Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 Flood In Assam:নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা ৰাজ্যৰ তিনিটাকৈ নদীবান্ধৰ পানী দিয়া হ’ল খুলি !

কাবি লাংপিৰ পানীত বুৰ গৈছে নগাঁৱৰ বিস্তীর্ণ অঞ্চল, ৰঙানদীৰ পানী-অৰুণাচলত হোৱা বৰষুণৰ বাবে সকলো নদীৰ জলস্তৰ বৃদ্ধি, উপর্যুপৰি বিধ্বস্ত ডিমা হাছাও ,খহি গ'ল ৰাষ্ট্ৰীয় ঘাইপথ-ৰেলপথৰ ক্ষতিসাধন বৰাকৰ লগত সম্পূর্ণ বন্ধ পথ-ৰেল যোগাযোগ ব্যৱস্থা

publisher by publisher
May 29, 2024
in Assam, India, News
Reading Time: 3 mins read
0
 Flood In Assam:নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা ৰাজ্যৰ তিনিটাকৈ নদীবান্ধৰ পানী দিয়া হ’ল খুলি !
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Artificial flood in Jorabat:এজাক মুষলধাৰ বৰষুণত ডুব গ’ল যোৰাবাট

Artificial Flood in Guwahati:কৃত্রিম বানৰ কৱলত গুৱাহাটী, জুবিন ক্ষেত্ৰৰ সন্মুখৰ পথতো একাঁঠু পানী

Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

Flood In Assam:

সাগৰীয় ঘূর্ণী বতাহ ৰেমালৰ প্ৰভাৱত অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সোমবাৰৰ পৰা আৰম্ভ হোৱা বৰষুণৰ ফলত জলবিদ্যুৎ প্ৰকল্পৰ পৰাও সংশয় বৃদ্ধি হৈছে। প্রবল বৰষুণৰ বাবে বান্ধত জমা হোৱা পানী এৰি দিবলৈ বাধ্য হোৱাৰ ফলত ইতিমধ্যে জনবসতিপূর্ণ বিস্তীর্ণ অঞ্চল প্লাবিত হৈছে। বিশেষকৈ কাবিলাংপি আৰু কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াত নগাঁৱৰ বিভিন্ন স্থান প্লাবিত হৈছে। একেদৰে মেঘালয়ৰ বান্ধৰ পানী এৰি দিয়াতো ইয়াৰ প্ৰভাৱ অসমত ব্যাপকভাৱে পৰিছে।

ADVERTISEMENT

আকৌ অৰুণাচলত হৈ থকা বৰষুণৰ বাবে নামনি অসমৰ নদীসমূহৰ জলস্তৰ দ্রুতগতিত বৃদ্ধি হৈছে। জমা হোৱা পানীৰ হেঁচা হ্রাস কৰিবলৈ আজি ৰঙানদী বান্ধৰ এখন গেটো দুপৰীয়া মুকলি কৰি দিয়া হয়। ইয়াৰ মাজতে আকৌ ডিমা হাছাওত সৃষ্টি হৈছে নাজল-নাথল অবস্থা। পাহাৰীয়া জিলাখনত কালিৰে পৰা অব্যাহত থকা মুষলধাৰ বৰষুণে সাধাৰণ জনজীৱনত হাহাকাৰ লগাইছে। গুৰুত্বপূৰ্ণ পথ-দলং পানীৰ প্ৰবল সোঁতে খহাই নিছে। ইয়াৰ ফলত কেৱল ডিমা হাছাওৰ লগতে নহয়, বৰাক উপত্যকাৰ লগতো অসমৰ মাজেৰে পথ যোগাযোগ ব্যৱস্থা সম্পূর্ণ বন্ধ হৈ পৰিছে। ঠায়ে ঠায়ে প্রবল ভূমিস্খলনো অব্যাহত আছে।

আনহাতে,মঙলবাৰে কার্বিলাংপি জলবিদ্যুৎ প্রকল্পৰ চাৰিখন গেট কর্তৃপক্ষই খুলি দিবলৈ বাধ্য হয়। ফলত নগাঁও জিলাৰ বিস্তীর্ণ – অঞ্চল মুকলি কৰি দিয়া পানী বৈ অহা বৰাপানী নদীয়ে পাব্লিত কৰিছে। একেদৰে খুলি দিয়া হৈছে কপিলী জলবিদ্যুৎ প্ৰকল্পৰ অসম-মেঘালয় সীমান্তৰ খানদং বান্ধৰ সাতখন গেট খুলি দিয়া হৈছে
একেদৰে , দুপৰীয়া ৰঙানদী বান্ধৰ গেট খুলি দিয়া হয়। ইয়াৰ ফলত অৰুণাচলত হৈ থকা মুষলধাৰ বৰষুণৰ বাবে নামনিৰ ব্ৰহ্মপুত্র, সোৱণশিৰি, ৰঙানদী, ডিক্রং, কাকৈ, দুর্পাং, চেঁচা-পিছলা আৰু শিংৰা নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। লখিমপুৰ জলসম্পদ সংমণ্ডলে মঙলবাৰে বিয়লি সদৰী কৰা – তথ্য অনুসৰি, এই নদীকেইখনৰ জলপৃষ্ঠ বৃদ্ধিৰ গতি অব্যাহত আছে। ইয়াৰ ফলত নৈপৰীয়া অঞ্চলবোৰ বানৰ কবলত পৰাৰ সম্ভাৱনা বৃদ্ধি হৈছে।

পাৰ্বত্য জিলা ডিমা হাছাওত জটিল পৰিস্থিতি:

সোমবাৰে সন্ধিয়াৰ পৰা অব্যাহত থকা প্ৰবল বৰষুণৰ বাবে পাহাৰীয়া জিলা ডিমা হাছাওৰ স্বাভাৱিক জীৱন যাত্ৰা কার্যতঃ বিপর্যস্ত হৈ পৰিছে। বৰষুণৰ সমান্তৰালকৈ জিলাখনত ৰেমালৰ প্ৰভাৱত ধুমুহাৰ প্রকোপ যোৱা নিশাৰ পৰা মঙলবাৰৰ পুৱালৈকে অব্যাহত থাকে। পাহাৰৰ পৰা প্ৰবল বেগেৰে নামি অহা পানীৰ ধলে যোৱাকালি হাৰাংগাজাও হাফলং-শিলচৰ সংযোগী ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বৃহৎ অংশ এটা খহাই নিয়ে। একেদৰে ৰেল যোগাযোগো ব্যাহত হৈছে। লামডিং-বদৰপুৰ পাহাৰ লাইনৰ জাতিংগা-লামপুৰ আৰু নিউ হাৰাংগাজাও ষ্টেচ্ছনৰ মাজৰ একাধিক স্থানত পাহাৰৰ পৰা নামি অহা পানীয়ে ক্ষতিসাধন কৰিছে। ফলত এই পথছোৱাৰে সাময়িকভাৱে ৰেলৰ চলাচল বাতিল কৰা হৈছে।

শিলচৰ অভিমুখী শিলচৰ-শিয়ালদহ আৰু কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেল দুখন নিউ হাফলং চ্ছেনৰ পৰা লামডিঙলৈ ওভতাই পঠোৱা হৈছে। আগৰতলা-মুম্বাই ছুপাৰ ফাষ্ট এক্সপ্ৰেছখনো মাইবঙৰ পৰা লামডিঙলৈ ওভতাই নিয়া হয়। একেদৰে গুৱাহাটী-শিলচৰ যাত্রীবাহী ৰেলখন ডামছৰা চ্ছেনৰ পৰা শিলচৰলৈ ঘূৰাই নিয়া হয়। শিলচৰ-গুৱাহাটী যাত্রীবাহী ৰেলখনো বাতিল কৰা হৈছে।

অৱশ্যে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে উত্তৰ-পূব সীমান্ত ৰেলৱেই কে’বাখনো বেলৰ চলাচল বন্ধ কৰিছে অথবা যাত্রা সীমিত কৰিছে। অধিকাংশ পথ বোকা আৰু শিলে বন্ধ কৰি পেলাইছে। চলিত জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি নিশা আঠ বজাৰ পৰা অহা পহিলা জুনলৈ জাতিংগা-হাৰাংগাজাও পথেৰে গধুৰ ব্যৱসায়িক বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰা হৈছে বুলি ডিমা হাছাও জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে মঙলবাৰে এক নির্দেশ জাৰি কৰে। ইয়াৰ বিকল্প হিচাপে বৰাক উপত্যকা অভিমুখী তেনে বাহনবোৰক মেঘালয় হৈ যোৱাৰ বাবে নির্দেশ দিয়া হৈছে। ইপিনে, কাইলৈয়ো জিলাখনত সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। ৰাইজক বৰষুণৰ সময়ছোৱাত বাহিৰত নোলাবলৈও জিলা প্রশাসন তথা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে আহ্বান জনাইছে।

নগাঁৱত বিস্তীর্ণ অঞ্চল প্লাবিত-মথাউৰিলৈ ভাবুকি: কাবিলাংপি জলবিদ্যুৎ প্রকল্পৰ চাৰিখন গেট খুলি দিয়াৰ ফলত বান্ধৰ পানী বৰাপানী নদীয়েদি হোঁ-হোঁৱাই বৈ অহাত নদীখন ওফন্দি উঠিছে। ফলত খৰস্রোতা নদীখনৰ পানীয়ে নগাঁও জিলাৰ কে’বাখনো গাঁৱকো প্লাবিত কৰিছে। নগাঁও-কাৰ্বি আংলং সীমাৰ বৰচালি, নিজ লেংৰি, টেংৰাটকৰ উপৰি নগাঁও – জিলাৰ পুঠিমাৰী, মিছামাৰী, গৰুবন্ধা, ৰমণীপথাৰ, প্রমীলা জাৰণি, লংজাপত নদীৰ পানী সোমাইছে।

পানীয়ে বাঁহেৰে নির্মিত লীলাঘাট, লংজাপ-উদমাৰী, শিঙিমাৰি বজাৰ ঘাটৰ দলঙকেইখন উটুৱাই নিয়ে। আকৌ লংজাপ, পণ্ডিতঘাট, প্রমীলা – জাৰণি আদিত থকা জৰাজীৰ্ণ দুৰ্বল মথাউৰিৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে। ইপিনে, খানদং বান্ধৰ সাতখন গেট খুলিFlood দিয়াতো ৰাইজৰ মাজত আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। মেঘালয়ৰ ওমবাংচ’ৰ বিগত ৪৮ ঘণ্টা ধৰি অব্যাহত থকা – বৰষুণৰ বাবে সৃষ্টি হোৱা এই পৰিৱেশৰ ফলত কপিলী নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। জলপৃষ্ঠ বৃদ্ধিৰ গতি অব্যাহত থকাত নগাঁও জিলাৰ এক বৃহৎ অঞ্চল বানৰ কৱলত পৰাৰ আশংকা বাঢ়িছে।

ইপিনে, কার্বিলাংপি জলবিদ্যুৎ প্রকল্পৰ জল ভাণ্ডাৰৰ চাৰিখন শুইছ গেটৰ এক নম্বৰৰ দুই মিটাৰ, দুই নম্বৰৰ পাঁচ মিটাৰ, চাৰি নম্বৰৰ এক মিটাৰ আৰু সাত নম্বৰৰ ছয় মিটাৰ গভীৰতাৰ পানী আজি কর্তৃপক্ষই মুকলি কৰি দিয়ে। ইয়াৰ ফলত বৈঠালাংছ’ৰ লগতে দাঁতি কাষৰীয়া অঞ্চল ক্রমে মাইচাম গাঁও, নতুন বজাৰ, পুৰণা বজাৰ, লেঙেৰি, আমডুবি, থার্বে- আবি, ইংহিনলাংছ’, হাঞ্চে গাঁও আদিকে ধৰি প্ৰায় ১০ খনৰো অধিক গাঁও বাঢ়নী পানীয়ে বুৰাই পেলাইছে। বৈঠালাংছ’- বৰচালি সংযোগী পথটোৰ ওপৰেৰে পানী বাগৰাত দুয়োখন গাঁৱৰ যোগাযোগ বিচ্ছিন্ন হৈছে। বাঢ়নী পানীৰ বাবে বৃহত্তৰ বৈঠালাংছ’ অঞ্চলৰ পানী পাঁচ হেজাৰৰো অধিক পৰিয়াল ক্ষতিগ্রস্ত হোৱাৰ আশংকা কৰা হৈছে। উল্লেখ্য যে কার্বিলাংপী – জলবিদ্যুৎ প্রকল্পত আজিলৈকে পানী এৰাৰ সংকেট ধ্বনিৰ ব্যৱস্থা নহ’ল। ইয়াৰ ফলত ৰাইজ অধিক ক্ষতিগ্রস্ত হৈছে।

মুষলধাৰ বৰষুণৰ বাবে উমৰাংছৰ খানদং বান্ধৰ ৭ খনকৈ শ্লুইচ গেট খুলি দিয়া হ’ল :

দুই পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাচাওত মুষলধাৰ বৰষুণৰ বাবে কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্প আৰু উমৰাংছৰ খানদং বান্ধত পানী জমা হোৱাৰ বাবে ইতিমধ্যে কাৰ্বি লাংপিৰ প্ৰকল্পৰ পানী এৰি দিয়াৰ পাছতে অনুৰূপ ধৰণে উমৰাংছৰ খানদং বান্ধৰ ৭ খনকৈ শ্লুইচ গেট খুলি দিয়াৰ পিছত নৈ পৰীয়া অঞ্চলত নিশাৰে পৰা বাঢনি পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷

ইতিমধ্যে নৈ-উপনৈৰ জলপৃষ্ঠ বৃদ্ধিত শংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ। যাৰবাবে সংশ্লিষ্ট দুই জিলাৰ প্ৰশাসন সষ্টম হৈ থকাৰ লগতে ৰাইজকো সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Artificial FloodCyclone RemalHeavy RainfallThree DamsWater Released
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d