Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Rishi Sunak : মিঠাইৰ প্রতি বিশেষ আসক্তি ব্রিটেইনৰ সর্বকনিষ্ঠ প্রধানমন্ত্রী ছুনকৰ !

ঋষি ছুনকৰ নিত্য খাদ্য তালিকাত আৰু কি কি থাকে ?

publisher by publisher
October 26, 2022
in International, News
Reading Time: 2 mins read
0
Rishi Sunak : মিঠাইৰ প্রতি বিশেষ আসক্তি ব্রিটেইনৰ সর্বকনিষ্ঠ প্রধানমন্ত্রী ছুনকৰ !
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

Rishi Sunak :

লিজ ট্রাসৰ পাছত ব্রিটেইনৰ ইতিহাসত সর্বকনিষ্ঠ প্রধানমন্ত্রীৰ আসনত অধিষ্ঠিত হয় ভাৰতীয় বংশোদ্ভুত ৰাজনীতিক ঋষি ছুনক । । ২৮ অক্টোবৰ, শুকুৰবাৰে প্রধানমন্ত্রী পদত শপতগ্রহণ কৰিব তেওঁ ।

ADVERTISEMENT

চলিত বছৰত অতিমাৰীৰ নিয়ম ভংগ কৰি বাৰে বাৰে পার্টিৰ আয়োজনৰ অভিযোগ উত্থাপনৰ পাছৰ পৰা ‘বেকফুট’ত আছিল ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছন । তেওঁৰ নিজৰ কনজাৰভেটিভ পার্টিৰ সদস্যসকলৰ একাংশও বিচাৰিছে তেওঁ ব্রিটিছ প্রধানমন্ত্রীৰ পদৰ পৰা পদত্যাগ কৰাতো । এনে পৰিস্থিতিত ঋষি ছুনকৰ নাম বাৰে বাৰে পৰৱর্তী প্রধানমন্ত্রীৰূপে উত্থাপিত হৈছিল । সেইটোৱে সত্য হয় অৱশেষত ।

ছুনকৰ মাতৃ ফার্মাচিষ্ট । পিতৃ চিকিৎসক । পৰৱর্তী জীৱনত ইনফ’ছিছ কর্তা নাৰায়ণ মূর্তিৰ কন্যা অক্ষতা মূর্তিক বিয়া কৰে ছুনকে । দুই কন্যা কৃষ্ণা আৰু অনুষ্কাক লৈ সুখৰ সংসাৰ ঋষি-অক্ষতাৰ ।

ৰাজনৈতিক পৰিকল্পনাৰ পৰা ব্যক্তিগত জীৱন — একো বাহিৰত প্ৰকাশ পাবলৈ নিদিয়ে তেওঁ । সকলো আঁৰত ৰাখে । দীপাৱলীৰ সন্ধিয়া সুখবৰ অহাৰ পাছত সমগ্ৰ দেশে উত্তেজিত হৈছে অথচ যাক লৈ এই উত্তেজনা, তেওঁৰ নিৰুত্তাপ আৰু ভাবলেশহীন চকু-মুখে অবাক কৰিছে অনেককেই । উৎসৱৰ সময়তে এনে সুখবৰ — মুখ মিঠা কৰিবলৈ কি কৰিলে তেওঁ ?

সুখবৰত ছুনকে মুখ মিঠা কৰিছে নে নাই, সেয়া অৱশ্যে জানিব পৰা নাই । প্ৰাপ্ত তথ্য অনুসৰি, ছুনকে মিঠা খাই ভাল পায় । তেওঁৰ ‘ছুইট টুথ’ আছে বুলিও জানিব পৰা গৈছে ।

এক আন্তর্জাতিক সংবাদমাধ্যমক দিয়া সাক্ষাৎকাৰত জনাইছিল ছুনকে । অৱশ্যে তেওঁৰ পছন্দৰ তালিকাত ৰচগোল্লা, সন্দেছ, বুন্দিয়া-ভুজিয়া নাই । তেওঁ জনাইছিল, এক প্ৰকাৰৰ মেক্সিকান শীতল পানীয় তেওঁৰ প্ৰিয় খাদ্য । কুঁহিয়াৰৰ ৰসেৰে প্ৰস্তুত কৰা চেনিৰে তৈয়াৰ কৰা হয় এই পানীয় ।

ভাৰতীয় বংশোদ্ভুতগৰাকীয়ে কয়, মিঠাৰ প্রতি আসক্তিতো থাকিবই । ছুনকে কেক, কুকিজ, মাফিন, দালচেনি খাই ভাল পায় ।

৪২ বছৰ বয়সৰ ছুনক ক্ষীণ আৰু ওখ । মিঠাৰ প্রতি তেওঁৰ আসক্তি আছে যদিও অৱশ্যে তেওঁৰ চেহাৰাৰ কোনো মিল নাই । কাৰণ প্রতি দিনে যিমানে ব্যস্ত নাথাকক কিয়, ব্রিটেইনৰ এই প্রধানমন্ত্রীয়ে শৰীৰচর্চা কৰিব নাপাহৰে । নিজৰ যত্ন ল’বলৈ নিয়মিত শাৰীৰিক কচৰৎ কৰে ।

প্ৰাপ্ত তথ্য অনুসৰি, ছুনক সাধাৰণতে অতি স্বল্পাহাৰী । তেওঁৰ গোটেই দিনটোৰ খাদ্য তালিকাত কেৱল এটা আপেল আৰু কিছু কাজুবাদাম থাকে ।

সুস্থ আৰু সৱল থাকিবলৈ ছুনকে সপ্তাহত এদিন উপবাসত থাকে । হ’ভিছ বীজৰ ৰুটিও থাকে তেওঁৰ খাদ্যত । নিজৰ যত্ন লোৱাৰ লগতে পৰিয়ালৰ ‘স্বাস্থ্যমন্ত্রী’ তেওঁ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: FoodindiaNew pmRishi SunakUnited Kingdom
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d