Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

21,000-foot-high ‘Sangyang Gates’ in the Himalayas is a mountaineer’s history:হিমালয়ৰ ২১ হেজাৰ ফুট উচ্চতাৰ শৃংগ বগাই ইতিহাস পৰ্বতাৰোহীৰ

ছাংয়াং গ্যাটছ' শৃংগ বুলি নামকৰণ, মানুহৰ পদধূলি নপৰা গভীৰ প্ৰত্যাহ্বানযুক্ত শৃংগ জয় ১৫ জনীয়া দলৰ

samimsultana by samimsultana
September 26, 2024
in India, News
Reading Time: 2 mins read
0
21,000-foot-high ‘Sangyang Gates’ in the Himalayas is a mountaineer’s history:হিমালয়ৰ ২১ হেজাৰ ফুট উচ্চতাৰ শৃংগ বগাই ইতিহাস পৰ্বতাৰোহীৰ
2
SHARES
16
VIEWS
ShareShareShareShare

21,000-foot-high ‘Sangyang Gates’ in the Himalayas is a mountaineer’s history:

ৰহস্যঘন হিমালয় পর্বতমালাৰ এক নতুন শৃংগত সফলভাবে আৰোহণ কৰিলে ১৫ জনীয়া পৰ্বতাৰোহীৰ দলে। পূর্বে কোনো পর্বতাৰোহীয়ে আৰোহণ নকৰা এই দুর্গম শৃংগত প্রথমবাৰলৈ মানুহৰ পদচিহ্ন পৰিল।

ADVERTISEMENT

অৰুণাচল প্ৰদেশৰ ডিৰাঙৰ ৰাষ্ট্ৰীয় পৰ্বতাৰোহণ আৰু দুঃসাহসিক ক্রীড়া সংস্থাৰ এটা দলে অৰুণাচল প্ৰদেশৰ টাৱাঙৰ তথা পশ্চিম কামেং অঞ্চলৰ হিমালয়ৰ গেৰিচেন অংশৰ ২০,৯৪২ ফুট উচ্চতাৰ এটা নামহীন শৃংগত সফলতাৰে আৰোহণ কৰাৰ বিষয়ে সদৰী কৰি প্ৰতিৰক্ষা বিভাগৰ মুখপাত্র লেফটেনেন্ট কর্ণেল মহিন্দ্ৰ ৰাৱাটে জনায় যে ১৫ জনীয়া দলটোৰ নেতৃত্ব দিছিল কর্ণেল ৰণৰীৰ সিং জামৱালে।

RelatedPosts

৪০০ৰো অধিক হিমবাহৰ হ্ৰদৰ আকাৰ বিপজ্জনকভাৱে বৃদ্ধি পাইছে! হিমালয়ৰ ৰাজ্যসমূহত বাঢ়িছে বিপদ

Sonam Wangchuk:আহিবলগীয়া মহাকুম্ভ হ’ব বালিৰ ওপৰত

21,000 Webcams to be Installed in Delhi:লোকসভাৰ নিৰ্বাচনত দ্বিখলপীয়া নিৰীক্ষণ ব্যৱস্থা

দলটোৱে মুঠ ১৫ দিনত এই দুঃসাহসিক আৰোহণ সম্পূর্ণ কৰে। তেওঁ কয়, ‘এই শৃংগটো অঞ্চলটোৰ অন্যতম প্রত্যাহানযুক্ত আৰু ইয়াত পূর্বে কোনেও আৰোহণ কৰা নাছিল। শুভ্ৰ বৰফৰ আচ্ছাদন, বিশাল শিলাখণ্ড আৰু দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ হিমবাহকে ধৰি অপৰিসীম প্রত্যাহ্বান অতিক্ৰম কৰাৰ পাছত দলটোৱে ইয়াত সফলতাৰে আৰোহণ কৰে। পাছত তিব্বতীয় ধর্মগুৰু দালাই লামালৈ সন্মান যাচি শৃংগটোক ‘ছাংয়াং গ্যাটছ ‘ শৃংগ বুলি ইয়াৰ নামকৰণ কৰে।

উল্লেখ্য যে এই শৃংগটোৰ নাম ষষ্ঠ দালাই লামাৰ নামেৰে নামকৰণ কৰি ধৰ্মগুৰুজনৰ যুগজয়ী প্রজ্ঞা আৰু মনপা সম্প্ৰদায়ৰ অৱদানক শ্রদ্ধাঞ্জলি জনোৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে। ‘ছাংয়াং গ্যাটছ শৃংগ’ জয় কৰাৰ অভিযানটো আছিল এই দলটোৱে এতিয়ালৈকে কৰা আটাইতকৈ কঠিন পর্বত আৰোহণ অভিযানসমূহৰ ভিতৰত অন্যতম।

বিপজ্জনক শিলাখণ্ড, ঠেক পথ, বৰফৰ আচ্ছাদন আৰু অভাৱনীয় প্রতিকূল বতৰৰ পৰিস্থিতিৰ মাজত এই অভিযান সম্পূৰ্ণ কৰা হয়। পৰ্বতাৰোহী বিশেষ দলটোৱে এই প্রত্যাহ্বানসমূহৰ মাজেৰে আগবাঢ়ি শিখৰত উপনীত হ’বলৈ সক্ষম হোৱাৰ লগতে এক নতুন ইতিহাস ৰচনা কৰে।

দেশৰ দুঃসাহসিক আৰু পৰ্বতাৰোহণৰ ক্ষেত্ৰত আগৰণুৱা নিমাছে ভাৰতীয় পৰ্বতাৰোহণ ফাউণ্ডেছন (আইএমএফ) ক এই আৰোহণৰ বিষয়ে আৰু শৃংগটোৰ নাম ৰখাৰ বিষয়ে ইতিমধ্যে অৱগত কৰিছে। শৃংগটোৰ নামকৰণৰ বাবে প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা হৈছে যাতে ‘ছাংয়াং গ্যাটছ শৃংগ’ক চৰকাৰী মানচিত্ৰত স্বীকৃতি দিয়া হয়।

এই ঐতিহাসিক পৰ্বতাৰোহণে অৰুণাচল প্ৰদেশৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্রতিভাত কৰাই নহয়, এই অঞ্চলটোক পর্বতাৰোহণ আৰু দুঃসাহসিক ক্রীড়াৰ বাবে এক প্রধান স্থান হিচাপেও পোহৰলৈ আনিছে আৰু ইয়াৰ দ্বাৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অভিযাত্রী আৰু দুঃসাহসিক অভিযান অনুৰাগীসকলক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 000-foot-high 'Sangyang Gates21HimalayasMountaineer's history
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d