Pilgrimage to Amarnath Starts Today:
➡️আজিৰে পৰা আৰম্ভ অমৰনাথ তীর্থযাত্রা |
ADVERTISEMENT
➡️হিংসাজৰ্জৰিত কাশ্মীৰত তীৰ্থযাত্ৰাৰ বাবে গঢ়ি তোলা হৈছে নিৰাপত্তা বাহিনীৰ কটকটীয়া বেষ্টনী ৷
➡️২৯ জুনত তীৰ্থযাত্ৰীৰ প্ৰথমটো দলে দৰ্শন কৰিব অমৰনাথ বৰফাবৃত শিৱলিংগ ৷
➡️সাগৰ পৃষ্ঠৰ পৰা ৩,৮৮৮ মিটাৰ উচ্চতাৰ হিমালয়ত অৱস্থিত অমৰ নাথ গুহা ৷
➡️পাহলগামৰ পৰা তীৰ্থযাত্ৰীসকলে প্ৰায় ৪৬ কিলোমিটাৰ পৰ্বতীয়া পথৰে ট্ৰেকিং কৰি পাব গুহাটো ৷
➡️যাত্ৰাপথত তীৰ্থযাত্ৰী সকলে অতিক্ৰম কৰিব চন্দনৱৰী, শেষনাগ, পঞ্চতৰ্ণী আদি অঞ্চল ৷