Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Fashion

প্ৰত্যাখ্যান কৰিলে পিতৃ-মাতৃয়ে, বিৰল ৰোগত আক্ৰান্ত হৈয়ো মডেলিঙৰ শিখৰত হুৱেই

publisher by publisher
June 10, 2021
in Fashion, News
Reading Time: 2 mins read
0
প্ৰত্যাখ্যান কৰিলে পিতৃ-মাতৃয়ে, বিৰল ৰোগত আক্ৰান্ত হৈয়ো মডেলিঙৰ শিখৰত হুৱেই
4
SHARES
39
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

ভ’গৰ মডেল হুৱেই আবিং, চীনা ভাষাত তেওঁৰ নামৰ অৰ্থ হিম সুন্দৰী । জিনৰ ৰোগ আলিবিনিজমত আক্ৰান্ত হুৱেই । শাৰীৰিক যাৱতীয় অস্বাভাৱিকতাৰ বাবেই আজি খ্যাতিৰ শিখৰত তেওঁ ।

ADVERTISEMENT

118293439 jet

সম্প্ৰতি তেওঁৰ বয়স ১৬ বছৰ । ১১ বছৰ বয়সতে মডেলিং জগতত ভৰি দিয়ে হুৱেইয়ে । তেওঁ ধাৰণা, মডেলিঙৰ জৰিয়তেই লক্ষ লক্ষ আলবিন’ক ৰোগীক তেওঁ অনুপ্ৰাণিত কৰিব পাৰিব । তেওঁলোকক কৰা বৈষম্যমূলক ব্যৱহাৰৰো প্ৰত্যুত্তৰ দিব পাৰিব ।

Meet Chinese Xueli Abbing the albino abandoned when she was a baby who became a Vogue model 6090f7923c9d4 700

এই ৰোগত শৰীৰে নিজৰ স্বাভাৱিক বৰণ হেৰুৱাই । ছালৰ প্ৰয়োজনীয় উপাদান মেলানিনৰ অভাৱত স্বাভাৱিকত্ব হেৰুৱাই ছাল, চুলি, চকুৱে । দৃষ্টিশক্তিটো ইয়াৰ প্ৰভাৱ পৰে ।

Meet Chinese Xueli Abbing the albino abandoned when she was a baby who became a Vogue model 6090ff80c9df8 700

এই ৰোগত আক্ৰান্ত হুৱেইৰ দৃষ্টিশক্তিও মাত্ৰ ১০ শতাংশ । তেওঁ বেছি পোহৰ সহ্য কৰিব নোৱাৰে । তৎস্বত্তেও সাজি-কাচি কেমেৰাৰ সন্মুখত অহাত তেওঁক কোনেও বাধা দিব নোৱাৰে ।

118316568 reinybourgonje 1

শ্বুটিঙৰ বাবে অধিক পোহৰৰ প্ৰয়োজন । সেয়ে চকু ৰক্ষা কৰিবৰ বাবে হুয়েই প্ৰায় চকু মুদিয়ে ফটো উঠে । হুৱেইৰ অনুসৰি, ‘চকু বন্ধ নকৰিলে কেমেৰাৰ পোহৰে নিজেই চকু বন্ধ কৰি দিয়ে । তেতিয়া ফটো বেয়া হয় ।’

think in fifty shades of green by josefien goethals feature

মডেল হিচাপে অৱশ্যে হুৱেই ইতিমধ্যে বেছ নাম কামাইছে । ফেশ্বন জগতৰ প্ৰথম শাৰীৰ পত্ৰীকা ভ’গত মডেলিং কৰে । ডিজাইনাৰ মহলতো বেছ জনপ্ৰিয়তা আছে তেওঁৰ । বিশ্বৰ শ্ৰেষ্ঠ ফটোগ্ৰাফাৰ আৰু ডিজাইনাৰৰ স’তে তেওঁ কাম কৰিছে ।

117885000 xueliphotomarcelschwabfordmamodels1

ডিজাইনাৰসকলৰ বহুতৰেই মত, হুৱেইৰ ছাল-চুলিৰ বিশেষত্ব‌ই তেওঁক মডেল হিচাপে চেলেঞ্জিং বনাইছে ।

5932089 1556 dthzfmux4aiftbo

হুৱেইৰ জন্মৰ পাছত তেওঁৰ পিতৃ-মাতৃয়ে গ্ৰহণ কৰা নাছিল । জীৱনৰ প্ৰথম তিনিটা বছৰ অনাথ আশ্ৰমত কটায় হুৱেইয়ে ।

6fcc60418ea0947127d8b07b4302e310 1

মডেলগৰাকীয়ে তেওঁৰ জন্মদিন কেতিয়া নাজানে । এবছৰ আগলৈকে নিজৰ বয়স সম্পৰ্কেও কোনো ধাৰণা নাছিল তেওঁৰ । হাতৰ এক্সৰে কৰোতে চিকিৎসকসকলে তেওঁৰ বয়সৰ এক ধাৰণা পায় । বিগত বৰ্ষত হুৱেইয়ে গ’ম পায় যে তেওঁৰ বয়স ১৫ৰ আশে-পাশে ।

Meet Chinese Xueli Abbing the albino abandoned when she was a baby who became a Vogue model 6090ff2670682 700

এক সাক্ষাৎকাৰত হুৱেই কৈছিল, ‘মোৰ জন্মৰ সময়ত চীনত এক সন্তান নীতি আছিল । এবাৰ সন্তান জন্ম হ’লে দ্বিতীয় সন্তানৰ বাবে চৰকাৰী সুযোগ -সুবিধা লাভ নকৰে । এনে পৰিস্থিতিতে ম‌ই এই ৰোগ লৈ জন্ম হৈছিলো । মাক-দেউতাই মোক দুৰ্ভাগ্যৰ বাহিৰে কি ভাবিলে হয় ?’

08707c 650803e9c0e143f995339fdffe559794 mv2 d 1575 2100 s 2

জন্মৰ পাছতে হুৱেইক অনাথ আশ্ৰমত থৈ আহিছিল তেওঁৰ পিতৃ-মাতৃয়ে । হুৱেই নামকৰণ কৰে অনাথ আশ্ৰমৰ এক কৰ্মীয়ে । চীনত ‘হু’ শব্দৰ অৰ্থ বৰফ আৰু ‘ই’ মানে সুন্দৰ । হুৱেইৰ মতে ইয়াতকৈ উপযুক্ত নাম তেওঁৰ বাবে হ’ব‌ই নোৱাৰে ।

download 4

তিনি বছৰ বয়সতে তেওঁক নেদাৰলেণ্ডৰ এগৰাকী মহিলাই তুলি লয় । নতুন মাতৃ আৰু ভগ্নীৰ স’তে চীনৰ পৰা নেদাৰলেণ্ডলৈ গুচি যায় হুৱেই ।

famouss

ইয়াৰ পাছতেই মডেলিঙত নামে হুৱেই । হংকঙৰ এক ডিজাইনাৰৰ স’তে তেওঁৰ মাতৃৰ পৰিচয় আছিল । ডিজাইনাৰগৰাকীয়ে ‘পাৰফেক্ট ইমপাৰ্ফেকচন’ নামে এটা ফেশ্বন শ্ব’ৰ আয়োজন কৰে । তথাকথিত কিছু শাৰীৰিক অস্বাভাৱিকত্ব স্বত্বেও কেনেকৈ ফেশ্বনক ভাল পাব পাৰি, তাক লৈয়ে এই ফেশ্বন শ্ব’ ।

08707c 3330a59918084c099f57ee83415eec6f mv2 d 1575 2363 s 2 1

ৱেই জনায়, ডিজাইনাৰগৰাকীৰ পুত্ৰৰ উঠৰ সমস্যা আছিল । তেওঁ এনেকুৱা পোছাক তৈয়াৰ কৰিব বিচাৰিছিল যাতে, পোছাকৰ বাহিৰে অইন ক’তো নজৰ নাজায় । হুৱেইক তেওঁ এই বিশেষ ফেশ্বন শ্ব’ত যোগ দিবলৈ কয় । চাৰি বছৰ পূৰ্বৰ জীৱনৰ সেই অভিজ্ঞতা তেওঁ কেতিয়াও নাপাহৰে বুলি জনায় ।

67ecca384e82e6e0c8fae8a990d76d92

ফেশ্বন শ্ব’ত আকৰ্ষণীয় হৈ পৰে হুৱেই । ইয়াৰ পাছত ফেশ্বন ফটোশ্বুটৰ বাবে সুযোগ লাভ কৰে । বহু মডেলিং সংস্থাইও তেওঁক যোগাযোগ কৰা আৰম্ভ কৰে । তেওঁৰ ফটোশ্বুটৰ এখন ফটো প্ৰকাশ পায় ফেশ্বন পত্ৰিকা ভ’গত ।

117858341 xueliwater

হুৱেই জনায়, ভ’গ সম্পৰ্কে তেওঁৰ কোনো ধাৰণা নাছিল । কিয় সেই পত্ৰিকাত ফটো প্ৰকাশ কৰিবলৈ সকলো উৎসুক তেওঁ তেতিয়াও জনা নাছিল । পাছত লাহে লাহে বুজি পায় ।

117645165 dsc 4983 bewerkt

তেওঁ কয়, ফেশ্বন জগতত পৃথক দেখা যে আশীৰ্বাদ তেওঁ এতিয়া বুজি পাইছে ।

45fa55fc 8038 464b b7ac 43985ddb42b5

বিৰল জিন ৰোগ আলবিনিজমত প্ৰতি ১৭ হেজাৰত এজন লোক আক্ৰান্ত হয় । হুৱেই জনায়, এই ৰোগত আক্ৰান্তসকলক ঠাট্টা-মস্কৰা কৰা হয় । বহু সময়ত ভূত, ভিন্‌গ্ৰহী বুলিও মন্তব্য কৰে । কিন্তু শাৰীৰিক প্ৰতিবন্ধকতাৰ পাছতো যে শীৰ্ষত উপনীত হ’ব পাৰি, নিজৰ মডেলিঙৰ জৰিয়তেই তেওঁ সমাজত সেই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: VogueXueli Abbing
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d