Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত

    কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    তিব্বত-চীন সীমান্তৱৰ্তী অঞ্চলত সাত প্ৰাবল্যৰ ভূমিকম্প, ১৮জনৰ মৃত্যু; ধ্বংসস্তূপত বহু লোক আৱদ্ধ থকাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

 ক’ভিডত বাধাগ্রস্ত কর্মক্ষেত্র : মহিলা শ্ৰমিকৰ অংশগ্রহণ ১৬.১ শতাংশলৈ হ্রাস

publisher by publisher
August 4, 2021
in News
Reading Time: 1 min read
0
 ক’ভিডত বাধাগ্রস্ত কর্মক্ষেত্র : মহিলা শ্ৰমিকৰ অংশগ্রহণ ১৬.১ শতাংশলৈ হ্রাস
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

India Delivers 5000 Tonnes Diesel To Bangladesh Amid Oil Crisis:তীব্ৰ ইন্ধনৰ সংকটৰ সন্মুখীন হোৱা বাংলাদেশলৈ ভাৰতে অতিৰিক্তভাৱে প্ৰদান কৰিলে ৫,০০০ টন ডিজেল

Terrible bus accident in bangladesh: বাংলাদেশত ভয়ংকৰ বাছ দুর্ঘটনাত মৃত্যু ২৩ জন যাত্ৰীৰ

ভাৰতৰ মহিলা শ্রমিক কর্মক্ষেত্ৰত অংশগ্রহণৰ হাৰ ১৬.১ শতাংশ হ্রাস পালে। এক চৰকাৰী প্রতিবেদনত শ্ৰমিকৰ অংশগ্ৰহণৰ সন্দৰ্ভত এই তথ্য প্রকাশ পাইছে।

ADVERTISEMENT

অতিমাৰীৰ প্রভাৱত এই সময়ছােৱাত দেশৰ কর্মক্ষেত্র সর্বাধিক নেতিবাচকভাৱে ক্ষতিগ্রস্ত হৈছিল আৰু ইয়াৰ ফলতে ২০২০ৰ জুলাই-ছেপ্টেম্বৰ ত্রিমাসিক মহিলা শ্রমিকৰ অংশগ্রহণ সর্বনিম্ন হৈছিল।

২০২০ এপ্রিল-জুনৰ সময়ছােৱাত ভাৰতৰ মহিলা শ্ৰমিকৰ অংশগ্ৰহণৰ হাৰ ১৫.৫ শতাংশলৈ হ্রাস পাইছিল আৰু ই আছিল এক অভিলেখ। উল্লেখ্য যে এপ্রিল-জুনৰ সময়ছােৱাত ভাৰতত সর্বাত্মক কঠোৰ তলাবন্ধ ঘােষিত হৈছিল।

কৰ’না ভাইৰাছৰ সংক্রমণ প্রতিৰােধৰ বাবে হােৱা এই তলাবন্ধৰ ফলত কর্মক্ষেত্র বাধাগ্রস্ত হৈছিল আৰু শ্ৰমিকসকলে কাম হেৰুৱাইছিল। বহু প্ৰব্ৰজনকাৰী শ্ৰমিকে গৃহ ৰাজ্যলৈকো উভতি গৈছিল আৰু এইসকলৰ মাজত যথেষ্টসংখ্যক মহিলা শ্রমিকো আছিল।

কেন্দ্রীয় পৰিসংখ্যা মন্ত্রণালয়ে প্রকাশ কৰা প্রতিবেদনত ভাৰতৰ মহিলা শ্রমিক কর্মক্ষেত্ৰত অংশগ্রহণৰ সন্দৰ্ভত এই চাঞ্চল্যকৰ তথ্য প্রকাশ পাইছে। বিশ্ব বেংকৰ তথ্য অনুসৰি বিশ্বৰ কর্মক্ষেত্ৰত সর্বনিম্ন মহিলা শ্রমিকে অংশ লােৱা দেশৰ অন্যতম এখন হৈছে ভাৰত।

বিশ্ব বেংকে লগতে প্ৰকাশ কৰা মতে, এক-তৃতীয়াংশতকৈও কম সংখ্যক ১৫ বা ততােধিক বয়সৰ মহিলাই ভাৰতত কৰ্মৰত হৈ আহিছে অথবা কৰ্মৰ সন্ধান সক্রিয়ভাৱে কৰিছে। ২০০৫ত ভাৰতত মহিলা শ্রমিক কর্মক্ষেত্ৰত অংশগ্রহণৰ হাৰ ২৬ শতাংশৰ অধিক আছিল আৰু ২০১৯ত এই হাৰ ২০.৩ শতাংশলৈ হ্রাস পাইছিল।

বিশ্ব বেংকৰ পৰিসংখ্যাত লগতে প্রকাশ যে প্রতিবেশী বাংলাদেশত ৩০.৫ শতাংশ আৰু শ্ৰীলংকাত ৩৩.৭ শতাংশ মহিলা শ্রমিকে কর্মক্ষেত্ৰত সক্রিয়তাৰে অংশ লৈ আহিছে। ভাৰতত কর্মক্ষেত্রত নিয়ােজিত মহিলা শ্ৰমিকসকলৰ সৰহসংখ্যকে নিম্ন-দক্ষতাসম্পন্ন কর্মত জড়িত হৈ আহিছে।

এইসকল মহিলা শ্ৰমিকৰ সৰহসংখ্যকে বিভিন্ন পাম, কাৰখানাত শ্রমিক হিচাপে কাম কৰাৰ লগতে ঘৰুৱা সহায়ক হিচাপেও নিয়ােজিত হৈ আহিছে। এই আটাইকেইটা খণ্ড ক’ভিড কালত যথেষ্ট ক্ষতিগ্রস্ত হােৱাৰ ফলত ভাৰতত মহিলা শ্রমিক কর্মক্ষেত্ৰত অংশগ্রহণ হ্রাস পাইছে।

২০২০ৰ ছেপ্টেম্বৰত ভাৰতত পুৰুষ নিবনুৱাৰ হাৰ ১২.৬ শতাংশ হােৱাৰ বিপৰীতে মহিলা নিবনুৱাৰ হাৰ আছিল ১৫.৮ শতাংশ। এছিয়াৰ তৃতীয় সর্ববৃহৎ অর্থনীতি হিচাপে পৰিচিত ভাৰতত কর্মক্ষেত্ৰত মহিলা শ্ৰমিকৰ অংশগ্রহণ এইদৰে হ্রাস পােৱাটো এক উদ্বেগজনক বিষয় হিচাপে বিবেচিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BANGLADESH
publisher

publisher

Related Posts

এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ
India

October 23, 2026
ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ
Assam

ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

October 23, 2026
৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ
Entertainment

৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

October 23, 2026
শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত
Assam

শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত

October 23, 2026
কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’
International

কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’

October 23, 2026
মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ
India

মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

October 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d