Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

National Highway Roads in Assam are in Poor Condition:ৰাজ্যত বিধ্বস্ত ৰূপ লৈছে ৰাষ্ট্ৰীয় ঘাইপথে

বৃহৎ বৃহৎ দ গাঁতৰ সৃষ্টি সৰ্বাধিক কৰ আদায় কৰা, গলিয়া টোলগেটৰ হৈহপৰিছে চৰম বিপজ্জনক, টোল কৰ আদায়ত উচ্চতম ন্যায়ালয় নিৰ্দেশকো ভেঙুচালি

publisher by publisher
July 12, 2024
in India, Assam, News
Reading Time: 3 mins read
0
National Highway Roads in Assam are in Poor Condition:ৰাজ্যত বিধ্বস্ত ৰূপ লৈছে ৰাষ্ট্ৰীয় ঘাইপথে
3
SHARES
28
VIEWS
ShareShareShareShare

National Highway Roads in Assam are in Poor Condition

বিধ্বস্ত ৰূপ লৈছে ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহে। চাৰিশাৰীযুক্ত নির্মীয়মাণ পথবোৰৰ কথা বাদেই, অন্যান্য ৰাষ্ট্ৰীয় পথবোৰো এনেদৰে ভাঙিবলৈ ধৰিছে যে সেয়া চৰম বিপজ্জনক হৈ পৰিছে। বৃহৎ বৃহৎ দ’ গাঁতেৰে ভৰি পৰিছে পথবোৰ। ফলত সঘনে দুর্ঘটনা সংঘটিত হৈছে। পথবোৰত এনেদৰে ঘন দ’ গাঁতৰ সৃষ্টি হৈছে যে সেইবোৰত গাড়ীৰ চকা নপৰাকৈ চলোৱাটো অভিজ্ঞ চালকৰ বাবেও সম্ভৱ হৈ থকা নাই।গতিকে ৰাষ্ট্ৰীয় পথত যি গতিত এখন বাহনে চলিব পাৰিব লাগে, সেয়া কোনোপধ্যে সম্ভৱ নহয়; অথচ এই পথবোৰৰ টোলগেটত কৰ সংগ্ৰহ পূৰামাত্রাই অব্যাহত আছে।

ADVERTISEMENT

toll gateঅসমৰ ৰাষ্ট্ৰীয় পথৰ উন্নয়নত কেন্দ্ৰীয় চৰকাৰে সদায় পিঠি দি আহিছে। অসম চৰকাৰৰো কেন্দ্ৰৰ পৰা কাম আদায়ত ব্যর্থতা ইয়াৰ পৰাই প্রমাণিত হৈছে। উদাহৰণ স্বৰূপে দুটা আটাইতকৈ গুৰুত্বপূর্ণ বুলি বিবেচিত পথৰ দুৰৱস্থাই অসমত ৰাষ্ট্ৰীয় পথৰ দুর্দশাগ্রস্ত ৰূপক উদঙাই দিছে। এই পথ দুটা হ’ল ২৭ নম্বৰ আৰু ১৫ নম্বৰ। একেই দুৰৱস্থা আন অধিকাংশ পথেৰে। বক্সিৰহাটৰ পৰা জালুকবাৰীলৈ বিস্তৃত হৈ থকা পূৰ্বৰ ৩১ নম্বৰ তথা বৰ্তমান ২৭ নম্বৰ ঘাইপথটোৰ বেছিভাগ অংশতে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে। সর্বাধিক টোল কৰ সংগ্ৰহ কৰা গলিয়া টোলগেট এই পথটোতে অৱস্থিত।

RelatedPosts

Moran:ৰানৱেলৈ পৰিণত হ’ব মৰাণৰ চাৰিলেনযুক্ত ৰাজপথ

FASTag Annual Pass: দেশজুৰি আৰম্ভ হ’ল বার্ষিক FASTag পাছ প্রক্রিয়া

Five-foot bridge will be built on NH-27 in Guwahati City:মহানগৰীৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত অচিৰেই নিৰ্মাণ হ’ব ৫ নতুন পদপথ সেতু, সামাজিক মাধ্যমত ঘোষণা মুখ্যমন্ত্ৰীৰ

উদ্বেগজনকভাবে গাড়ীৰ চকা জপিয়াই জঁপিয়াই গৈ এই টোলগেট পাৰ হ’ব লাগে। অথচ চাৰি শাৰীযুক্ত ৰাষ্ট্ৰীয় পথৰ অংশ হ’ল এই পথটো। বাইহাটা চাৰিআলিৰ পৰা জোনাইলৈ বিস্তৃত হৈ থকা ৰাষ্ট্ৰীয় পথটোও বিধ্বস্ত হৈছে। অতি বিপজ্জনক হৈ পৰিছে পথটোৰে যাতায়াত ব্যবস্থা। বিশেষকৈ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ পথৰ অৱস্থা অধিক বেয়া হৈছে। অথচ এই পথটো উত্তৰ অসম আৰু অৰুণাচলৰ লগত যোগাযোগৰ মুখ্য পথ। পথটো উত্তৰ অসমৰ জীৱন ৰেখা বুলিও কোৱা হয়। এই পথটোৱেই দ- গাঁত আৰু বখলা-বখলিৰে ভৰি পৰিছে।

দীর্ঘদিনৰ পৰা অসমৰ ৰাষ্ট্ৰীয় পথৰ এই দুৰৱস্থা বাহাল আছে। মেৰামতিৰ অভাৱত দুৰৱস্থা অধিক বৃদ্ধি হৈছে। পথ নির্মাণত ব্যাপক অনিয়ম সংঘটিতও হৈছে। ইয়াৰ পৰিণতিতে যোৰহাটৰ টীয়কৰ পৰা শিৱসাগৰৰ ভটীয়াপাৰলৈ পথৰ যি দুৰৱস্থা হৈছে, তাৰ প্ৰভাৱ পূব অসমৰ অর্থনৈতিক ক্ষেত্ৰখনত পৰিছে। পথৰ দুৰৱস্থাই ৰাজ্যৰ সামগ্রিক অর্থব্যৱস্থাৰ ওপৰতো গুৰুতৰ প্ৰভাৱ পেলাইছে।

দুর্ভাগ্যৰ বিষয় এয়ে যে পথৰ দুৰৱস্থা হ’লে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে টোল কৰ আদায়ত ন্যূনতমো কার্পণ্য কৰা নাই। বৰঞ্চ শেহতীয়াকৈ কৰৰ পৰিমাণ বৃদ্ধিহে কৰিছে। প্রসংগক্রমে উল্লেখ্য যে অসমত ১৪ খন টোলগেট আছে। লক্ষ্যণীয় বিষয়টো হ’ল যে যোৱা ২৬ জুনত কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে মন্তব্য কৰিছিল যে যদি ৰাস্তাৰ অৱস্থা বেয়া হয়, তেতিয়াহ’লে টোল কৰ আদায় কৰিব নোৱাৰে। বিগত ২০১৫ত উচ্চতম ন্যায়ালয়েও এক নির্দেশত উল্লেখ কৰা অনুসৰি, ৰাস্তা বেয়া হ’লে কৰ আদায় কৰিব নোৱাৰে। তৎসত্ত্বেও অসমত টোল কৰ আদায় অব্যাহত আছে।

 এই প্রসংগতে উল্লেখ্য যে অসমত ৩৫ টা ৰাষ্ট্ৰীয় ঘাইপথ আছে। ইয়াৰ দৈৰ্ঘ্য হ’ল ৩,৯০০ কিলোমিটাৰ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Damage RoadNational HighwayNHAIToll TaxTollgates
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d