Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Flood situation in the state remains unchanged todayৰাজ্যত দ্বিতীয়টো বানৰ সংহাৰী ৰূপ,অপৰিৱৰ্তিত বান পৰিস্থিতি

publisher by publisher
July 3, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Flood situation in the state remains unchanged todayৰাজ্যত দ্বিতীয়টো বানৰ সংহাৰী ৰূপ,অপৰিৱৰ্তিত বান পৰিস্থিতি
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

Flood situation in the state remains unchanged today:

উজনি-নামনি সৰ্বত্ৰ প্ৰলয়ংকৰী বান ৷ নেৰানেপেৰা বৰষুণত বৃদ্ধি নৈ-উপনৈৰ জলপৃষ্ঠ ৷ ইতিমধ্যে বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ৷ ঠায়ে ঠায়ে বাঢ়নী পানীয়ে ছিগিছে ইটোৰ পাছত সিটোকৈ মথাউৰি ৷ আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৮০ শতাংশ অঞ্চল এতিয়া পানীৰ তলত ৷ বানত দিগবিদিক হেৰুৱাইছে বন্য প্ৰাণীয়ে ৷ বানৰ বাবে বহু বন্যজন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি আংলং পাহাৰলৈ ঢাপলি মেলিছে ৷ বানত এটা গড় পোৱালি সহ চাৰিটা বন্যজন্তৰ মৃত্যু হোৱা বিপৰীতে উদ্ধাৰ হৈছে ২৪ টা বন্যপ্ৰাণী ৷

ADVERTISEMENT

ৰাজ্যত আজিৰ দিনটোতো অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ উপনৈসমূহ ফেনে ফোটোকাৰে বাঢ়ি অহাৰ ফলত ৰাজ্যৰ কে’বাটাও প্রান্তত আজিও বহুকেইটা মথাউৰি ছিঙি নিয়াত ন ন অঞ্চল বানৰ কবলত পৰিছে। দুর্যোগ প্রশমন বিভাগে সদৰী কৰা অনুসৰি আজিৰ দিনটোত পুনৰ তিনিজন লোকে বানত প্রাণ হেৰুৱায়। ইয়াৰ লগে লগে চলিত বাৰিষাৰ বানত মুঠ মৃতকৰ সংখ্যা ৩৮জনলৈ বৃদ্ধি পালে।

লগতে বিভাগে সদৰী কৰা তথ্য অনুসৰি, ৰাজ্যৰ ২৮খন জিলাব ৮৪টা ৰাজহ চক্ৰৰ অধীনৰ মুঠ ২,২০৮খন গাঁও আজিৰ দিনটোত বানৰ কবলত পৰিছে। ইয়াৰ ফলত আক্রান্ত হৈছে ১১ লাখ ৩৪ হেজাৰজন লোক,ক্ষতিগ্ৰস্ত ৪২,৪৭৬.১৮ হেক্টৰ কৃষিভূমি ৷

আনহাতে বানত আবদ্ধ হৈ পৰা লোকসকলক জিলা প্রশাসন, এছডিআৰএফ, এনডিআরএফ, সেনা বাহিনী আদিয়ে উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে সমগ্ৰ ৰাজ্যত বানাক্ৰান্ত ৰাইজৰ বাবে ১৩০টা আশ্রয় শিবিৰ আৰু ৩৫৯টা সাহায্য বিতৰণ শিবিৰ স্থাপন কৰা হৈছে বুলি সংশ্লিষ্ট বিভাগে সদৰী কৰিছে। ইয়াৰ উপৰি আঠ লাখ ৩২ হেজাৰ পশুধন বানৰ কবলত পৰিছে বুলি বিভাগে তথ্য সদৰী কৰিছে । ৰাজ্যৰ প্ৰলয়ংকৰী বানত এই পৰ্যন্ত মৃত্যু হৈছে ৩৯ জনৰ৷

উল্লেখ্য যে , তিনিচুকীযাৰ ডুমডুমা আৰু শদিয়াত দুজনকৈ লোক বানৰ কবলত পৰি মৃত্যু হোৱাৰ লগতে ধেমাজিৰ জোনাহত এজনে মৃত্যুক আঁকোৱালি লয়। লগতে বিশ্বনাথৰ হালেমত এজন লোক নিৰুদ্দেশ হৈ থকা খবৰ আহিছে। আনহাতে, তেজপুৰত বাঢ়নী পানীত উটি যোৱা ৫৫ বছৰীয়া সিংহ বাহাদুৰ ছেত্রী নামৰ লোকজনৰ মৃতদেহ অভিযানকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Flood SituationAssam GovtCMO ASSAMRemains unchanged today
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d