Kokrajhar :প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সমাজ সেৱক মনোৰঞ্জন ব্ৰহ্মৰ মহানুভৱতা !

নিজৰ গাঠিৰ ধনেৰে সাপকাটা নৈৰ ফুংখা বান্ধ বান্ধি কৃষক ৰাইজক সহায়

kokrajhar 1

Kokrajhar :

কোকৰাঝাৰ জিলাৰ ২ নং দোতমা বিধান সভা সমষ্টিৰ ৰাম ফলবিল ভিছিডিছৰ অধীনত থকা প্ৰেম নগৰস্থ সাপকাটা ফুংখা নৈৰ বান্ধ ভাঙি যোৱাত কৃষক ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে । সেই হেতুকে প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সমাজসেৱক মনোৰঞ্জন ব্ৰহ্মই ৰাইজৰ দুখ দুৰ্দশাৰ কথা চিন্তা কৰি ব্যক্তি ভাবে নিজৰ গাঠিৰ ধনেৰে সাপকাটা নৈৰ ফুংখা বান্ধ বান্ধি দি ৰাইজৰ সহায় কৰে । মনোৰঞ্জন ব্ৰহ্মৰ মহানুভৱতাক সকলৱে শলাগ লৈছে ।

Exit mobile version