Ghograper:ঘগ্ৰাপাৰ বৰাজোলত ভয়ংকৰ দুৰ্ঘটনা

চুৰি কাৰ্যত ব্যৱহাৰ হোৱা বাহন দ খাৱৈত বাগৰি পৰিল

accident 2222

Ghograper:

ঘগ্ৰাপাৰ বৰাজোলত ভয়ংকৰ দুৰ্ঘটনা । চুৰি কাৰ্যত ব্যৱহাৰ হোৱা বাহন দ খাৱৈত বাগৰি পৰিল । উল্লেখ্য যে AS-25 S8296 নম্বৰৰ Swift Dzire বাহনখনৰে নিশা ঘগ্ৰাপাৰ ৰামপুৰ অজগড়া গাওঁৰ প্ৰদীপ দাসৰ ঘৰ পৰা টমটমৰ বেটাৰী চুৰি কৰি লৈ আহি থকা অৱস্থাত বৰাজোল চকত দূৰ্ঘটনা সংঘটিত হয় ।

চোৰ কেইজনে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে। ইতিমধ্যে ঘটনাস্থলীত ঘগ্ৰাপাৰ আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Exit mobile version