Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

    Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

    Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Congress’s Royal Victory In Karnataka:কৰ্ণাটকত বিধ্বস্ত বিজেপি

বৃহৎ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ দিশে কংগ্ৰেছ, মোদী মেজিকে কাম নিদিলে কৰ্ণাটকত, কোন হ'ব মুখ্যমন্ত্ৰী ! চৰ্চাত চিদ্দাৰামায়া আৰু শিৱ কুমাৰ, দেওবাৰে বেংগালুৰুত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক আহ্বান প্ৰদেশ কংগ্ৰেছৰ

publisher by publisher
May 13, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Congress’s Royal Victory In Karnataka:কৰ্ণাটকত বিধ্বস্ত বিজেপি
2
SHARES
18
VIEWS
ShareShareShareShare

Congress’s Royal Victory In Karnataka :

সকলো পূৰ্বানুমান সত্য প্ৰমাণিত কৰি প্ৰত্যাশিতভাৱে কৰ্ণাটকত বৃহৎ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনত দিশত অগ্ৰসৰ হ’ল কংগ্ৰেছ ৷ মেজিক নাম্বাৰ ১১৩ অতিক্ৰম কৰি দলটোৱে বিয়লী চাৰি বজালৈকে অগ্ৰগতি লাভ কৰিছে অভিলেখ সংখ্যক ১৩৬ খন আসন ৷

ADVERTISEMENT

ইয়াৰ বিপৰীতে নিৰ্বাচনত বিধ্বস্ত হোৱা বিজেপিয়ে লাভ কৰিছে ৬৪ খন ৷ আনহাতে নিৰ্বাচনৰ পূৰ্বৰ পৰা কিং মেকাৰ হোৱা সপোন দেখা জে ডি এছে ২০ আৰু অন্যান্যই চাৰি খন আসনত অগ্ৰগতি লাভ কৰিছে ৷

RelatedPosts

Anand Mishra:ৰাজ অভিষেক আনন্দ মিশ্ৰৰ !

Results of the Gunotsav have been Announced:ঘোষণা হ’ল গুণোৎসৱৰ বিদ্যালয় ভিত্তিক ফলাফল

5 State Assembly Election Result:মোডীৰ ঢৌত উটি গ’ল কংগ্ৰেছ

কণকাপুৰ সমষ্টিৰ পৰা বৃহৎ ভোটত জয়লাভ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে ৷ ইয়াৰ লগে লগে উচাহৰ বন্যা বৈছে কংগ্ৰেছৰ মাজত। ৰাজধানী বেংগালুৰুস্থ প্ৰদেশ কংগ্ৰেছ কাৰ্যালয়ত কংগ্ৰেছ নেতা-কৰ্মী সকলে ইজনে সিজনক আবিৰ সানি, ফটকা ফুটাই আনন্দ উছাহৰ লগতে মিঠাই বিতৰণ কৰা পৰিলক্ষিত হয় ৷

উল্লেখ্য যে,নিৰ্বাচনৰ পূৰ্বে বিভিন্ন সমীক্ষাত জেডিএচে যি ফলাফল দেখুৱাব পাৰিব বুলি প্ৰকাশ পাইছিল তাৰ বিপৰীত ছবিহে প্ৰতিফলিত হৈছে।

উল্লেখ্য যে, এই নিৰ্বাচনৰ মুঠ আসনৰ সংখ্যা ২২৪ খন । য’ত ৰাজ্যখনৰ ৭৩.১৯ শতাংশ নাগৰিকে ভোটদান কৰিছে। আনহাতে এই পৰিসংখ্যা ৰাজ্য খনৰ নিৰ্বাচনৰ ইতিহাসত সৰ্ব্বোচ্চ । এই ভোট গনণাত কংগ্ৰেছে বৰ্তমানলৈ ৪৩ শতাংশ ভোট লাভ কৰিছে ।

ইতিমধ্যে আজি বিয়লী প্ৰদেশ কংগ্ৰেছে দেওবাৰে পুৱা বেংগালুৰুত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক আহ্বান কৰিছে।
নতুন দিল্লীতো কংগ্ৰেছৰ সদৰ কাৰ্যালয়ত কৰ্ণাটকত দলটোৰ বিজয় সাব্যস্ত কৰাত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয় ৷ আতছবাজী আৰু আবিৰ সানি আনন্দ উছাহত মতলীয়া হৈ পৰে কংগ্ৰেছ নেতা – কৰ্মী সকল ৷

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচনত দলটোৱে ৰাজকীয় বিজয় সাব্যস্ত কৰা সন্দৰ্ভত কয়, কৰ্ণাটকবাসীয়ে ঘৃণাৰ ৰাজনীতিৰ অৱসান ঘটালে ৷ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে কয়,এই নিৰ্বাচন বিজেপিৰ বাবে অশুনি সংকেত ৷ ২০২৪ ৰ লোকসভা নিৰ্বাচনত দেশৰ জনতাই চিৰদিনলৈ বিদায় দিব বিজেপিক ৷ কৰ্ণাটকৰ নিৰ্বাচনত মোদীৰ মেজিকে কাম নিদিলে ৷

আনহাতে,কৰ্ণাটকৰ বিদায়ী মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মায়ে নিৰ্বাচনৰ পৰাজয় স্বীকাৰ কৰি কয় যে আমি আশা কৰা ধৰণে প্ৰদৰ্শন কৰিব নোৱাৰিলো। সম্পূৰ্ণ ফলাফলৰ অন্তত এই সম্পৰ্কত আমি মন্থন কৰিম ৷ এইয়া আমাৰ বাবে এটা শিকনি ৷ পৰৱৰ্তী সময়ত দলটোৱে আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে বোম্মায়ে ৷

কংগ্ৰেছৰ বিপুল বিজয়ত উছাহি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল,ৰাজস্থানৰ মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অশোক গেহলট,কৰ্ণাটক কংগ্ৰেছৰ শীৰ্ষ নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামায়া আৰু কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে দলটোৰ সপক্ষে ৰায়দান দিয়া কৰ্ণাটকবাসী ৰাইজে ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰে ৷

কংগ্ৰেছ নেতা কেইজনে  বিজেপিৰ শোচনীয় পৰাজয়ৰ বাবে  তীব্ৰ সমালোচনা কৰি কয়,জনতাৰ বিৰুদ্ধে অৱস্থান কৰিলে শেষ ফলাফল এনেকুৱা হয় বুলি মন্তব্য কৰে ৷

মনকৰিবলগীয়া যে নিৰ্বাচনৰ ফলাফলত দলটোৰ ৰাজকীয় বিজয়ত সন্তুষ্টি প্ৰকাশ কৰি কৰ্ণাটক কংগ্ৰেছৰ অধ্যক্ষ ডি কে শিৱকুমাৰে আবেগিক হৈ পৰে। ডি কে এছৰ চকুত চকুলো নামি আহে আৰু তেওঁ ২০২০ত ছোনিয়া গান্ধীৰ সৈতে কাৰাগাৰত সাক্ষাতৰ অনুভৱক বিষয়ে উল্লেখ কৰে। তেওঁ মল্লিকাৰ্জুন খাৰ্গে আৰু সিদ্দাৰামায়া সহ তেওঁক সমৰ্থন কৰা সকলো নেতাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

আনহাতে কংগ্ৰেছৰ বিপুল বিজয়ৰ পাচতে কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব ইয়াকে লৈ ব্যাপক চৰ্চা লাভ কৰিছে। চৰ্চাত প্ৰদেশ কংগ্ৰেছৰ দুই শীৰ্ষ নেতা চিদ্দাৰামায়া আৰু ডি কে শিৱকুমাৰৰ নাম উচ্চাৰণ হৈছে যদিও দেওবাৰে পুৱা বেংগালুৰুত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকে নিৰ্বাচিত কৰিব দলৰ নেতা ৷ অৱশ্যে এই ক্ষেত্ৰত কংগ্ৰেছ হাইকামাণ্ডে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী নামত মোহৰ মাৰিব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Congress's Royal Victorykarnataka Assembly ElectionResults
publisher

publisher

Related Posts

Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ
News

April 26, 2026
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
News

Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
News

Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
News

Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

April 26, 2026
Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d