Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Nobel laureate Dr. Mohammad Yunus sworn In As Chief Adviser To Bangladesh’s interim Government: :ন’বেল জয়ী মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰে ল’লে শপত

১৬ সহযোগী উপদেষ্টাৰ ভিতৰত শপত ল'লে ১৩জনে, কে'বাগৰাকী মহিলা সদস্য, ছাত্র নেতাও অন্তর্ভুক্ত, ঢাকাত ভাৰতৰ ভিছা কেন্দ্ৰ বন্ধ

publisher by publisher
August 9, 2024
in Uncategorized
Reading Time: 3 mins read
0
Nobel laureate Dr. Mohammad Yunus sworn In As Chief Adviser To Bangladesh’s interim Government: :ন’বেল জয়ী মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰে ল’লে শপত
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Nepal:নেপালৰ অন্তৱৰ্তী চৰকাৰৰ সম্ভাব্য মুৰব্বী হ’ব পাৰে প্রাক্তন মুখ্য ন্যায়াধীশ

Bangladesh Home Advicer:বাংলাদেশত অবৈধ মাৰণাস্ত্ৰৰ সন্ত্রাস !

Bangladesh Set To Get Interim Government Led By Nobel Winner Muhammad Yunus:আজি ন’বেল জয়ী মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশত গঠন হ’ব অন্তৱৰ্তী চৰকাৰ

Nobel laureate Dr. Mohammad Yunus sworn In As Chief Adviser To Bangladesh’s interim Government:

ফান্সৰ ৰাজধানী পেৰিছৰ পৰা উভতি জন্মভূমিত উপস্থিত হোৱা ন’বেল বিজয়ী অর্থনীতিবিদ মহম্মদ ইউনুছৰ নেতৃত্বত অৱশেষত বাংলাদেশত গঠন হ’ল অন্তর্বর্তীকালীন চৰকাৰ। বৃহস্পতিবাৰে নিশা আঠ বজাত ঢাকাৰ বংগ ভৱনত ইউনুছ আৰু তেওঁৰ ১৬ জন সহযোগী উপদেষ্টাৰ ১৩ জনে পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত লয়। ইয়াৰে কে’বাগৰাকীও মহিলা।

ADVERTISEMENT

ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনৰ উপস্থিতিত এই শপতগ্রহণ অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে ছাত্র আন্দোলনৰ
নিহতসকলৰ স্মৃতিত মৌন প্রার্থনা জনোৱা হয়। তাৰ পাছত পৰিবেশন কৰা হয় বাংলাদেশৰ জাতীয় সংগীত।

শপত লোৱা সদস্য- সদস্যাসকল হ’ল ছালেহ উদ্দিন আহমেদ, আছিফ নজৰুল, আদিলুৰ ৰহমান খান, হাছান আৰিফ, টৌহিব হুছেইন, ছৈয়দা ৰেজুৱানা হাছান, নাহিদ ইছলাম, আছিফ মাহমুদ সজীব ভূঞা, জেনেৰেল এম শ্বেখাৱট হুছেইন, ফৰিদা আখতাৰ, খালিদ হাছান, নুৰ জাহান বেগম আৰু ছাৰমিন মুৰছিদ। আনহাতে, ঢাকাত বৃহস্পতিবাৰে উপস্থিত নথকাৰ বাবে শপত লোৱা নহ’ল সুপ্রদীপ চাকমা, বিধানৰঞ্জন ৰয় আৰু ফাৰুকি আজমৰ।

উল্লেখ্য যে হাছিনা চৰকাৰৰ সংৰক্ষণ নীতিৰ বিৰুদ্ধে চলা আন্দোলনৰ ঐক্যমঞ্চ বৈষম্য বিৰোধী ছাত্র আন্দোলনক নেতৃত্ব দিছিল নাহিদ ইছলামে। তেওঁৰ অন্তৱর্তীকালীন চৰকাৰত অন্তর্ভুক্তি এক লক্ষ্যণীয় বিষয় হিচাপে পৰিগণিত হৈছে।

ইপিনে, দায়িত্ব ল’বলৈ বৃহস্পতিবাৰে দুপৰীয়া ২-১০ বজাত পেৰিছৰ পৰা আহি ঢাকাৰ শ্বাহজাহাল আন্তর্জাতিক বিমানকোঠত উপস্থিত হয় ইউনুছ। বিমানকোঠতে তেওঁক দেশখনৰ তিনিওটা সামৰিক বাহিনীৰ মুৰব্বীসকলে আদৰণি জনায়। তদুপৰি ছাত্ৰ আন্দোলনৰ সমন্বয়কসকলেও তেওঁক আদৰে। ইয়াৰ পাছতেই ইউনুছে বাংলাদেশত প্রথমে শান্তি-শৃংখলা প্রতিষ্ঠা কৰাই তেওঁৰ লক্ষ্য বুলি সদৰী কৰে।

সেই লক্ষ্যৰে তেওঁ দেশবাসীক উদ্দেশি বার্তা দিয়ে এনেদৰে, ‘মোৰ ওপৰত আস্থা ৰাখক। দেশত কাৰো ওপৰত আক্ৰমণ নচলিব।’ বাংলাদেশৰ সংবাদ মাধ্যমত প্রকাশিত অনুসৰি, ইউনুছে এই ছাত্র আন্দোলনক দেশখনৰ দ্বিতীয় স্বাধীনতা বুলি অভিহিত কৰিছে। সেয়েহে এই স্বাধীনতা ৰক্ষাৰো আহ্বান জনায়। তেওঁ কয়, ‘এই স্বাধীনতা আমি সুৰক্ষিত কৰিব লাগিব। আজি আমাৰ গৌৰৱৰ দিন। যি বিপ্লৱৰ জৰিয়তে দেশৰ তৰুণসকলে নতুন বিজয় দিৱসৰ সৃষ্টি কৰিলে, তাক সন্মুখত ৰাখি আমি আগুৱাই যাব লাগিব। যিসকলে ইয়াক সম্ভৱ কৰিলে, তেওঁলোকক কৃতজ্ঞতা জনাইছো। তেওঁলোকে বাংলাদেশক ৰক্ষা কৰিলে। বাংলাদেশক পুনৰ জন্ম দিলে। চৰকাৰক দেখিলে মানুহ উৎফুল্লিত হ’ব। আমি বাংলাদেশ এটা পৰিয়াল।’ ইয়াৰ মাজতে ইউনুছে হাছিনা চৰকাৰৰ নীতিক সমালোচনাও কৰে।

#ভাৰতৰ ভিছা কেন্দ্র অনির্দিষ্ট কাললৈ বন্ধ:

বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ বাবে দেশখনত থকা ভাৰতৰ ভিছা কেন্দ্ৰটো আজি অনির্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হয়। ইয়াৰ ফলত দেশখনত থকা কোনো ভাৰতীয়ই ভিছাৰ বাবে আবেদন কৰিব নোৱাৰিব। আবেদনৰ পৰৱৰ্তী তাৰিখ এছএমএছযোগে ইতিমধ্যে আবেদন কৰা সকলক অৱগত কৰা হ’ব বুলি কেন্দ্ৰৰ পৰা জনোৱা হৈছে।

উল্লেখ্য যে ইতিমধ্যে ভাৰত চৰকাৰে বাংলাদেশত থকা উচ্চায়ুক্তৰ কাৰ্যালয় আৰু কনছুলেটৰৰ অপ্রয়োজনীয় কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালসকলক দেশখনৰ পৰা ঘূৰাই আনিছে। বাংলাদেশত সৃষ্টি হোৱা অস্থিৰ পৰিস্থিতিৰ বাবেই চৰকাৰে এনে স্থিতি গ্রহণ কৰে।

উল্লেখ্য যে ঢাকাত ভাৰতৰ উচ্চাযুক্ত আৰু ছিটাগং-ৰাজশ্বাহী-খুলনা- চিলেটত কনছুলেট আছে। বৃহস্পতিবাৰে সংসদত ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰে সদৰী কৰে যে বাংলাদেশত প্ৰায় ১৯ হেজাৰ ভাৰতীয় নাগৰিক আছে আৰু তাৰে ন হেজাৰ শিক্ষার্থী।

জয়শংকৰে জনায় যে অধিকাংশ ছাত্র-ছাত্রী ইতিমধ্যে ভাৰতলৈ উভতি আহিছে। তদুপৰি ভাৰত চৰকাৰে দেশখনত থকা ভাৰতীয় লোকসকলৰ লগত যোগাযোগ ৰক্ষা কৰি চলিছে। তদুপৰি বাংলাদেশত থকা দেশখনৰ সংখ্যালঘু লোকসকলৰ নিৰাপত্তাৰ ওপৰতো সূক্ষ্ম দৃষ্টি ৰাখিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Chief Adviser To BangladeshInterim GovernmentNobel laureate Dr. Mohammad Yunus sworn
publisher

publisher

Related Posts

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত
Uncategorized

Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d