Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Flood Situation : ৰাজ্যত বানৰ তাণ্ডৱ অব্যাহত,বানৰ কবলত ১৯ জিলা

ব্ৰহ্মপুত্ৰ সহ নৈ- উপনৈ জলপৃষ্ঠই অতিক্ৰম কৰিছে বিপদসীমা

publisher by publisher
July 2, 2024
in Assam, India, News
Reading Time: 4 mins read
0
Assam Flood Situation : ৰাজ্যত বানৰ তাণ্ডৱ অব্যাহত,বানৰ কবলত ১৯ জিলা
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে স্বাস্থ্যবান মেছেকাৰ সংখ্যা

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Assam Flood Situation :

অম্বুবাচীৰ আগৰ সপ্তাহত যিধৰণ নেৰা-নেপেৰাকৈ বৰষুণৰ সৃষ্টি হৈছিল, সেই একেটা পৰিৱেশেৰে যোৱা কেইবাদিন ধৰি ৰাজ্যত অব্যাহত থকা নেৰা-নেপেৰা বৰষুণৰ ফলতে ৰাজ্যৰ নদী-উপনদীসমূহ উপচি পৰাৰ লগতে ব্রহ্মপুত্রও ওফন্দি উঠিছে।

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ আৰু ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ ওফন্দি উঠাত এক আতংকৰ সৃষ্টি হৈছে। বিশেষকৈ অসম আৰু চুবুৰীয়া পাৰ্বত্য ৰাজ্য কেইখনত হোৱা মুষলধাৰ বৰষুণৰ বাবে ব্রহ্মপুত্রকে ধৰি ইয়াৰ উপনৈবোৰৰ জলস্তৰ বিপদ সীমাৰ ওপৰলৈ উঠি আহিছে। ঠায়ে ঠায়ে ব্ৰহ্মপুত্ৰৰ উপনৈসমূহৰ মথাউৰি কোমল হৈ উঠাত কাষৰীয়া অঞ্চলত বাস কৰি থকা লোকসকলে আশংকাত ভুগিছে।

বতৰ অপৰিৱৰ্তিত থাকিলে পৰৱৰ্তী ৪৮ ঘণ্টাত ৰাজ্যৰ বান পৰিস্থিতিয়ে অতি জটিলতৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ ৰাজ্যত দ্বিতীয়টো বানৰ সংহাৰী ৰূপ | বানত প্লাৱিত হৈছে ৰাজ্যৰ ১৯ খন জিলাৰ ৬৪ ৰাজহ চক্র,১,২৭৫ খন গাঁও ৷ ইতিমধ্যে বানাক্ৰান্ত ৰাইজক আশ্ৰয় দিবৰ বাবে স্থাপন কৰা হৈছে ৭২ টা আশ্ৰয় শিৱিৰ। আশ্ৰয় শিৱিৰত আছে ৮,১৪২ জন লোক ৷ আনহাতে আশ্ৰয় শিৱিৰত থকা শিশুৰ সংখ্যা ১,৮৭১টা একেদৰে বানৰ কবলত পৰিছে ৪,৮৫,০৭৬ পশুধন। ক্ষতিগ্রস্ত ২৬,১৯৯.১৮ হেক্টৰ কৃষিভূমি |

নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই অতিক্ৰম কৰিছে বিপদসীমা ৷ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে । ইফালে মহানগৰীৰ ভৰলুৰে হোৰেহোৰে সোমাইছে ব্ৰহ্মপুত্ৰৰ পানী। যাৰফল স্বৰূপে শান্তিপুৰৰ শ্লুইছ গেট বন্ধ কৰি দিয়া হৈছে ৷ উত্তৰ গুৱাহাটীটো বানে লৈছে ভয়ংকৰ ৰূপ ৷ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ৰংমহলৰ বহু অঞ্চল প্লাৱিত কৰিছে ৷ বানৰ বাবে প্ৰায় বহু কেইটা বানাক্ৰান্ত পৰিয়ালে আশ্ৰয় ল’বলগীয়া হৈছে মথাউৰিত ৷ কিন্ত এই পৰ্যন্ত কোনো ধৰণৰ সাহায্য পোৱা নাই দুৰ্ভগীয়া পৰিয়াল কেইটিয়ে ৷

আনহাতে , ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে নগাঁৱৰ কলিয়াবৰত। পুনৰ ভাগিল নগাঁও জিলাৰ কলিয়াবৰৰ হাতীমূৰা মথাউৰি। নগাঁও সহ মধ্য অসমত ভয়াৱহ বানপানীৰ আশংকাত ত্ৰস্তমান ৰাইজ৷ হাতীমূৰা মথাউৰিৰ গাইড বান্ধ ভাঙি হোৰাহোৰে বৈছে কলঙলৈ পানী  ৷ মূল বান্ধ অভিমুখে গতি কৰিছে ব্ৰহ্মপুত্ৰৰ পানী ৷ ইয়াকে লৈ কলিয়াবৰত সৃষ্টি হৈছে এক হাহাকাৰময় পৰিস্থিতি ৷ ২০১৭তকৈও ভয়াৱহ বানৰ আশংকাত ত্ৰস্তমান কলিয়াবৰবাসী ৷

ইতিমধ্যে নিজৰ ঘৰ- দুৱাৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে জখলাবন্ধাৰ লোকসকল ৷পৰিস্থিতি মোকাবিলা কৰিবলৈ সষ্টমহৈ আছে এন ডিআৰএফ আৰু এছ ডিআৰ এফ ৷

আনহাতে,মহাবাহু ব্ৰহ্মপুত্ৰৰ বলিয়া বানৰ বানৰ পৰিস্থিতিৰ বুজ লবলৈ আজি দুপৰীয়া বোকাখাতলৈ যাওঁতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বানপানীৰ পানীত এটা গঁড় আৰু তাৰ পোৱালিটো পৰ্যবেক্ষণ কৰে। উক্ত পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষ আৰু বন বিভাগক জীৱ-জন্তুবোৰক ওখ ঠাইলৈ স্থানান্তৰিত কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷

উল্লেখ্য যে,আজি গোলাঘাট জিলাৰ নুমলীগড়ৰ মহুৰামুখত বলীয়া বানে চিঙি নিয়া মথাউৰি পৰিদৰ্শন কৰিবৰ বাবে মুখ্যমন্ত্ৰী গৈছে নুমলীগড়লৈ ৷ কমাৰগাঁৱত আশ্ৰয় শিৱিৰত আশ্ৰয় লৈ থকা বানবিধস্ত ৰাইজৰ কাষত উপস্থিত হয় মুখ্যমন্ত্ৰী শৰ্মা ৷

বছৰৰ তৃতীয়টো বানৰ কবলত পৰি ককবকাইছে হোজাইৰ বিস্তীৰ্ণ অঞ্চলৰ বানাক্ৰান্ত । পুনৰ বাঢ়িছে কপিলীৰ জলস্তৰ। বিপদসীমাৰ ওপৰেৰে বোৱা বাঢ়নী পানী যিকোনো সময়তে কপিলী নৈ পৰীয়া বহু গাঁও বানৰ কবলত পৰাৰ আশংকাত শংকিত হৈ পৰিছে সংশ্লিষ্ট অঞ্চলবাসী।

আনহাতে, শিৱসাগৰতো বানৰ সংহাৰ অব্যাহত আছে। জাজী নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে দিচাংমুখ, মাজৰবাৰী, লিগিৰবাৰী,অফলা, , তিয়হবস্তি প্লাৱিত কৰিছে ৷ হোৰেহোৰে সোমোৱা পানীয়ে বুৰাই পেলাইছে ওখ চাংঘৰ সমূহ ৷ বানৰ সংহাৰী ৰূপ দেখি ঘৰ- বাৰী এৰি বানাক্ৰান্ত ৰাইজ ঢাপলি মেলিছে মথাউৰিলৈ ৷ ইফালে বানে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে শোণিতপুৰ জিলাৰ বৰচলাত ৷ সমষ্টিটোৰ প্ৰায় আঠখনকৈ গাঁও বৰ্তমান পানীৰ তলত। বছাশিমলুত পথৰ ওপৰেৰে বাগৰিছে পানী।

আনহাতে,বছৰৰ প্ৰথমটো বানৰ কবলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল ৷ অভয়াৰণ্য খনৰ মুঠ ২২৩ টা বন শিৱিৰৰ ৯৫টা বন শিবিৰ ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সদৰি কৰা মতে,পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত অগৰাতলি বনাঞ্চলত ৩৪টা, কহঁৰা বনাঞ্চলত ২০টা, বাগৰি বনাঞ্চলত ১০টা, বোকাখাত বনাঞ্চলত ৬টা বনশিবিৰ এলেকা প্লাৱিত কৰাৰ বিপৰীতে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ২০টা শিৱিৰ এলেকা বানৰ কবলত পৰিছে ।

বানৰ পৰা ৰক্ষা পাবলৈ বহু বন্যপ্ৰাণী অভয়াৰণ্য খনৰ ভিতৰত থকা ওখ ওখ টিলা সমূহত আশ্ৰয় লোৱাৰ বিপৰীতে আন একাংশ বন্যপ্ৰাণী ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হৈ কাৰ্বি আংলং দিশে ঢাপলি মেলিছে। বানৰ সংহাৰী ৰূপ ধাৰণ কৰাত অভয়াৰণ্যৰ ভিতৰত থকা হাতীচাফাৰীত ব্যৱহ্ত ঘৰচীয়া হাতীসমূহ অভয়াৰণ্যৰ ভিতৰৰ পৰা উলিয়াই অনা হৈছে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জীৱজন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ব্যৱসায়ীক যানবাহন চলোৱাত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে নৈশভাগত স্থানীয় ব্যক্তিগত বাহন আহযাহৰ অনুমতি প্ৰদান কৰিছে ৷ একেদৰে নৈশবাছ সমূহ এঘন্টা মুৰে মুৰে যাব দিয়া হৈছে ৷দিনত আহযাহ কৰিবলৈ দিয়া হৈছে ব্যক্তিগত বাহন ৷ এই যানবাহন সমূহ ৩০ কি:মি: গতিবেগত চলাবলৈ আহ্বান জনাইছে উদ্যান কৰ্তৃপক্ষই ৷

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Flood SituationCm Himanta Biswa SarmaKaziranga National Park
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d