Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Facebook post of Akhil Gogoi undergoing treatment at GMCH:জিএমচিএইছত চিকিৎসাধীন অখিল গগৈৰ ফেচবুক পোষ্টক লৈ তুমুল প্ৰতিক্ৰিয়া

আৰক্ষীয়ে বিধানসভালৈ যোৱাত বাধাৰোপৰ অভিযোগ, ফেচবুক পোষ্টক গগৈ আৰু তেওঁৰ দলৰ ভাস্ক’ ডি শইকীয়াৰ ফোন টেপিং কৰাৰ অভিযোগ, ফেচবুক পোষ্টত সংলগ্ন দুখন কাৰ্টুনৰ আঁত ধৰি কাৰ্টুন প্ৰিণ্ট কৰা প্ৰেছত আৰক্ষীৰ অভিযানৰ অভিযোগ, গগৈৰ অভিযোগ সন্দৰ্ভত মহানগৰ আৰক্ষীৰ স্পষ্টীকৰণ

publisher by publisher
August 30, 2024
in Uncategorized
Reading Time: 3 mins read
0
Facebook post of Akhil Gogoi undergoing treatment at GMCH:জিএমচিএইছত চিকিৎসাধীন অখিল গগৈৰ ফেচবুক পোষ্টক লৈ তুমুল প্ৰতিক্ৰিয়া
2
SHARES
16
VIEWS
ShareShareShareShare

Facebook Post of Akhil Gogoi undergoing treatment at GMCH:

শিৱসাগৰ বিধায়ক অখিল গগৈৰ এক ফেচবুক পোষ্টক লৈ আজি ব্যাপক চৰ্চা লাভ কৰে ৷ শাৰীৰিক অসুস্থতাৰ বাবে দুদিন পূৰ্বে জিএমচিএইছত চিকিৎসাধীন হৈ থকা বিধায়ক গৰাকীয়ে শুক্ৰবাৰে পুৱাতে ফেচবুকত এটা পোষ্ট কৰি অসম আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ বিষেদাগাৰ প্ৰকাশ কৰিছিল ৷ তেওঁ পোষ্টটোত লিখিছিল,অলপ সুস্থ হৈছিলো বাবে আজি বিধানসভালৈ যাবলৈ সাজু হৈছিলো। এখন বেনাৰ বনাইছিলো বৰ্তমান পৰিস্থিতিক লৈ। পুলিচে প্ৰেছটোকে ঘেৰাও কৰিছে আৰু মোকো জিএমচিৰ পৰা ওলাবলৈ অনুমতি নিদিলে!’’

ADVERTISEMENT

akhil 2আনহাতে ,বিধায়ক গগৈয়ে উল্লিখিত পোষ্টটোৰ পিছত আন এটা পোষ্ট আপলোড কৰে ফেচবুকত ৷ এইবাৰ পোষ্টটোৰ লগত সন্নিৱিষ্ট কৰে দুখন কাৰ্টুন ৷ কাৰ্টুনৰ কেপচন লিখিছিল ‘মিয়া অ’ মিয়া ২৬ৰ বৈতৰণী পাৰ কৰি দিয়া’। একেদৰে কেপচনত লিখিছিল যে,তেওঁক আৰু দলৰ নেতা ভাস্ক’ ডি শইকীয়াৰ ফোন টেপিং কৰাৰ গুৰুতৰ অভিযোগ কৰি উল্লিখিত কাৰ্টুন দুখন প্ৰিন্টিং কৰা প্ৰেছত আৰক্ষীয়ে অভিযান চলাইছে বুলি প্ৰকাশ কৰে।

RelatedPosts

Facebook Post :মুখ্য তথ্য আয়ুক্ত পদ ত্যাগ কৰাৰ পিছত ভাস্কৰজ্যোতি মহন্তৰ দীঘলীয়া পোষ্ট ফেচবুকত

Flutist Dipak Sarma:বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা পাঁচ লাখ টকাৰ অনুদান

Zubeen Garg Post mortem report: জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰদান গৰিমা শইকীয়া গাৰ্গক

উল্লেখ্য যে অসুস্থতাৰ বাবে জিএমচিএই’ত চিকিৎসাধীন বিধায়ক গগৈয়ে আজি সুস্থ হোৱা হেতুকে বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ অন্তিম দিনটোত অংশ ল’বলৈ যাবলৈ বিচাৰিছিল ৷ একেদৰে বিধানসভাত প্ৰতিবাদ কৰিবৰ বাবে এখন বেনাৰ প্ৰস্তুত কৰিছিল বুলিও তেওঁৰ ফেচবুকত উল্লেখ কৰে ৷ আনহাতে আৰক্ষীয়ে ঘটনাক্ৰমে বেনাৰ আৰু অখিল গগৈৰ কাৰ্টুন প্ৰিন্ট কৰা মহানগৰীৰ জয়া নগৰস্থ ‘মা ভবানী’ প্ৰেছত অৰ্তকিতে অভিযান চলাই বেনাৰ খন জব্দ কৰাৰ লগতে চীল কৰে প্ৰেছটো ৷ একেদৰে বেনাৰ- কাৰ্টুনৰ ডিজাইন প্ৰস্তুত কৰাৰ অভিযোগত আটক কৰে জামশ্বৰ আলী নামৰ এজন যুৱকক ৷
উল্লেখ্য যে , বিধায়ক গৰাকী সুস্থ নোহোৱাৰ বাবে আজি জিএমচিয়ে ৰিলিজ নকৰিলে ৷

akhil 3ইফালে ,অখিল গগৈ কেন্দ্ৰীক এই চৰ্চাৰ মাজতে কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ এই সন্দৰ্ভত কাৰ্টুনিষ্ট গৰাকীয়ে ফেচবুক পোষ্ট কৰি উল্লেখ কৰে যে,’এই কাৰ্টুনখনৰ বিষয়বস্তু যোৱা ২৮ আগষ্টত প্ৰকাশিত আমাৰ সংশ্লিষ্ট কাৰ্টুনখনৰ পৰা নকল কৰা হৈছে। অখিল গগৈৰ দৰে এজন দায়বদ্ধ ৰাজনীতিকে এনে দুষ্কাৰ্যৰ পোষকতা কৰাটো অতি নিন্দনীয় আৰু আমাৰ শিল্পকৰ্মৰ প্ৰতি চূড়ান্ত অপমান।’’

আনহাতে অখিল গগৈয়ে তেওঁৰ বেনাৰ পোষ্টাৰ – কাৰ্টুনক লৈ অসম আৰক্ষীৰ বিৰুদ্ধে কেতবোৰ উদ্থাপিত অভিযোগ সন্দৰ্ভত অসম আৰক্ষীৰ স্পষ্টিকৰণ দিয়ে ৷ স্পষ্টিকৰণটি হ’ল ‘সংবাদমাধ্যমত প্ৰচাৰিত এটি বাতৰি মহানগৰ আৰক্ষীৰ দৃষ্টিগোচৰ হৈছে য’ত কোৱা হৈছে যে আৰক্ষীয়ে সন্মানীয় বিধায়ক শ্রীযুত অখিল গগৈক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ (GMCH) পৰা ওলাবলৈ অনুমতি নিদিলে যাৰ কাৰণে বিধায়ক গৰাকী বিধানসভাত উপস্থিত থাকিব নোৱাৰিলে।

akhil 4ইয়াৰদ্বাৰা বিষয়তো স্পষ্ট কৰি দিয়া হয় যে আজি ৰাতিপুৱা মহানগৰ আৰক্ষীয়ে কৰ্তব্য পালন কৰি থাকোতে বিধানসভা চৌহদৰ সমীপত এগৰাকী সন্দেহজনক ব্যক্তিক সোধপোছ কৰে আৰু তেওঁৰ পৰা এখন বেনাৰ জব্দ কৰে। ব্যক্তিজনৰ নাম জমছেৰ আলী, বিজনী আৰক্ষী চকী, জিলা চিৰাং। বেনাৰত লিখি থোরা কথাখিনি যথেষ্ট আপত্তিজনক। অধিক সোধাপোছাৰ কাৰণে ব্যক্তিজনক আৰক্ষীয়ে নিজৰ হেফাজতত ৰাখিছে। সংবাদমাধ্যমত প্ৰচাৰিত বাতৰিতো যদি সত্য হয়, তেনেহলে এই আপত্তিজনক বেনাৰখন সন্মানীয় বিধায়ক গৰাকীৰ নিৰ্দেশমতে বনোৱা হৈছিল। পৰৱৰ্তী তদন্তত সকলো কথা পোহৰলৈ আহিব।

বাতৰিটোত আৰু কোৱা হৈছে যে সন্মানীয় বিধায়ক গৰাকীক GMCH ৰ পৰা ওলাবলৈ আৰক্ষীয়ে অনুমতি প্ৰদান নকৰিলে। ইয়াৰ দ্বাৰাই এইটোও স্পষ্ট কৰি দিয়া হয় যে সম্মানীয় বিধায়ক গৰাকী স্বাস্থ্যজনিত কাৰণত GMC ত ভর্তি হৈ থকা বুলি সংবাদ মাধ্যমৰ বাতৰিৰ পৰাই গম পোৱা গৈছে। মহানগৰ আৰক্ষীৰ একো ভুমিকা এই সংক্রান্তত নাই। বিধায়ক গৰাকীৰ লগত যিহেতু চৰকাৰী নিৰাপত্তাৰক্ষী আগৰে পৰাই আছে। মহানগৰ আৰক্ষীৰ কোনো ব্যক্তি GMCHত মোতায়ন কৰা নাই। ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ সিদ্ধান্ত চিকিৎসকে লয়। ইয়াত অৰক্ষীৰ কোনো ভূমিকা নাই।

akhil gogoi mainমনকৰিবলগীয়া যে,অখিল গগৈয়ে আজি মুখ্যমন্ত্ৰীক ব্যংগ কৰি লিখা এক কাৰ্টুন সংলগ্ন বেনাৰ লৈ জিএমচিএইছৰ চিকিৎসাধীন স্থানৰ পৰাই প্ৰতিবাদ সাব্যস্ত কৰে ফেচবুকৰ জৰিয়তে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Akhil Gogoi undergoing treatmentASSAM POLICE CLARIFICATIONCartoonist Rituparno Rajbanshi's reactionFacebook postGMCH
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d