Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অনলাইন যোগে ভুৱা একাউণ্টৰ জৰিয়তে আনৰ নামত ঋণ লৈ লাখ লাখ টকা আত্মসাৎ চাইবাৰ অপৰাধীৰ

publisher by publisher
August 20, 2020
in Assam, News
Reading Time: 1 min read
0
অনলাইন যোগে ভুৱা একাউণ্টৰ জৰিয়তে আনৰ নামত ঋণ লৈ লাখ লাখ টকা আত্মসাৎ চাইবাৰ অপৰাধীৰ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Cyber Crime:কুখ্যাত দুই চাইবাৰ অপৰাধীক আটক কামৰূপৰ টুপামাৰীত

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

আপোনাৰ ওচৰলৈ বাৰু পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ লিংক কৰিবৰ বাবে কোনো ব্যক্তি আহিছে নেকি? তেন্তে আপুনি সাৱধান হওঁক । পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ লিংক কৰাৰ সুবিধা পালে চাইবাৰ অপৰাধীয়ে আপোনাৰ তথ্য চুৰি কৰি আপোনাৰ নামত লাখ লাখ টকা ঋণৰ টকা সৰকাই আপোনাক সৰ্বস্বান্ত কৰিব পাৰে ।

ADVERTISEMENT

আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ডৰ লিংক কৰাৰ প্ৰলোভন দি সাধাৰণ লোকক বলি শালৰ পঠা সজোৱাৰ ভয়ানক জাল পেলাই চাইবাৰ অপৰাধীয়ে কোটি টকা সৰকোৱাৰ এক ভয়ংকৰ তথ্য মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীৰ তদন্তত ফাদিল হৈছে । গ্ৰেপ্তাৰ হৈছে পাঁচজনকৈ দুধৰ্ষ চাইবাৰ অপৰাধী । মৰিগাওঁ জিলাৰ লাহৰীঘাট, মৈৰাবাৰী, ভূৰাগাঁও আদি অঞ্চলত সম্প্ৰতি চলিছে চাইবাৰ অপৰাধীৰ দপদপনি ।

এদিনতে লাখ লাখ টকা লুণ্ঠন কৰি সোণৰ কাৰেং সজোৱাৰ সপোন দেখা তেনে পাঁচ অপৰাধীৰ স্বীকাৰোক্তিত ফাদিল হৈছে বহু ভয়ংকৰ তথ্য । সহজ সৰল লোকক পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ লিংক কৰিব বুলি আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ ফটো কপি সংগ্ৰহ কৰি উক্ত তথ্যৰ সহায়ত অনলাইনতে ভুৱা একাউণ্ট খুলি অথবা নিৰক্ষৰ লোকৰ নামত একাউণ্ট খুলি অনলাইন যোগে ঋণৰ আবেদন কৰি ধৃত পাঁচ অপৰাধীয়ে কোটি কোটি টকা আত্মসাৎ কৰিছিল বিদেশী বিত্তীয় প্ৰতিষ্ঠানৰ পৰা । বিনিময়ত ধাৰুৱা হ’ল একাংশ সাধাৰণ লোক।

পাঁচ অপৰাধীয়ে দিয়া স্বীকাৰোক্তিৰ মতে আপোনাৰ নামতো ঋণ সৰকাই নিব পাৰে এনে চাইবাৰ অপৰাধীয়ে । CASH MAP, OK CASH, STAR LOAN, RUPEE BOX আদি বিশেষ এপ’ৰ সহায়ত এনে ঋণৰ বাবে অনলাইনত আবেদন কৰিব পাৰি। আবেদন কৰাৰ ৩৬ ঘণ্টাৰ ভিতৰত আবেদকে লাভ কৰে ঋণৰ টকা। নিম্নতম এক হাজাৰৰ পৰা ৬৫ – ৭৫ হাজাৰ পৰ্যন্ত হব পাৰে এনে ঋণ ।

আনৰ পেন কাৰ্ড আধাৰ কাৰ্ড আৰু ভুৱা ফটো দি এনেদৰে খুলা একাউণ্টত ঋনৰ টকা সোমোৱা মাত্ৰকে লাভ কৰে অ টি পি। আৰু তাৰ পাছতে নিজৰ paytmৰ সহায়ত উক্ত একাউণ্টৰ পৰা নিজা একাউণ্টলৈ চাইবাৰ অপৰাধী কেইটাই ট্ৰেন্সফাৰ কৰিছিল লাখ লাখ টকা। চাইবাৰ অপৰাধী চক্ৰটোৱে গুৱাহাটীৰ একাংশ বেংক শাখাৰ লগতে আন আন বেংকতো অনলাইনত খুলিছিল এনে বহু একাউণ্ট । মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পাঁচটা অপৰাধী ক্ৰমে ক্ৰমে লাহৰীঘাট থানা এলেকাৰ ভূঞাবাৰী পামৰ ছাহিমুল ইছলাম (২৪), ভূঞাবাৰী পথাৰৰ ইনজামুল ইছলাম (২৪), তিনিচুকীয়া মহমাৰাৰ জিয়াউৰ ৰহমান (২২), বৰবড়ীৰ ৰিয়াবুৰ ইছলাম (১৯) আৰু চুহেল আহমেদ ।

এই পাঁচোটা অপৰাধীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে অসংখ্য পেন কাৰ্ড, আধাৰ কাৰ্ড, এ টি এম, চিম কাৰ্ড, লেপটপ, ১৫টা মবাইল ছেট, দুটা SWIP মেচিন, ডেৰ লাখ টকাৰ লগতে এক্সিচ বেংক, কোটাক বেংক, বন্ধন বেংক, ইউ বি আই আদিৰ অসংখ্য চেক, একাউণ্ট নম্বৰ ইত্যাদি । মৈৰাবাৰী আৰক্ষীয়ে পাঁচ অপৰাধীৰ বিৰুদ্ধে মৈৰাবাৰী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 120( B)/419/420/468/471/409/ 34 ধাৰাত 444/20 নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি আটাইকেইটাকে জেল হাজোতলৈ প্ৰেৰণ কৰাৰ বিপৰীতে আৰু অধিক অপৰাধীক কৰায়ত্ব কৰিবৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।

ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে ন ন তথ্য । আমাৰ হাতত পৰা তথ্য মতে পাঁচ অপৰাধী আৰক্ষীৰ জালত পৰা মাত্ৰকে সন্দেহজনক বহুকেইজন লোকে ঘৰ এৰি পলায়ন কৰিছে । এই পাঁচ অপৰাধীৰ ওপৰিও বহু সংখ্যক লোকে এই বেপাৰ চলাই তলাবন্ধৰ সময়চোৱাত কোটি টকাৰ মালিক হবলৈ সক্ষম হৈছে ।

আৰক্ষীৰ তদন্ত সঠিক বাটে চলিলে কেৱল লাহৰীঘাটতে নহয় মৈৰাবাৰী আৰু ভূৰাগাঁও থানাৰ অন্তৰ্গত বহু স্হানতে যে বহু সংখ্যক এনে অপৰাধী জালত পৰিব সেয়া নিশ্চিত । মাজ বাটতে তদন্তৰ গতি মন্হৰ নহ’লে মৰিগাঁও আৰক্ষীয়ে এই চক্ৰটোক পুলিয়ে পোখাই উৎখাত কৰিবলৈ যে সক্ষম হ’ব সেয়া নিশ্চিত । অৱশ্যে তদন্তই কেনে ৰূপ লয় সেয়া সময়ে ক’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCyber CrimeMORIGAON
publisher

publisher

Related Posts

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d