GMC Mayor Mrigen Sarania Announced:
➡️মহানগৰীৰ পদপথ ব্যৱসায়ীৰ উদ্দেশ্যি গুৱাহাটী মেয়ৰ মৃগেন শৰণীয়াৰ ঘোষণা ৷
ADVERTISEMENT
➡️এতিয়াৰ পৰা পদপথ আৰু ৰাষ্টাৰ কাষৰ য’তে ত’তে কৰিব নোৱাৰিব ব্যৱসায় ৷
➡️জিএমচিৰ নিৰ্ধাৰিত ভেণ্ডিং জ’নতহে কৰিব পাৰিব ব্যৱসায় ৷
➡️বিদ্যালয়,নামঘৰ,মন্দিৰৰ সন্মুখত কৰিব নোৱাৰিব পদপথৰ ব্যৱসায় ৷
➡️দুমাহৰ ভিতৰত মহানগৰীৰ নলা- নৰ্দমা নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হ’ব ৷
➡️৬০ টা ৱাৰ্ডত সৌন্দৰ্যবৰ্ধক লাইট দিয়া হ’ব ৷
➡️প্ৰতিটো ৱাৰ্ডত নিৰ্মাণ কৰা হ’ব দুটাকৈ ৰাজহুৱা শৌচালয় ৷
➡️ল’ৰা- ছোৱালী একেলগে শিক্ষা গ্ৰহণ কৰা মহানগৰীৰ দহখন শিক্ষানুষ্ঠানত নিৰ্মাণ হ’ব ৰাজহুৱা শৌচালয় ৷