BTC Monsoon Session Will Start From 8 June:৮ জুনৰ পৰা আৰম্ভ হ’ব বিটিচিৰ বৰ্ষাকালীন অধিৱেশন ৰাজ্যপালে জাৰি কৰিলে নিৰ্দেশনা

btc bhawan

BTC Monsoon Session Will Start From 8 June:

বিটিচিৰ বৰ্ষাকালীন অধিৱেশন অহা ৮ জুনৰ পৰা আৰম্ভ হ’ব। ইতিমধ্যে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই জাৰি কৰিলে নিৰ্দেশনা ৷ উল্লেখ্য যে,বিটিচিৰ বৰ্ষাকালীন অধিৱেশন দুদিনৰ বাবে অনুষ্ঠিত হ’ব ৷

Exit mobile version