Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Mukesh Ambani Buys India’s First Boeing 737Max:এইবাৰ এহেজাৰ কোটিটকীয়া বিমানৰ গৰাকী হ’ল মুকেশ আম্বানী

বিশ্বৰ অন্যতম ব্যয়বহুল বিমান ক্রয় কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হ'ল আম্বানি, ছুইজাৰলেণ্ডৰ পৰা আহি দিল্লীত উপস্থিত হ'ল বয়িং-৭৩৭ মেক্স-৯

samimsultana by samimsultana
September 21, 2024
in India, News
Reading Time: 3 mins read
0
Mukesh Ambani Buys India’s First Boeing 737Max:এইবাৰ এহেজাৰ কোটিটকীয়া বিমানৰ গৰাকী হ’ল মুকেশ আম্বানী
3
SHARES
34
VIEWS
ShareShareShareShare

Mukesh Ambani Buys India’s First Boeing 737Max:

মাথোঁ কেইমাহমান পূর্বে কনিষ্ঠ পুত্ৰৰ ৰাজকীয় বিবাহ সম্পন্ন কৰি চৰ্চালৈ অহা বিখ্যাত উদ্যোগপতি মুকেশ আম্বানী এইবাৰ এখন বিলাসী বিমান ক্রয়ৰ বাবে চর্চালৈ আহিছে। অত্যাধুনিক বয়িং-৭৩৭ মেক্স-৯ বিমানৰ গৰাকী হৈছে ভাৰতীয় উদ্যোগপতিজন।

ADVERTISEMENT

দেশৰ সবাতোকৈ চহকী ব্যক্তি আম্বানীয়ে এহেজাৰ কোটি টকাত এই বিমান ক্রয় কৰে। দীর্ঘ দূৰত্ব যাত্রা কৰিব পৰা এনে বিমান ক্ৰয় কৰিব পৰা প্ৰথমজন ভাৰতীয় হ’ল উদ্যোগপতিজন। এই ব্যয়বহুল বিমানখন ইতিমধ্যে ভাৰতলৈ অনা হৈছে। ভাৰতলৈ অনাৰ পূৰ্বে বিমানখনৰ কে’বা তৰপীয়া আধুনিকীকৰণ সম্পন্ন কৰা হয়।

RelatedPosts

RISING NORTHEAST INVESTORS SUMMIT 2025:উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে ৰিলায়েন্সে ৭৫ হাজাৰ কোটিৰ বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ

১৩.১৪ কোটিটকীয়া কালিনন গাড়ী ক্রয় আম্বানীৰ

ৰিলয়েন্সৰ দায়িত্ব এৰিব মুকেশে,নিজে দিলে ইংগিত

তদুপৰি কে’বাটাও পৰীক্ষণ যাত্রা সম্পন্ন কৰাৰ পাছতে সংশ্লিষ্ট প্রতিষ্ঠানে বিমানখন আম্বানীক হস্তান্তৰ কৰে। বিমানখনৰ এই কে’বা তৰপীয়া আধুনিকীকৰণ সম্পন্ন কৰা হয় ছুইজাৰলেণ্ডৰ বাছেলস্থিত এটা বিমানকোঠত।

এই আধুনিকীকৰণৰ সময়ত বিমানৰ উৰণ কক্ষ আৰু আভ্যন্তৰীণ অংশসমূহৰ উন্নীতকৰণ কৰা হয়। যোৱা বছৰৰ ২৩ এপ্ৰিলৰ পৰা এই বিমান বাছেলৰ বিমানকোঠটোত ৰখা হৈছিল। কে’বা তৰপীয়া আধুনিকীকৰণ সম্পন্ন কৰাৰ পাছত বিমানখনৰ ছটা পৰীক্ষণ যাত্রা সম্পন্ন কৰা হয়।

এই পৰীক্ষণ যাত্ৰাৰ সময়ত বিমানখনে বাছেলৰ পৰা জেনেভা আৰু লণ্ডনৰ লুটন বিমানকোঠলৈ চলোৱা হয়। অৱশেষত এই বছৰৰ ২৭ আগষ্টত বিমানখনে বাছেলৰ পৰা দিল্লী অভিমুখে উৰা মাৰে। ন ঘণ্টাৰো অধিক সময় কৰা যাত্ৰাৰ অন্তত ৬,২৩৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি দিল্লীত উপস্থিত হয়।

২৮ আগষ্টত বিমানখন দিল্লীত উপস্থিত হোৱাৰ পাছত দিল্লী বিমানকোঠৰ কাৰ্গ’ টার্মিনেললৈ নিয়া হয়। তাতে বিমানখন ৰখাৰ ব্যৱস্থা কৰা হয়। তাৰ পৰা ৰিলায়েন্স ইণ্ডাস্ট্রিজৰ মুখ্য কাৰ্যালয় অৱস্থিত মুম্বাইলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে। এই বিলাসী বিমানখন ক্ৰয়ৰ লগে লগে আম্বানী দেশৰে অন্যতম সর্বাধিক ব্যয়বহুল তথা একক ব্যক্তিগত বিমানৰ গৰাকীত পৰিণত হৈছে।

➡️বয়িং-৭৩৭ মেক্স-৯ৰ বিশেষত্ব

বয়িং-৭৩৭ মেক্স-৯ৰ বিমানৰ কে’বাটাও বিশেষত্ব আছে। বিশ্বৰ অন্যতম সর্বাধিক ব্যয়বহুল বিমানৰূপে চিহ্নিত এই বিমানখন দুটা চিএছএমআই লীপ-১বি ইঞ্জিনযুক্ত। এই বিমানে এটা যাত্রাতে ১১,৭৭০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে। অৱশ্যে বিমানখনৰ মূল্য ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ৯০০ কোটি টকাহে। আম্বানীয়ে বিমানখনৰ কে’বাটাও আধুনিকীকৰণ সংযোজন কৰাৰ ফলত ইয়াৰ দাম এহেজাৰ কোটি টকা হয়। বয়িং-৭৩৭ মেক্স-৯ বিমানৰ আন এটা বৈশিষ্ট্য হ’ল ইয়াৰ উৰণ কক্ষ অথবা কেবিন বহু ডাঙৰ। একেদৰে মাল-বস্তু ৰখা স্থানো তুলনামূলকভারে বিশাল হয়।

➡️১০ খন ব্যক্তিগত বিমান আছে ৰিলায়েন্স ইণ্ডাস্ট্রিজৰ

মুকেশ আম্বানী মালিকানাধীন ৰিলায়েন্স ইণ্ডাস্ট্রিজৰ ব্যক্তিগত বিমানৰ সংখ্যা সম্প্রতি ১০ খনলৈ বৃদ্ধি পাইছে। বয়িং-৭৩৭ মেক্স-৯ বিমানখন ক্ৰয়ৰ পূৰ্বেও প্রতিষ্ঠানটোৰ নখন দামী বিমান আছিল। ইয়াৰে এয়াৰ বাছ এ-৩১৯-এচিজে বিমানখন বিগত ১৮ বছৰতকৈ অধিক কাল প্রতিষ্ঠানটোৱে ব্যৱহাৰ কৰি আছে।

তদুপৰি প্ৰতিষ্ঠানটোৰ দুখন বম্বাৰডিয়াৰ গ্ল’বেল-৫০০০ বিমান আছে। প্রতিষ্ঠানটোৰ আন এখন বিমান হ’ল বম্বাৰডিয়াৰ গ্ল’বেল-৬০০০। এই বিমানে অতি দ্রুতগতিত চলাচল কৰিব পাৰে আৰু দীর্ঘ দূৰত্বলৈ যাত্ৰা কৰিব পাৰে। গতিকে এই বিমানে অনায়াসে এখন মহাদেশৰ পৰা আন এখন মহাদেশলৈ চলাচল কৰিব পাৰে।

প্ৰতিষ্ঠানটোৰ আন এখন ব্যয়বহুল তথা শক্তিশালী বিমান হ’ল ডাছাউ চেলকন-৯০০এছ। এই বিমান কার্যদক্ষতা আৰু নিৰ্ভৰযোগ্যতাৰ বাবে বিখ্যাত। বিলায়েন্সক বিগত ১৬ বছৰতকৈ অধিক দিন সেৱা আগবঢ়াই অহা এখন বিমান হ’ল এদ্ৰাৰাৰ ইআৰজে-১৩৫।

আম্বানীৰ ৰিলায়েন্স ইণ্ডাস্ট্রিজৰ দুখন হেলিকপ্টাৰো আছে। প্রতিষ্ঠানটোৱে হেলিকপ্টাৰ দুখন কম দূৰত্ব ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰে। এই হেলিকপ্টাৰ দুখনৰ এখন হ’ল দৌফিন। প্রতিষ্ঠানটোৰ কাৰ্যালয় আৰু কৰ্মক্ষেত্ৰসমূহৰ মাজত এই হেলিকপ্টাৰ ব্যৱহাৰ কৰা হয়। প্রতিষ্ঠানটোৱে ব্যৱহাৰ কৰা আনখন হেলিকপ্টাৰ হ’ল ছিক’স্কাই। এই হেলিকপ্টাৰো কম দূৰত্ব ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা হয়। এই হেলিকপ্টাৰৰ যাত্ৰা আৰামদায়ক হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: India's First Boeing 737MaxMukesh Ambani BuysReliance Industries
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d