Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

    ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Flood situation in the state remains unchanged todayৰাজ্যত দ্বিতীয়টো বানৰ সংহাৰী ৰূপ,অপৰিৱৰ্তিত বান পৰিস্থিতি

publisher by publisher
July 3, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Flood situation in the state remains unchanged todayৰাজ্যত দ্বিতীয়টো বানৰ সংহাৰী ৰূপ,অপৰিৱৰ্তিত বান পৰিস্থিতি
1
SHARES
6
VIEWS
ShareShareShareShare

Flood situation in the state remains unchanged today:

উজনি-নামনি সৰ্বত্ৰ প্ৰলয়ংকৰী বান ৷ নেৰানেপেৰা বৰষুণত বৃদ্ধি নৈ-উপনৈৰ জলপৃষ্ঠ ৷ ইতিমধ্যে বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ৷ ঠায়ে ঠায়ে বাঢ়নী পানীয়ে ছিগিছে ইটোৰ পাছত সিটোকৈ মথাউৰি ৷ আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৮০ শতাংশ অঞ্চল এতিয়া পানীৰ তলত ৷ বানত দিগবিদিক হেৰুৱাইছে বন্য প্ৰাণীয়ে ৷ বানৰ বাবে বহু বন্যজন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি আংলং পাহাৰলৈ ঢাপলি মেলিছে ৷ বানত এটা গড় পোৱালি সহ চাৰিটা বন্যজন্তৰ মৃত্যু হোৱা বিপৰীতে উদ্ধাৰ হৈছে ২৪ টা বন্যপ্ৰাণী ৷

ADVERTISEMENT

ৰাজ্যত আজিৰ দিনটোতো অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ উপনৈসমূহ ফেনে ফোটোকাৰে বাঢ়ি অহাৰ ফলত ৰাজ্যৰ কে’বাটাও প্রান্তত আজিও বহুকেইটা মথাউৰি ছিঙি নিয়াত ন ন অঞ্চল বানৰ কবলত পৰিছে। দুর্যোগ প্রশমন বিভাগে সদৰী কৰা অনুসৰি আজিৰ দিনটোত পুনৰ তিনিজন লোকে বানত প্রাণ হেৰুৱায়। ইয়াৰ লগে লগে চলিত বাৰিষাৰ বানত মুঠ মৃতকৰ সংখ্যা ৩৮জনলৈ বৃদ্ধি পালে।

RelatedPosts

State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

ADRE Results 2025:ঘোষণা কৰা হল ADREৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ফলাফল

Supreme Court:এইবোৰৰ পাছত দৌৰি ফুৰাতকৈ চৰকাৰে ভাল কিবা কাম কৰক :উচ্চতম ন্যায়ালয়

লগতে বিভাগে সদৰী কৰা তথ্য অনুসৰি, ৰাজ্যৰ ২৮খন জিলাব ৮৪টা ৰাজহ চক্ৰৰ অধীনৰ মুঠ ২,২০৮খন গাঁও আজিৰ দিনটোত বানৰ কবলত পৰিছে। ইয়াৰ ফলত আক্রান্ত হৈছে ১১ লাখ ৩৪ হেজাৰজন লোক,ক্ষতিগ্ৰস্ত ৪২,৪৭৬.১৮ হেক্টৰ কৃষিভূমি ৷

আনহাতে বানত আবদ্ধ হৈ পৰা লোকসকলক জিলা প্রশাসন, এছডিআৰএফ, এনডিআরএফ, সেনা বাহিনী আদিয়ে উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে সমগ্ৰ ৰাজ্যত বানাক্ৰান্ত ৰাইজৰ বাবে ১৩০টা আশ্রয় শিবিৰ আৰু ৩৫৯টা সাহায্য বিতৰণ শিবিৰ স্থাপন কৰা হৈছে বুলি সংশ্লিষ্ট বিভাগে সদৰী কৰিছে। ইয়াৰ উপৰি আঠ লাখ ৩২ হেজাৰ পশুধন বানৰ কবলত পৰিছে বুলি বিভাগে তথ্য সদৰী কৰিছে । ৰাজ্যৰ প্ৰলয়ংকৰী বানত এই পৰ্যন্ত মৃত্যু হৈছে ৩৯ জনৰ৷

উল্লেখ্য যে , তিনিচুকীযাৰ ডুমডুমা আৰু শদিয়াত দুজনকৈ লোক বানৰ কবলত পৰি মৃত্যু হোৱাৰ লগতে ধেমাজিৰ জোনাহত এজনে মৃত্যুক আঁকোৱালি লয়। লগতে বিশ্বনাথৰ হালেমত এজন লোক নিৰুদ্দেশ হৈ থকা খবৰ আহিছে। আনহাতে, তেজপুৰত বাঢ়নী পানীত উটি যোৱা ৫৫ বছৰীয়া সিংহ বাহাদুৰ ছেত্রী নামৰ লোকজনৰ মৃতদেহ অভিযানকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Flood SituationAssam GovtCMO ASSAMRemains unchanged today
publisher

publisher

Related Posts

যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 
India

May 10, 2025
ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 
India

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

May 10, 2025
ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 
India

ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

May 10, 2025
কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!
India

কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

May 10, 2025
G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক
News

G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

May 10, 2025
কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা
India

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d