Notification for Redetermination of panchayat Boundaries will be Issued On19 June:
👉১৯ জুনত প্ৰকাশ পাব ৰাজ্যৰ পঞ্চায়তৰ অন্তৰ্গত অঞ্চলৰ সীমা পুননির্ধাৰণৰ অধিসূচনা ৷
ADVERTISEMENT
👉ৰাজ্য কেবিনেটৰ বৈঠকৰ পাছতে আনুষ্ঠানিকভাৱে চৰকাৰী অধিসূচনা প্ৰকাশ পাব ৷
👉আনহাতে পঞ্চায়তৰ সীমা পুননির্ধাৰণৰ কাম সম্পন্ন কৰাৰ পাছতে পাছতেই অনুষ্ঠিত হ’ব নির্বাচন ৷
👉উল্লেখ্য যে,ৰাজ্যত নৱেম্বৰত পঞ্চায়ত নিৰ্বাচন আৰম্ভ হৈ এই পৰ্ব সম্পূৰ্ণ হ’ব ডিচেম্বৰত ৷
👉একেদৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব বেলটত ৷