Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    ১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

    দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

    তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

    শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

    ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজ্যৰ সকলো শিক্ষকৰ তথ্য আপলোডৰ বাবে প’ৰ্টেল মুকলি, মাৰ্চৰ ভিতৰত সমাপ্ত হ’ব টেট নিযুক্তি প্ৰক্ৰিয়া

নিয়মীয়াকৰণ নহয় ঠিকাভিত্তিক শিক্ষকৰ চাকৰি, বন্ধ হ'ব শিক্ষাবিভাগৰ দালালৰাজ

publisher by publisher
November 23, 2021
in Assam, India, News
Reading Time: 1 min read
0
ৰাজ্যৰ সকলো শিক্ষকৰ তথ্য আপলোডৰ বাবে প’ৰ্টেল মুকলি, মাৰ্চৰ ভিতৰত সমাপ্ত হ’ব টেট নিযুক্তি প্ৰক্ৰিয়া
4
SHARES
38
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মৰ্মে আজি বাগসা জিলাৰ শালবাৰী মহকুমা সদৰত শিক্ষামন্ত্রী ৰণোজ পেগুৱে হঠাৎ উপস্থিত হৈ শালবাৰী মহাবিদ্যালয়, শালবাৰী চিকিৎসালয়, শালবাৰী মহকুমাৰ কাৰ্যালয়ৰ লগতে সাউদৰভিঠা প্ৰাথমিক চিকিৎসালয় পৰিদৰ্শন কৰে । পৰিদৰ্শন কৰি মন্ত্রী পেগুৱে সংবাদ মাধ্যমৰ স’তে হোৱা আলোচনাত কয়, “কাইলৈ বঙাইগাঁৱত অসম চৰকাৰৰ এখন কেবিনেট বৈঠক অনুষ্ঠিত হ’ব । প্ৰতিমাহৰ শেষৰ সপ্তাহত অনুষ্ঠিত কেবিনেট বৈঠকখন গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হয় । গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত প্ৰতিখন কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ আগতে মুখ্যমন্ত্রীৰ পৰামৰ্শ অনুসৰি আমি এখন মহকুমা পৰিদৰ্শন কৰিব লাগে হেতুকে আজি আমি বাগসা জিলাৰ শালবাৰী মহকুমা পৰিদৰ্শন কৰিলো । ইয়াৰ প্ৰতিবেদন মুখ্যমন্ত্রী মহোদয়ক দিম । আনহাতে, কেবিনেট বৈঠকৰ পৰা উভতি যোৱাৰ পিছতো আমি এখনকৈ মহকুমা পৰিদৰ্শন কৰিব লাগে । ইয়াৰ জৰিয়তে বিভিন্ন জিলা মহকুমাৰ বিষয়ে প্ৰত্যক্ষভাৱে নীৰিক্ষণ কৰি আমাৰ লগতে জিলা মহকুমাৰ কাৰ্যালয় বিষয়া সকলো উপকৃত হ’ব ৷’

ADVERTISEMENT

এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ অভিনৱ পন্থাৰ শলাগ লয় শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰী গৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয়, ‘টেট এটা কণ্টিনোৱাচ প্ৰক্ৰিয়া ৷ যেতিয়াই তেতিয়াই আমাৰ বিভিন্ন ধৰণৰ চৰকাৰী নথিপত্ৰ পুনৰীক্ষণ হয় ৷ কালিৰ পৰা অসমৰ সকলো কেটেগৰীৰ শিক্ষকক এটা প’ৰ্টেলত নিজৰ নিজৰ তথ্যপাতি পঞ্জীয়ন কৰিবলৈ কোৱা হৈছে ৷ ইয়াৰ উদ্দেশ্য-বদলীকৰণ ৷ তাৰ লগে লগে শিক্ষকসকলৰ যি মেনেজমেণ্ট, ক’ত তেওঁলোক নিযুক্ত হ’ব, ক’ত বেছি শিক্ষক, ক’ত কম শিক্ষক আছে সেই ব্যৱস্থাপনাৰ বাবে প’ৰ্টেলৰ ব্যৱস্থা কৰিছো ৷ প’ৰ্টেলত যি অতি প্ৰয়োজনীয় নথিপত্ৰ যেনে প’ষ্ট গ্ৰেজুৱেট, বিএড, ডিএলএড, টেট আদিৰ তথ্য শিক্ষকসকলে আপলোড কৰিব লাগিব ৷ আপলোড কৰা প্ৰক্ৰিয়াত তাৰ পৰীক্ষা নিৰীক্ষা কৰা হ’ব ৷ যিহেতু টেটক লৈ দুই এটা কেছ ধৰা পৰিছে, ভুৱা চাৰ্টিফিকেটৰ কথা ওলাইছে ৷ গতিকে সেয়া সতৰ্কতাৰে পৰীক্ষা নিৰীক্ষা কৰা হ’ব ৷ ভুৱা টেটক লৈ বিটিএডিতে নহয় ৰাজ্যখনতে ব্যৱস্থা হাতত লোৱা হ’ব ৷’

দুষ্টচক্ৰৰ জালত যাতে কোনো যুৱক-যুৱতীয়ে ভৰি নিদিয়ে তাৰ বাবে অনুৰোধ জনাই শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, ‘অসমত টেট নিয়মীয়াকৈ অনুষ্ঠিত হৈ থাকিব ৷ অহা মাৰ্চৰ ভিতৰত সকলো টেটকে নিযুক্তি দিয়া আমি শেষ কৰিম ৷ শিক্ষা বিভাগটোক নতুন শিক্ষানীতিৰ আধাৰত ইয়াৰ অলপ গাঁথনিগত পৰিৱৰ্তন অনাৰ বাবে পদক্ষেপ লৈছো ৷ যিটো দুই-এদিনতে সকলোৱে গম পাব ৷ যি শৈক্ষিক প্ৰশাসন তাতো আমি সংশোধন অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছো ৷ একেটা সময়তে শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাঁথনি আৰু মানদণ্ড উন্নত কৰাৰ কাৰণে শিক্ষক সকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা হাতত লৈছো ৷ টেটত পাছ কৰাই দিয়াৰ নামত এক দুষ্ট চক্ৰই ম’বাইলৰ জৰিয়তে যি মেছেজ দিয়াৰ ভয়ংকৰ জাল ৰচনা কৰিছে সেই বিষয়ত চিআইডিক দ্বায়িত্ব দিয়া হৈছে ৷ শিক্ষা বিভাগত যদি দালালৰাজ আছে তাৰ বিৰুদ্ধেও চৰকাৰৰ অভিযান অব্যাহত থাকিব ৷’

তেওঁ লগতে কয়, ‘বাণীকান্ত কাকতি কম্পিউটাৰ আঁচনিৰ অন্তৰ্ভুক্ত যি ঠিকাভিত্তিক কৰ্মচাৰী আছে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰা নহয় ৷ একেদৰে, কোনো ঠিকাভিত্তিক শিক্ষকৰে চাকৰি নিয়মীয়াকৰণ নহয় ৷ কিন্তু তেওঁলোকক ৬০ বছৰ বয়সলৈকে চাকৰিৰ এটা গেৰেণ্টি দিব পৰা যায় নেকি, সমাহাৰত বেতন দিব পৰা যায় নেকি এই কথাবিলাক পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে ৷’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Himanta Biswa SarmaRanoj PeguSalbari
publisher

publisher

Related Posts

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
Assam

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

October 16, 2026
১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে
India

১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

October 16, 2026
দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক
Assam

দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d