Amarnath Yatra starts on June 28: ২৮ জুনৰ পৰা আৰম্ভ অমৰনাথ যাত্রা

কটকটীয়া নিৰাপত্তা ব্যৱস্থা

amarnath

Amarnath Yatra starts on June 28:

অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব অমৰনাথ যাত্রাজম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই এই কথা সদৰী কৰি জনোৱা অনুসৰি, আসন্ন অমৰনাথ যাত্রা উপলক্ষে সকলো ধৰণৰ প্ৰস্তুতি প্রশাসনে চলাইছে ।

অহা ২৯ জুনৰ পৰা তীৰ্থযাত্ৰীসকলে বাবা অমৰনাথৰ বৰফৰ শিৱলিংগ দৰ্শন কৰিব পাৰিব। অমৰনাথ যাত্ৰাৰ বাবে প্রশাসনে এইবাৰ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে।

Exit mobile version