Caa:
➡️দেশজুৰি বলৱৎ নাগৰিকত্ব সংশোধনী আইনত মোহৰ মাৰিলে দিছপুৰেও ৷
➡️অসমতো কাৰ্যকৰী হ’ল নাগৰিকত্ব সংশোধনী আইন ৷
➡️কাৰ্যকৰীকৰণৰ বাবে নিৰ্দেশনা জাৰি ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ।
➡️২০১৪ ৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অহা ধৰ্মীয় বিতাড়িতই পাব নাগৰিকত্ব।
➡️হিন্দু, শিখ, বৌদ্ধ, পাৰ্চী, জৈন, খ্ৰীষ্টিয়ান ধৰ্মৰ লোকে পাব নাগৰিকত্ব।
➡️২০১৫ ৰ পিছৰ সকলে নাপাব নাগৰিকত্ব ৷
➡️নাগৰিকত্ব লাভৰ বাবে মুকলি কৰা হৈছে প’ৰ্টেল।
➡️indiacitizenshiponline.nic.inত কৰিব পাৰিব আবেদন।
➡️কা’ বলবতৰ পিছত যোৱা চাৰি মাহত আবেদন কৰিছে আঠজন লোকে ৷
➡️এই কথা এক সংবাদমেলত সদৰে কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷
➡️কা’ আন্দোলনকাৰীক তীব্ৰ কটাক্ষ ৷
➡️কা’ আন্দোলনত মৃত্যু হোৱা ৫ জন লোকৰ হিচাপ হ’ব।