাসাৰ্ধত আমিষ খাদ্য আৰু সুৰা ডেলিভাৰিত সম্পূৰ্ণ নিষেধাজ্ঞা

Ayodhya Ram Temple:অযোধ্যাৰ মন্দিৰৰ ওপৰত ৰহস্যময় ড্ৰ’ন !

BJP Sends Large Donor To Ram Temple To Rajya Sabha:ৰাম মন্দিৰৰ বাবে দিছিল বৃহৎ দান

Pregnant Woman asks doctors to deliver her baby on the opening day of the Ram Temple:

২২জানুৱাৰী সোমবাৰে উত্তৰ প্ৰদেশৰ অযোধ্যাত নির্মাণ কৰা ৰাম মন্দিৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব। উক্ত দিনা মন্দিৰত ৰামলালাৰ প্ৰাণ প্রতিষ্ঠা কৰা হ’ব। ২২ জানুৱাৰীৰ বাবে ইতিমধ্যে অযোধ্যাক সজাই পৰাই আটকধুনীয়া কৰি তোলা হৈছে।

ADVERTISEMENT

ৰাম মন্দিৰ মুকলিৰ এই দিনটো হিন্দু সম্প্রদায়ৰ লোকৰ বাবে অতি পবিত্র বিবেচিত হৈছে। ইতিমধ্যে দেশৰ বিভিন্ন অঞ্চলৰ পৰা বহু ভক্তপ্রাণ লোকে অযোধ্যাত উপস্থিত হৈছে। অৱশ্যে মন্দিৰ মুকলিৰ অনুষ্ঠানত কেবল নিমন্ত্রণ লাভ কৰা ব্যক্তিয়েহে অংশ ল’ব পাৰিব।

২২ জানুৱাৰীত হ’ব লগা ৰাম উৎসৱৰ দিনটোত দেশৰ বহু গর্ভৱতী মহিলাই নিজৰ ঘৰতো ৰামৰ আগমন হোৱাটো বিচাৰিছে। এনে মহিলাই ৰামৰ পুনৰ আগমনৰ দিনটোতে সন্তান জন্ম দিব বিচাৰিছে। দৰাচলতে একাংশ গর্ভবতী মহিলাই সন্তান প্ৰসৱৰ বাবে ২২ জানুৱাৰীৰ দিনটোক অতি শুভ গণ্য কৰি চিকিৎসকৰ দ্বাৰস্থ হৈছে।

ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ বাতৰিত উল্লেখ কৰা মতে, উত্তৰ প্ৰদেশৰে নহয়; আন আন বহু ৰাজ্যৰ বাসিন্দা গর্ভৱতী মহিলাই ৰাম মন্দিৰ উদ্বোধনৰ দিনা সন্তান জন্ম দিব বিচাৰিছে। পুত্রই হওক বা কন্যা, ২২ জানুৱাৰীত সন্তান প্রসৱ কৰি সেই সন্তানক ৰাম বা সীতাৰ দৰে ঘৰলৈ নিব বিচাৰিছে একাংশ মহিলাই।

দিল্লী, মুম্বাই, কলকাতা, বাৰাণসী, লক্ষ্ণৌ, প্রয়াগৰাজ, ইণ্ডোৰ, চেন্নাই আদিৰ একাংশ গর্ভৱতী মহিলাই নির্দিষ্ট সময়ৰ পূর্বে বামৰ আগমনৰ দিনাই সন্তান জন্ম দিবলৈ বিচাৰিছে। এইসকল মহিলাই চিজাৰিয়ান অস্ত্রোপচাৰৰ জৰিয়তে গর্ভস্থ সন্তানক ২২ জানুৱাৰীত জন্ম দিবলৈ চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিছে।

ইণ্ডোৰৰ চিকিৎসক সুমিত্রা যাদৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি, তেওঁৰ স’তে বহু গর্ভৱর্তী মহিলাই যোগাযোগ কৰি ২২ জানুৱাৰীত সন্তান জন্ম দিবলৈ বিচাৰিছে। এইসকল ৰামভক্ত মহিলাই ডাঃ যাদৱৰ আগত নিজৰ মনোকামনাৰ কথা
প্রকাশ কৰি কৈছে যে অযোধ্যালৈ ৰাম অহাৰ দিনাই তেওঁলোকে নিজৰ ঘৰলৈ ৰাম বা সীতাৰ আগমন হোৱাটো বিচাৰিছে।

অৱশ্যে চিকিৎসকগৰাকীয়ে জনোবা অনুসৰি, গর্ভৱতী মহিলাৰ সম্পূর্ণ স্বাস্থ্য পৰীক্ষাৰ পাছত প্রয়োজন হ’লেহে চিজাৰিয়ান পদ্ধতিৰে সন্তান জন্ম দিয়া হয়। একাংশ মহিলা আৰু তেওঁৰ স্বামীয়ে চিকিৎসকক ২২ জানুবাৰীত চিজাৰিয়ান পদ্ধতিৰে সন্তান জন্ম দিয়াৰ বাবে হেঁচাও প্রয়োগ কৰা বুলি ডাঃ যাদৱে কয়।

২২ জানুৱাৰী চলিত বৰ্ষৰ সবাতোকৈ শুভ দিন হিচাপে বিবেচিত হোৱা বাবেও একাংশ লোকে এই দিনটোত বিবাহ সম্পন্ন কৰাবলৈকো সাজু হৈছে।

চিকিৎসকে জনোৱা অনুসৰি, আজি-কালি বহু মহিলাই স্বাভাৱিক প্ৰসৱৰ পৰিৱর্তে চিজাৰিয়ান অস্ত্রোপচাৰৰে গর্ভস্থ সন্তানক জন্ম দিব বিচাৰে। গৰ্ভধাৰণৰ পাছতে চিকিৎসকৰ প্ৰথম পৰামৰ্শ লোৱাৰ সময়তে একাংশ মহিলাই চিজাৰিয়ান পদ্ধতিৰে সন্তান জন্ম দিয়াৰ পৰিকল্পনাৰ কথা চিকিৎসকক অবগত কৰে।

কিন্তু ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰাক মুহূর্তত এতিয়া গর্ভৱতী একাংশ মহিলাই নিজৰ ঘৰলৈ ৰাম বা সীতাক আদৰি আনিবলৈ পৰিকল্পনা গ্রহণ কৰি চিকিৎসকৰ দ্বাৰস্থ হৈ গর্ভস্থ সন্তানক চিজাৰিয়ান অস্ত্ৰোপচাৰৰ জৰিয়তে জন্ম দিবলৈ বিচাৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: asks doctorsAyodhya Ram Templedeliver her babyon the opening daypregnant woman
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d