Keshab Mahanta:নতুন দিল্লীত কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধপালন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙক সাক্ষাৎ মীনমন্ত্ৰী কেশৱ মহন্তৰ

KESHAM MAHANTA

Keshab Mahanta:

নতুন দিল্লীত কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধপালন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙক সাক্ষাৎ মীনমন্ত্ৰী কেশৱ মহন্তৰ | কেন্দ্ৰীয়  মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙক সাক্ষাৎ কৰি অসমত উন্নত মানৰ মীন উৎপাদনৰ লগতে গুণগত মানৰ মাছৰ খাদ্য উৎপাদনৰ বৃহৎ প্ৰকল্প স্থাপনৰ বাবে কেন্দ্ৰীয় মীন মন্ত্ৰালয়ৰ সহায় বিচাৰে ৰাজ্যৰ মীন,পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই । মন্ত্ৰী মহন্তৰ সৈতে আছিল ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব কে চি ছামাৰিয়াও।

Exit mobile version