England:হঠাৎ ব্রিটেইনৰ নিৰ্বাচন ঘোষণা, চাৰি জুলাইত অনুষ্ঠিত হ’ব ভোটগ্রহণ

england

England:

জল্পনাৰ অৱসান ঘটাই সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা হ’ল ব্রিটেইনত। অহা চাৰি জুলাইত দেশখনত সাধাৰণ নির্বাচন অনুষ্ঠিত হ’ব। প্রধানমন্ত্রী হিচাপে প্ৰথমবাৰ ভোটদাতাৰ সন্মুখীন হ’ল ঋষি ছুনাক। জৰুৰী ভিত্তিত আহ্বান জনোৱা মন্ত্রীসভাৰ বৈঠকৰ পাছতে যোৱা নিশা এই সিদ্ধান্তৰ কথা ঘোষণা কৰিলে ছুনাক চৰকাৰে।

চুনাকে সদৰী কৰা অনুসৰি সম্রাট তৃতীয় চাৰ্লছৰ অনুমতি গ্রহণ কৰি ব্রিটেইনত সাধাৰণ নিৰ্বাচনৰ দিন স্থিৰ কৰা হ’ল। বিগত এক দশকৰো অধিক ধৰি ব্রিটেইনৰ ক্ষমতাত আছে ছুনাকৰ কনজাৰভেটিভ পার্টি

Exit mobile version