Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Chirang RMC pressmeet on Tribal belt block: চিৰাঙত সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সংবাদ মেল

publisher by publisher
August 7, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Chirang RMC pressmeet on Tribal belt block: চিৰাঙত সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সংবাদ মেল
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Chirang Accident:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনৰ খুন্দাত আহত শিশু সহ কে’বাজনো

1st May celebration:আজি বিশ্বজুৰি মে’ দিৱস পালন

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

Chirang RMC pressmeet on Tribal belt block:

হাগ্ৰামা মহিলাৰীৰ সংখ্যালঘু বিদ্বেশী মনোভাৱৰ বাবেই আজি সংখ্যালঘু সকলে উচ্ছেদৰ জাননী পাবলগীয়া হৈছে। চিৰাঙত সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সংবাদ মেল।

ADVERTISEMENT

পৰিষদৰ সভাপতি আব্দুল আৱাল মণ্ডলে সংবাদ মেল সম্বোধন কৰি কয় যে যোৱা ২০১৯ চনত তেতিয়াৰ বিটিচি চৰকাৰে গুৱাহাটী হাইকোৰ্টত ভূল তথ্যৰ ভিত্তিত দিয়া শপতনামা অনুসৰিয়ে গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশনা মতে ট্ৰাইবেল বেল্ট ব্লকৰ উচ্ছেদৰ জাননী দি থকা পৰিলক্ষিত হৈছে।

সেই সময়ত কোনো জৰিপ বা পৰ্য্যৱেক্ষণ নোহোৱাকৈ কাৰ্য্যালয়ত বহি বহিয়ে কেৱল মুছলমান অধ্যুশিত গাঁও সমুহক টাৰ্গেট কৰি তালিকা প্ৰস্থুত কৰি ন্যায়ালয়ক শপত নামা দিছিল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি প্ৰশাসনে । হাগ্ৰামা মহিলাৰীয়ে মুছলমানৰ সৈতে নামাজ পঢ়ে,ইফতাৰ কৰে দেখুৱাবলৈ কিন্তু ভিতৰে ভিতৰে মুছলমান সকলক কেতিয়াও আকোৱালি লোৱা নাছিল বাবেই এনে কাম কৰিছিল বুলি সংবাদ মেলত উল্লেখ কৰে ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আব্দুল আৱাল মণ্ডলে।

তেওঁ লগতে কয় যে যিহেতু পৰিৱৰ্তনৰ নামত বিটিচিৰ প্ৰশাসনৰ মুৰৰ্ব্বী হোৱা প্ৰমোদ বড়ো বিটিচিত শান্তিৰ পৰিৱেশ ঘুৰাই আনিবলৈ সক্ষম হৈছে সেয়ে তেওঁ যাতে বিষয়টো পৰ্য্যালোচনা কৰি প্ৰকৃত এখন তালিকা বনাই ন্যায়ালয়ত শপত নামা দিয়াৰ ব্যৱস্থা কৰে। কিয়নো ভাৰত স্বাধীন হোৱাৰ পুৰ্বৰে পৰা বসবাস কৰা লোক সকলকো ট্ৰাইবেল বেল ব্লক উচ্ছেদৰ নামত জাননী দিয়া পৰিলক্ষিত হৈছে।

ষষ্ট অনুসুচিৰ জড়িয়তে বিটিচিৰ ১৯ টা ট্ৰাইবেল বেল্ট ব্লকৰ ভূমি সুৰক্ষিত হোৱাৰ পিচতো কেৱল বিটিচিতে বাচি বাচি মুছলমানক লক্ষ্য কৰি উচ্ছেদৰ জাননী দিয়া পৰিলক্ষিত হৈছে। অথচ অসমৰ ৪৮ টা ট্ৰাইবেল বেল্ট ব্লক আছে । তাত গুৱাহাটী মহানগৰিয়ো পৰে।

মুখ্যমন্ত্ৰীৰ যদি জনজাতী সকলৰ প্ৰতি সচাই দৰদ আছে তেন্তে গুৱাহাটীকে ধৰি অন্যান্য ট্ৰাইবেল বেল্ট ব্লক সমুহো খালি কৰক বুলি দাবী কৰে। সংবাদ মেলত লগতে কয় যে ইয়াত প্ৰটেকটেড জনগোষ্টী দেখুৱা হৈছে কাক যি সকলে স্বাধীনতাৰ পুৰ্বৰে পৰা আছে নে আন কোনোবা ? সকলো জাতি -জনগোষ্টীৰ মাজৰ পৰা বাছি বাছি মুছলমানক কিয় উচ্ছেদৰ জাননী দিয়া হল বুলি প্ৰশ্ন কৰে।

এই দৰে যদি কৰে তেন্তে শান্তিৰ বিটিআৰ আকৌ অশান্ত হ’ব গতিকে প্ৰমোদ বড়োৱে বিটিআৰৰ শান্তিৰ পৰিৱেশ বাহাল ৰাখিবলৈ উচ্ছেদৰ বিষয়টো বিবেচনা কৰা প্ৰয়োজন আছে বুলিও কয় আব্দুল আৱাল মণ্ডলে।

সংবাদমেলত ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতিৰ লগতে মুখপাত্ৰ আব্দুছ ছাত্তাৰ,চিৰাং জিলা সভাপতি গাজীবৰ ৰহমান সহ আন কে’বা গৰাকি নেতা-কৰ্মী  উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CHIRANGRMC pressmeetTribal belt block
publisher

publisher

Related Posts

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’
International

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’

September 11, 2026
Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা
Assam

Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

September 11, 2026
Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা
Assam

Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

September 11, 2026
Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন
Assam

Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

September 11, 2026
kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড
Assam

kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

September 11, 2026
Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা
Assam

Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d