Drugs Paddlar Arrested In Morigaon:মৰিগাঁৱৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ড্রাগছসহ আটক সৰবৰাহকাৰীক

paddlar

Drugs Paddlar Arrested In Morigaon:

ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে মৰিগাওঁ আৰক্ষীয়ে ৷ ইয়াৰ মাজতে যোৱা নিশা মৰিগাঁও আৰক্ষীয়ে গোপনসূত্ৰৰ পমখেদি দাঁতিয়ালবৰীত অৰ্তকিতে অভিযান চলাই ৪০টা ড্ৰাগছভর্তি কণ্টেইনাৰ সহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

ধৃত সৰবৰাহকাৰীটো দাঁতিয়ালবৰীৰ মতিবুৰ ৰহমান ৷ মতিউৰৰ ঘৰৰ পৰাই উদ্ধাৰ কৰে উল্লিখিত ড্ৰাগছখিনি ৷

Exit mobile version