Terrible incident in the health sector:
ADVERTISEMENT
➡️ৰাজ্যৰ স্বাস্থ্য খণ্ডত ভয়ংকৰ ঘটনা।
➡️চলিতবৰ্ষৰ চাৰিমাহত মৃত্যু হৈছে এহেজাৰৰ অধিক শিশুৰ।
➡️চলিতবৰ্ষৰ এপ্ৰিলৰ পৰা ১৭ জুলাইলৈকে মৃত্যু হৈছে ১,১২২টা শিশু ৷
➡️এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে(এন এইছ এম) ৷




































