Crores of Rupees Recovered From Coal Businessman’s House:মাৰ্ঘেৰিটাত কয়লা ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ কোটি কোটি টকা

ৰণ লুংচাং নামৰ ব্যৱসায়ীৰ বাসগৃহত নিশা অভিযানত জব্দ ২কোটি ৯৯ লাখ টকা

note lidu

Crores of Rupees Recovered From Coal Businessman’s House:

মাৰ্ঘেৰিটাৰ এজন কয়লা ব্যৱসায়ীৰ বাসগৃহত আৰক্ষীৰ অৰ্তকিতে অভিযান। পুৱতি নিশা চলোৱা এই অভিযানত উদ্ধাৰ হয় প্ৰায় ২ কোটি ৯৯ লাখ টকা। ৰন লুংচাং নামৰ কয়লা ব্যৱসায়ীজনৰ ঘৰত উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ টকাখিনি।

ADVERTISEMENT

উল্লেখ্য যে,লিডু টিকক ৱেষ্ট মাইনিঙৰ অবৈধ কয়লাখনিত তিনি শ্রমিকৰ মৃত্যু হোৱা বহুচৰ্চিত ঘটনাৰ সৈতে ব্যৱসায়ীজন জড়িত থকাৰ সন্দেহ কৰি আৰক্ষীয়ে পুৱতি নিশা ব্যৱসায়ীজনৰ বাসগৃহত আৰক্ষীয়ে চলাইছিল অভিযান ৷

Exit mobile version