15 Places in Guwahati have been Identified as Landslide Prone Areas:
👉গুৱাহাটীৰ ১৫ টা স্থানক ভূমিস্খলন প্ৰৱণ এলেকা ৰূপে চিহ্নিত
👉মহানগৰীবাসীলৈ সর্তকতা জাৰি কামৰূপ দুৰ্যোগ প্ৰশমন বিভাগৰ ৷
👉মহানগৰীৰ ভূমিস্খলনপ্ৰৱণ অঞ্চলৰ বাসিন্দাক উক্ত অঞ্চলৰ পৰা আঁতৰি থকাৰ নিৰ্দেশ ৷
👉গুৱাহাটীৰ ১৫ টা স্থানক ভূমিস্খলন প্ৰৱণ এলেকা ৰূপে চিহ্নিত |
👉খাৰঘূলি, নৱগ্ৰহ, নুনমাটি, কামাখ্যা, চানমাৰি, কাহিলিপাৰা, খানাপাৰা, বোন্দা হৈছে স্পৰ্শকাতৰ অঞ্চল ৷
👉আন স্পৰ্শকাতৰ অঞ্চল সমূহ হৈছে ফটাশিল,হেঙেৰাবাৰী, ভঙাগড়, গোটানগৰ, জালুকবাৰী, লংকেশ্বৰ, কালাপাহাৰ ,মালিগাঁও খাৰঘুলী,কইনাধৰা নৱগ্ৰহ,নৰকাসুৰ,নাৰেংগী,নুনমাটি |
👉উল্লিখিত অঞ্চল সহ ৩৬০ টা অঞ্চলক ইতিপূৰ্বেই কামৰূপ দুৰ্যোগ প্ৰশমন বিভাগে ভূমিস্খলন প্ৰৱণ অঞ্চলৰূপে চিহ্নিত কৰিছিল ৷