Economist Mohammed Yunus was preceded by 28 Nobel laureates:অৰ্থনীতিবিদ মহম্মদ ইউনুছৰ পূৰ্বে বিশ্বৰ ২৮ গৰাকী ন’বেল জয়ী হৈছিল ৰাষ্ট্ৰনেতা

yunuj prize

Economist Mohammed Yunus was preceded by 28 Nobel laureates:

অৰ্থনীতিবিদ মহম্মদ ইউনুছে বৃহস্পতিবাৰে বাংলাদেশ চৰকাৰৰ নেতৃত্ব লোৱাৰ লগে লগে এখন ৰাষ্ট্ৰৰ মুৰব্বী হোৱা ৩১ সংখ্যক নোবেল বঁটা বিজয়ী ৰূপে বিবেচিত হ’ল ৷ উল্লেখ্য যে,ইউনুছৰ পূৰ্বে নেলছন মেণ্ডেলা, আং ছান ছু কি, আনোৱাৰ সাদাতকে ধৰি বিশিষ্ট নেতাসকলে নোবেল বঁটা বিজয়ী সকলৰ তালিকাত স্থান পাইছিল যিসকল বঁটা লাভ কৰাৰ আগতে বা পিছত বা কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়তো নিজৰ দেশৰ শাসনত অধিষ্ঠিত হৈছিল।
ৰাষ্ট্ৰপতি হোৱা নোবেল বঁটা বিজয়ীসকলৰ তালিকা:

১) থিয়ডৰ ৰুজভেল্ট – আমেৰিকা,

২) উড্ৰ’ উইলছন – আমেৰিকা

৩) হজালমাৰ ব্ৰান্টিং – ছুইডেন

৪) উইন্সটন চাৰ্চিল – ব্ৰিটেইন

৫) উইলি ব্ৰেণ্ড – জাৰ্মানী

৬) আনোৱাৰ সাদাত – ইজিপ্ত

৭) মেনাচেম বিগিন – ইজৰাইল

৮) অস্কাৰ এৰিয়াছ চানচেজ – কোষ্টা ৰিকা

৯) মিখাইল গৰ্বাচেভ – ছোভিয়েট ইউনিয়ন

১০) ফ্ৰেডেৰিক উইলেম ডি ক্লাৰ্ক – দক্ষিণ আফ্ৰিকা

১১) ইজ্জাক ৰাবিন – ইজৰাইল

১২) ইয়াছেৰ আৰাফাত – পেলেষ্টাইন

১৩) কিম ডায়ে-জং – দক্ষিণ কোৰিয়া

১৪) বাৰাক ওবামা – আমেৰিকা

১৫) এলেন জনছন ছাৰলিফ – লাইবেৰিয়া

১৬) জুয়ান মেনুৱেল ছান্টোছ – কলম্বিয়া

১৭) আবি আহমেদ আলী – ইথিওপিয়া

১৮) অগাষ্ট বেৰনাৰ্ট – বেলজিয়াম

১৯) লিঅ’ন বুৰ্জোৱা – ফ্ৰান্স

২০) আৰিষ্টাইড ব্রায়াণ্ড – ফ্ৰান্স

২১) গুস্তাভ ষ্ট্ৰেছমেন – জাৰ্মানী

২২) লেষ্টাৰ বাউলছ পিয়ৰচন – কানাডা

২৩) ইছাকু সাটো – জাপান

২৪) লেচ ৱালেছা – পোলেণ্ড

২৫) আং ছান ছু কি – ম্যানমাৰ

২৬) নেলচন মেণ্ডেলা – দক্ষিণ আফ্ৰিকা

২৭) ছিমন পেৰেছ – ইজৰাইল

২৮) জোচে ৰামোছ হৰ্টা – ইষ্ট টিমৰ

Exit mobile version