European Union will Impose Several tough Sanctions Against Russia:ৰাছিয়াৰ বিৰুদ্ধে একাধিক কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিব ইউৰোপীয় সংঘই

errupian

European Union will Impose Several tough Sanctions Against Russia:

ইউৰোপীয় সংঘই ৰাছিয়াৰ বিৰুদ্ধে একাধিক নিষেধাজ্ঞা আৰোপ কৰিবলৈ সাজু হৈছে। জাৰ্মানীৰ উদ্বেগৰ কাৰণত কে’বা সপ্তাহ বিলম্ব হোৱাৰ পাছত ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপৰ কে’বাটাও নতুন প্রস্তাৱত অনুমোদন জনালে ইউৰোপীয় সংঘই।

ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰখাৰ শাস্তি হিচাপে ৰাছিয়াৰ বিৰুদ্ধে ইউৰোপীয় সংঘই কঠোৰ নিষেধাজ্ঞা আৰোপৰ সিদ্ধান্ত ল’লে। বিশেষকৈ ৰাছিয়াক বাণিজ্যিক দিশত ইউৰোপত বাধাগ্রস্ত কৰাৰ লক্ষ্যৰে ইউৰোপীয় সংঘই নতুন কেতবোৰ সিদ্ধান্ত গ্রহণ কৰিছে। ৰাছিয়াৰ স’তে ৰপ্তানি বাণিজ্য বন্ধ ৰখাৰ প্রস্তাৱো ইউৰোপীয় সংঘই বিবেচনা কৰিছে।

Exit mobile version