Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

গুৰুত্বপূৰ্ণ যন্ত্ৰাংশ এৰি ৭০ জন যাত্ৰী লৈ উৰা মাৰিল বিমান ,তাৰপাছত …..

publisher by publisher
February 9, 2022
in India, News
Reading Time: 1 min read
0
গুৰুত্বপূৰ্ণ যন্ত্ৰাংশ এৰি ৭০ জন যাত্ৰী লৈ উৰা মাৰিল বিমান ,তাৰপাছত …..
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

ৰানৱেৰ পৰা বিমান উৰা মাৰিবলৈ লোৱাৰ লগে লগেই খুলি পৰিল ইঞ্জিনৰ ঢাকনি । এই গুৰুত্বপূৰ্ণ যন্ত্ৰাংশ এৰি আকাশৰ বুকুত উৰিলে বিমান । ৭০ জন যাত্ৰীক লৈ ।

ADVERTISEMENT

যিকোনো সময়তে ঘটিব পাৰে ডাঙৰ দুৰ্ঘটনা । অৱশ্যে, আশংকা থাকিলেও শেষ পর্যন্ত অৱশ্যে দুৰ্ঘটনাটো সংঘটিত নহ’ল। কোনোক্ৰমে সুৰক্ষিতভাৱে গন্তব্যস্থানত উপনীত হ’ল বিমানখন।

কিন্তু সমগ্ৰ ঘটনাটো মুম্বাই বিমানবন্দৰলৈ বিয়পি পৰিছিল।সেই বিমানসংস্থাৰ বিৰুদ্ধে তদন্তও আৰম্ভ কৰা হৈছে।

দৰাচলতে, বুধবাৰে পুৱা এলায়েন্সৰ এটিআৰ ৭২-৬০০ বিমানখনমুম্বাই বিমানবন্দৰৰ পৰা গুজৰাটৰ ভুজলৈ উৰা মাৰিব বুলি নিৰ্ধাৰণ কৰা হৈছিল। বিমানখনে ৭০ জন যাত্ৰীৰ স’তে সময়মতে উৰা মাৰিছিল।

কিন্তু এলায়েন্স এয়াৰলাইনছৰ বিমানখন ৰানৱেৰ পৰা ওলাই যোৱাৰ লগে লগে এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হয়।

ৰানৱেৰ পৰা উৰা মৰাৰ পাছত, ইঞ্জিনৰ ঢাকনিটো হঠাতে খুলি তললৈ পৰি যায়। সেই অৱস্থাতে,বিমানখন ভুজলৈ বুলি উৰা মাৰে। যেতিয়া বিষয়টো এয়াৰ ট্ৰেফিক নিয়ন্ত্ৰণৰ দৃষ্টিগোচৰ হয়, তেওঁলোকে পাইলটজনক সতৰ্ক কৰে।

বিশেষজ্ঞসকলে কয় , ইঞ্জিনৰ ঢাকনি অবিহনে এখন বিমান উৰোৱাটো অতি বিপদজনক।ইয়াৰ ফলত ইঞ্জিনৰ ওপৰত এক ভয়ানক প্ৰভাৱ পেলায়। যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হ’ব পাৰে।

যদিও শেষত বিমানখন সুৰক্ষিতভাৱে গন্তব্যস্থানত উপনীত হয়। বিমানখনৰ ৭০ জন যাত্ৰী আৰু কৰ্মচাৰী সুৰক্ষিতভাৱে গুজৰাটৰ ভুজত উপস্থিত হয়।

কিন্তু তাৰ স্বত্তেও যাত্ৰীৰ সুৰক্ষাক লৈ প্ৰশ্ন উঠিছে । উৰণৰ আগতে বিমানখন কিয় সঠিকভাৱে পৰীক্ষা কৰা হোৱা নাছিল? ইঞ্জিনৰ ঢাকনি খোলা অৱস্থাত পাইলটে ইমান যাত্ৰীৰ জীৱন বিপদত পেলাই বিমান উৰাইছিল ?

কাৰ অৱহেলাৰ বাবে গোটেই ঘটনাটো ঘটিছিল, তেনে বহুতো প্ৰশ্নৰ উত্তৰ এতিয়াও দিয়া হোৱা নাই। ডিজিচিআইয়ে ইতিমধ্যে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে। এয়াৰলাইনৰ ভূমিকাৰ অনুসন্ধান কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: FlightGujaratMUMBAI
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d