Computer Teacher Protest In Sasal:শিক্ষক দিৱসৰ দিনাই মহানগৰীৰ চচলত শিক্ষকৰ উত্তাল প্রতিবাদ

sasal

Computer Teacher Protest In Sasal:

শিক্ষক দিৱসৰ দিনটোতে মহানগৰীৰ চচলত প্ৰতিবাদত বহিল শিক্ষক । সদৌ অসম কম্পিউটাৰ শিক্ষক সন্থাৰ শিক্ষক দিৱস বর্জন কার্যসূচী ৰূপায়ন কৰে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা নিযুক্তিপ্রাপ্ত দুই শতাধিক কম্পিউটাৰ শিক্ষকে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ নকৰাৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘটত বহে ৷ প্ৰতিবাদী শিক্ষক – শিক্ষয়িত্ৰী সকলে বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷

Exit mobile version