Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Chaygaon Protest : ছয়গাঁৱৰ ২নং ছাটাবাৰীত মৃতদেহ উদ্ধাৰ ,সুৰংগ পথৰ সমীপৰ দ খাৱৈত উপঙি থকা অৱস্থাত উদ্ধাৰ

পৰিয়ালৰ হত্যাৰ অভিযোগ ,ৰে'ল বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

publisher by publisher
October 27, 2022
in Assam, Crime, India, News
Reading Time: 2 mins read
0
Chaygaon Protest : ছয়গাঁৱৰ ২নং ছাটাবাৰীত মৃতদেহ উদ্ধাৰ ,সুৰংগ পথৰ সমীপৰ দ খাৱৈত উপঙি থকা অৱস্থাত উদ্ধাৰ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Chaygaon Protest;:কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ২ নং ছাটাবাৰীত আজি এজন লোকৰ মৃতদেহ উদ্ধাৰ হয়।

ADVERTISEMENT

উত্তৰ পূৱ সীমান্ত ৰেলৱে ৰঙিয়া সংমণ্ডলৰ অধীনৰ কামাখ্যা যোগীঘোপা পথৰ ২নং ছাটাবাৰীত সুৰংগ পথৰ সমীপৰ দ খাৱৈত উপঙি থকা অৱস্থাত বকো আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো ।

মৃতদেহটোৰ মুৰ আৰু মুখমণ্ডলত বিভিন্ন স্থানত আঘাত থকা দেখি পৰিয়াল তথা আত্মীয়ই এয়া এক হত্যাকাণ্ড বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে ।

উল্লেখযোগ্য যে, মৃতদেহ উদ্ধাৰ হোৱা স্থানত কালি বিয়লি ৰাইজে এখন চাইকেল আৰু এটা কাপোৰ থকা বেগ উদ্ধাৰ কৰি আৰক্ষীক অৱগত কৰিছিল ।

মৃত লোকজন মৰিগাঁও জিলাৰ ধৰমতুল ডেকা গাঁৱৰ নিবাসী লক্ষী ডেকা (৩০)বুলি জানিব পৰা গৈছে।

পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে,কোনো দুষ্কৃতিকাৰীয়ে লক্ষী ডেকাক হত্যা কৰি দ খাৱৈত পেলাই থৈছে। উল্লেখযোগ্য যে, মৃত লক্ষী ডেকা ছয়গাওঁ উদ্যোগিক বিকাশ কেন্দ্ৰৰ এটা কোম্পানীত কৰ্মৰত আছিল ।

ছয়গাওঁ উদ্যোগিক বিকাশ কেন্দ্ৰৰ সমীপত থকা ঢেলাচৰ গাঁৱত পানী গ্ৰহণ কৰা মৃত লক্ষী ডেকাই বিগত আঢ়ৈ বছৰ ধৰি বিকাশ কেন্দ্ৰ VKC ASSAM POLYMERS ত অপাৰেটৰ হিচাবে কৰ্মৰত আছিল। ছাটাবাৰীত পত্নী আৰু সন্তানৰ সৈতে ঘৰ ভাড়া কৰি আছিল ।

পৰিয়ালৰ পৰা জনা মতে,এটা সন্তানৰ পিতৃ লক্ষী ডেকাই দেৱালী উপলক্ষে নিজ গৃহ মৰিগাঁও ধৰমতুল ডেকা গাঁৱত গৈছিল।

যোৱা ২৫অক্টোবৰ মঙ্গলবাৰে পুনৰ নিজৰ কৰ্মস্থলী লৈ উভতি আহিছিল। উক্ত দিনাখন সন্ধিয়ালৈ পৰিয়ালৰ লোকৰ সৈতে ফোনত কথা বাৰ্তা চলিছিল লক্ষী ডেকাই।

নিশাৰ ভাগত ম’বাইল চুইটচ অফ পোৱাত পত্নীৰ লগতে লক্ষী ডেকাৰ পিতৃ গৃহত হাহাকাৰ লাগে। আজি ৰাতিপুৱালৈ মোৱাইল চুইটচ অফ পাইছিল পত্নী, পত্নী গৃহৰ লগতে নিজৰ পিতৃ গৃহত ।

ইয়াৰ মাজতে কালি সন্ধিয়া ২নং ছাটাবাৰীত ৰে’ল পথৰ দাঁতিত এক ককাল পানীৰে উপচি পৰা সুৰংগ পথৰ সমীপৰ দ খাৱৈ এটাৰ পাৰত এখন চাইকেল আৰু বেগ এটা উদ্ধাৰ হৈছিল।

আজি ৰাতিপুৱা প্ৰাত: ভ্ৰমণলৈ অহা একাংশ গাঁওবাসীয়ে দ খাৱৈটোত মৃতদেহ এটা উপঙি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে ।

ৰাইজৰ প্ৰতিবাদ :
———————
বিগত দিন ধৰি উত্তৰ পূৱ সীমান্ত ৰেলৱে ৰঙিয়া সংমণ্ডলৰ অধীনৰ কামাখ্যা যোগীঘোপা পথৰ ২নং ছাটাবাৰীত সুৰংগ পথচোৱা এক ককাল পানীৰে উপচি থাকে।

এক ককাল, এক আঠু পানীৰে অহা-যোৱা কৰিব লাগে ৰাইজে। মৃতদেহটো উপঙি থকা প্ৰত্যক্ষ কৰি ক্ষোভিত একাংশ গঞাই সুৰংগ পথত ৰে’ল বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰে ।

“ৰে’ল বিভাগ হায় হায়”, “ৰাজ্য চৰকাৰ হায় হায়”, “অবৈজ্ঞানিক পদ্ধতিৰে নিৰ্মাণ কৰা সুৰংগ পথ আমাক নালাগে” আদি শ্লোগান দি ক্ষোভ উজাৰে। মনকৰিবলগীয়া যে,বাৰিষা খৰালী পানীৰে উপচি থাকে সুৰংগ পথ চোৱা।

বাতৰিৰ শিৰোনামা দখল কৰাৰ পাছত বিভাগীয় ভাবে পুনৰ সুৰংগ পথচোৱা কিছু পৰিমাণে মেৰামতি কৰিছিল। তৎস্বতেও এজাক বৰষুণতে পানীৰে উপচি পৰে পথচোৱা ।

মুঠতে বছৰৰ অৰ্ধেক দিন পানীত ডুব গৈ থাকে সুৰংগ পথচোৱা। অভিযোগ বিজ্ঞান সন্মতভাৱে নিৰ্মাণ কৰা নাই ৰে’ল বিভাগৰ সুৰংগ পথ।

একাংশৰ মতে, সুৰংগ পথৰ সমীপত দকৈ মাটি কটাত দ খাৱৈৰ সৃষ্টি হৈছে। বিভাগীয় ভাবে দিয়া নাই কোনো সুৰক্ষা ব্যৱস্থা।

ৰে’ল আলিৰ পাৰেৰে কোনো লোকে হঠাতে পিছলি গ’লে পোনচাটেই দ খাৱৈত সোমাই পৰা সম্ভাৱনা প্ৰকট।

লক্ষী ডেকাও মৰিগাঁৱৰ পৰা উভতি আহি ৰে’ল ষ্টেচনৰ পৰা ৰে’ল পথেৰে পত্নী,সন্তানৰ কাষলৈ উভতাৰ বাটত ২নং ছাটাবাৰীৰ পিছলি পৰি দ খাৱৈত সোমাই গৈছিল।

মুঠতে বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে সুৰংগ পথ আৰু সমীপৰ খাৱৈ বৰ্তমান মৰণফাণ্ডত পৰিণত হৈছে বুলি ক্ষোভ উজাৰে।

বহু সময়ত সৰু বৰ দুৰ্ঘটনা এই ঠাইত সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে।

ঘটনাটোৱে অঞ্চলবাসী ৰাইজক ত্ৰাসিত কৰি তুলিছে। কথা হ’ল হত্যা বা পিছলি পৰি মৃত্যু মুখত পৰা দুইটা ক্ষেত্ৰতে কিন্তু বিভাগীয় ভাবে জগৰীয়া আৰোপ ক্ষোভিত ৰাইজৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ChaygaonCrimeMORIGAONProtestRailway drainyoung boy
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d