Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Israel threatens to destroy Iran:আক্রমণ বন্ধ নকৰিলে ইৰানক ছাৰখাৰ কৰাৰ হুংকাৰ ইজৰাইলৰ

আক্ৰমণৰ সম্পর্কত ট্রাম্পলৈ ফোন নেতানিয়াহুৰ ,অধিক জটিল হোৱাৰ আশংকা পশ্চিম এছিয়াৰ পৰিস্থিতি,মার্কিন-ব্ৰিটিছ-ফৰাচী সামৰিক ঘাটিতো আক্ৰমণৰ ভাবুকি ইৰানৰ

publisher by publisher
June 15, 2025
in News, International
Reading Time: 3 mins read
0
Israel threatens to destroy Iran:আক্রমণ বন্ধ নকৰিলে ইৰানক ছাৰখাৰ কৰাৰ হুংকাৰ ইজৰাইলৰ
1
SHARES
11
VIEWS
ShareShareShareShare

Israel threatens to destroy Iran:

অত্যাধুনিক প্ৰতিৰক্ষা বেহু ভেদ কৰি ইৰানে শুকুৰবাৰে নিশাৰ পৰা শনিবাৰে পুৱালৈ কৰা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ প্ৰতিশোধকল্পে প্রত্যাক্ৰমণৰে দেশখন ছাৰখাৰ কৰাৰ হুংকাৰ দিছে ইজৰাইলে। ইৰানে ক্ষেপণাস্ত্র নিক্ষেপ শীঘ্রে বন্ধ নকৰিলে ভয়ংকৰ প্ৰত্যাক্ৰমণ কৰা হ’ব বুলি সকীয়াই দিয়ে ইজৰাইলী প্ৰতিৰক্ষা মন্ত্রী ইজৰায়েল কাটজে।

ADVERTISEMENT

যুদ্ধ পৰিস্থিতিৰ মাজতে আজি ইজৰাইলী সামৰিক বাহিনীৰ শীৰ্ষ বিষয়াবৰ্গৰ স’তে এক আলোচনাত মিলিত হয় প্ৰতিৰক্ষা মন্ত্রী কাটজে। এই বৈঠকত তেওঁ স্পষ্ট কৰি দিয়ে যে ইৰানৰ আক্ৰমণ অব্যাহত থাকিলে ইজৰাইল নীৰৱ হৈ নাথাকে। ইৰানৰ সর্বোচ্চ ধর্মীয় নেতা আয়ুতুল্লাহ আলী খামেইনিকো সকীয়াই দি ইজৰাইলী প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয়, ‘খামেইনিয়ে যদি ইজৰাইলত আক্ৰমণ অব্যাহত ৰাখে, তেন্তে তেহৰানক জুলাই ছাৰখাৰ কৰা হ’ব।’

RelatedPosts

আমেৰিকাৰ ৰেহাই, ৰাছিয়াৰ তেললৈ ভাৰতৰ ডাঙৰ পদক্ষেপ—৩০ মিলিয়ন ব্যাৰেল ক্ৰুড ক্ৰয়

ইৰাকত তেল টেংকাৰত আক্ৰমণ, শান্তিৰ বাবে তিনিটা চৰ্ত ৰাখিলে ইৰানে

ইজৰাইলী এয়াৰ ষ্ট্ৰাইকত কঁপি উঠিল তেহৰান

খামেইনিক ইৰানৰ একনায়ক বুলি সমালোচনা কৰি ইজৰাইলী প্ৰতিৰক্ষা মন্ত্রী কাটজে আৰু কয়, ‘ইৰানৰ একনায়কজনৰ বাবে দেশখনৰ নাগৰিকসকল বিপদৰ সন্মুখীন হৈছে।’ খামেইনিয়ে মাচুল ভৰিবলৈ বাধ্য হ’ব বুলিও তেওঁ সকীয়াই দিছে। ইপিনে, কালি পুৱতি নিশা ইজৰাইলী বাহিনীয়ে ইৰানত বোমাবর্ষণ কৰাৰ প্ৰাকমুহূৰ্তত বৃহস্পতিবাৰে দেশখনৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ ফোন কৰে।

দুয়োৰে মাজত দীর্ঘ সময় ধৰি বাৰ্তালাপ চলে। সেই সূত্রে ইজৰাইলৰ ইৰান আক্ৰমণৰ বিষয়ে পূর্বেই অৱগত হয় বুলি মার্কিন ৰাষ্ট্ৰপতিয়ে দাবী কৰিছে। অৱশ্যে ট্রাম্পে ইৰান আক্ৰমণত ইজৰাইলক সমর্থন দিছে। সূত্রই প্রকাশ কৰা অনুসৰি, মার্কিন ৰাষ্ট্ৰপতিৰে বাৰ্তালাপৰ সময়ত নেতানিয়াহুৱে কয়, ‘ইউৰেনিয়াম সমৃদ্ধিকৰণ বন্ধ কৰিবলৈ আপুনি ইৰানক ৬০ দিন সময় দিলে। আজি ইয়াৰ অন্তিম দিন। আমি আৰু অপেক্ষা কৰিব নোৱাৰো, আমি আত্মৰক্ষা কৰিম।’ ইজৰাইলী প্রধানমন্ত্রীজনৰ এই মন্তব্যৰ সঁহাৰি দি ট্রাম্পে কয়, ‘ইৰানক ইজৰাইলে আক্ৰমণ কৰিলে আমেৰিকাই কোনো বাধা নিদিয়ে।’

অৱশ্যে ইৰানক যুদ্ধত মার্কিন বাহিনীয়ে সহায় নকৰে বুলি ট্রাম্পে প্রকাশ কৰিছে। সংবাদ মাধ্যমৰ আগত ট্রাম্পে কয়, ‘কি চলিছে মই জানো। ইজৰাইলে এটা সফল অভিযান চলালে। মই ইৰানক কৈছিলো চুক্তি কৰাৰ বাবে তোমালোকৰ ওচৰত ৬০ দিন সময় আছে। ৬১ সংখ্যক দিনত ইজৰাইলে ইৰান আক্ৰমণ কৰে।’

# বাহৰেইনৰ পৰা কুৱেইটলৈ- ১৯ স্থানত আছে আমেৰিকান সেনা ঘাটি

পশ্চিম এছিয়াৰ পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা প্রবল হৈছে। ইজৰাইলক প্রত্যাক্ৰমণ কৰি থকাৰ সময়তে ইৰানে হুংকাৰ দিছে যে পশ্চিম এছিয়াত অৱস্থিত ব্রিটিছ, মার্কিন আৰু ফৰাচী সামৰিক ঘাটিকো আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ’ব। ইজৰাইলৰ বিৰুদ্ধে প্রত্যাঘাত বন্ধ কৰাৰ পৰিকল্পনা নাই বুলিও ইৰানী সেনাই স্পষ্ট কৰি দিছে। তাৰ পৰিৱৰ্তে পশ্চিম এছিয়াত থকা মার্কিন, ব্ৰিটিছ আৰু ফৰাচী সামৰিক ঘাটিত আক্ৰমণৰহে হুংকাৰ দিছে ইৰানৰ সামৰিক বাহিনীয়ে।

উল্লেখ্য যে পশ্চিম এছিয়া অঞ্চল (ইজিপ্তৰ লোহিত সাগৰৰ তীৰৱৰ্তী অঞ্চলসহ)ৰ কমেও ১৯টা স্থানত মার্কিন সামৰিক বাহিনী নিয়োজিত হৈ আছে। ইয়াৰে ১১টা স্থানত মার্কিন সামৰিক ঘাটি আছে। তদুপৰি অঞ্চলটোৰ আন কেতবোৰ স্থানতো মার্কিন সামৰিক বাহিনীৰ উপস্থিতি আছে। পশ্চিম এছিয়াত বাহৰেইন, ইজিপ্ত, ইৰাক, জর্দান, কুৱেইট, ছৌদি আৰব আৰু সংযুক্ত আৰব আমিৰশ্বাহীত মার্কিন সামৰিক ঘাটি আছে।

সম্প্রতি ইৰানে এই মার্কিন সামৰিক ঘাটিতো আক্ৰমণৰ হুংকাৰ দিছে। দেশখনৰ শীর্ষ সামৰিক সূত্ৰৰ উদ্ধৃতি দি ইৰানী সংবাদ মাধ্যমে প্রকাশ কৰা বাতৰি অনুসৰি, ‘সীমিত উত্তৰ’ (ইজৰাইলক প্রত্যুত্তৰ) ৰূপে লোৱা এই প্রত্যাক্রমণ অব্যাহত থাকিব। ইৰানৰ ওপৰত আক্রমণ অব্যাহত ৰখা আক্রমণকাৰীৰ অৱস্থা অতি বেদনাদায়ক হ’ব বুলিও দেশখনৰ সামৰিক বাহিনীয়ে হুংকাৰ দিছে।

উল্লেখ্য যে আন্তর্জাতিক নিষেধাজ্ঞা উলংঘা কৰি ইৰানে ইউৰেনিয়াম সমৃদ্ধিকৰণ অব্যাহত ৰখাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে দেশখনে ৬০ শতাংশ পর্যন্ত ইউৰেনিয়াম বিশুদ্ধিকৰণ সম্পন্ন কৰিলে। ইয়াক লৈ ক্ষুব্ধ হৈছে মার্কিন প্রশাসন। অৱশ্যে মার্কিন প্রশাসনৰ ৰঙা চকুলৈ ভ্রূক্ষেপ নকৰি ইৰানে পৰমাণু বোমা তৈয়াৰৰ উদ্দেশ্যে ইউৰেনিয়ামৰ বিশুদ্ধিকৰণ অব্যাহত ৰখাৰো হুংকাৰ দিছে।

এনে অৱস্থাতে ‘আত্মৰক্ষাৰ স্বাৰ্থৰ অজুহাতত যোৱা পুৱতি নিশা ইজৰাইলে ইৰানত ভয়াৱহ বিমান আক্রমণ সংঘটিত কৰে। এই বিমান আক্ৰমণত দেশখনৰ সশস্ত্র বাহিনীসমূহৰ সৰ্বাধিনায়ক মেজৰ জেনেৰেল মহম্মদ বাগেৰি,ৰিভ’ল্যুচনাৰী ক’পছ গাৰ্ডৰ মুৰব্বী জেনেৰেল হুছেইন ছালামিসহ তিনিজন সামৰিক মুৰব্বী, ছজন পৰমাণু বিজ্ঞানী আদিয়ে প্রাণ হেৰুৱায়। তদুপৰি ইজৰাইলী বিমান আক্ৰমণত বহুসংখ্যক সাধাৰণ ইৰানী লোকৰো মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ali KhameneiBenjamin NetanyahuIran-Israel war
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d