Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ক্ৰমাৎ আঁতৰি গৈছে হিমালয় পৰ্বতমালা

publisher by publisher
October 22, 2020
in India, News
Reading Time: 1 min read
0
ক্ৰমাৎ আঁতৰি গৈছে হিমালয় পৰ্বতমালা
6
SHARES
63
VIEWS
ShareShareShareShare

RelatedPosts

৫০ বছৰতে ছমহলীয়া অট্টালিকাৰ সমান বৰফ হেৰুৱালে

জলবায়ু পৰিৱৰ্তন: শীতৰ দিনতে উন্মুক্ত হৈছে হিমালয় পর্বত

বিষাক্ত হৈ ক্রমান্বয়ে পৰিছে বিশাল হিমালয়

পৰিৱৰ্তন ঘটিছে হিমালয়ৰ চিত্ৰৰ, হ্রাস পাইছে উচ্চতা । ইয়াৰ সমান্তৰালকৈ ক্ৰমাৎ আঁতৰি গৈছে হিমালয় পর্বতমালা । বহু আগৰে পৰাই এনে তত্ত্ব প্রমাণস্বৰূপে উঠি আহিছে । এইবাৰ হিমালয়ৰ ভূ-প্রকৃতিগত পৰিৱৰ্তনৰ কাৰণৰূপে বিজ্ঞানীসকলে দায়ী কৰিলে বৃষ্টিক । বিজ্ঞানীসকলৰ মতে, ধাৰাৰ বৰষুণে ক্ৰমাৎ ঠেলি নিব পাৰে পর্বতমালাক । নেপাল আৰু ভূটানজুৰি বিস্তৃত হিমালয়ৰ বিস্তীর্ণ অংশৰ ভূমিস্খলনৰ ধৰণ নিৰীক্ষণ কৰি, এই ক্ষেত্ৰত গৱেষণা কৰিয়েই ভূ-বিজ্ঞানীসকলৰ এটা অংশই এই দাবী কৰিছে ।

ADVERTISEMENT

সম্প্রতি ‘ছায়েন্স এডভান্সেছ’ নামৰ আন্তর্জাতিক পত্রিকাখনত প্রকাশিত এক প্রতিবেদনত এই তত্ত্ব উঠি আহিছে । ইংলণ্ডৰ ব্রিস্টল বিশ্ববিদ্যালয়ৰ এদল গৱেষকে এৰিজ’না ষ্টেট ইউনিভাৰ্চিটি আৰু লুইজিয়ানা ষ্টেট ইউনিভাৰ্চিটিৰ স’তে একত্ৰিত হৈ হিমালয়ৰ ভূমিস্খলনক লৈ গৱেষণা চলাইছিল ।

এই গৱেষণাৰ মূল লক্ষ্য আছিল হিমালয়ৰ জন্মবৃত্তান্ত অর্থাৎ প্লেট টেকনিক সঞ্চালনৰ ওপৰত বতৰ পৰিৱর্তনৰ কেনে প্রভাৱ, তাৰ উত্তৰ বিচৰা । ইয়াৰ বাবে বিজ্ঞানীৰ দলটোৱে প্ৰধানকৈ নেপাল আৰু ভূটানৰ অংশকে বাচি লয়। কিয়নাে সেই অঞ্চলৰ ভূ-প্রকৃতিয়েই সাম্প্রতিককালত বেছিকৈ পৰিৱৰ্তিত হৈছে।

বিশেষকৈ দেশ দুখনৰ মধ্য আৰু পূর্বাঞ্চল সমান্তৰালকৈ ভূমিৰ প্রকৃতি বিচাৰ কৰি চোৱা হয় । গৱেষণাৰ সন্দৰ্ভত গৱেষকৰ দলটোৰ প্ৰধান ড° বাইন এডামছে কয়, “নেপাল আৰু ভূটানৰ পার্বত্য অঞ্চলৰ ভূমিস্খলনৰ ধৰণ চাই লেবত এটা মডেল তৈয়াৰ কৰা হৈছিল । তাৰ ওপৰতে যাৱতীয় পৰীক্ষা চলে । ক্ষয়ৰ হাৰ কিমান, সেই হিচাপ কৰা হয় ।”

প্রধানকৈ গাণিতিক পদ্ধতি ব্যৱহাৰ কৰিয়েই বিজ্ঞানীসকলে এই উত্তৰ বিচৰাৰ  চেষ্টা কৰিছিল । বৰষুণ হলে ক্ষয়ৰ হাৰত কিমান পৰিৱৰ্তন হয়, সেয়াও অংক কৰি বাহিৰ কৰা হৈছে । জনা গৈছে যে সমতলীয় অংশৰ তুলনাত পার্বত্য অংশৰ মাটিৰ ক্ষয় তুলনাত বেছি । সেয়াই পর্বতমালা আঁতৰি যােৱাৰ অন্যতম কাৰণ বুলি গণ্য কৰা হৈছে ।

একাংশ বিশেষজ্ঞৰ মতে, গৱেষণাত উঠি অহা এই নতুন তত্ত্ব যে কেৱল হিমালয় পর্বতমালাৰ ক্ষেত্রতে প্রযােজ্য, সেয়া নহয় । বৰঞ্চ ইয়াৰ ওপৰত ভিত্তি কৰি হেজাৰ, লাখ বছৰ ধৰি পার্বত্য অঞ্চলৰ ভূ-প্রকৃতিৰ কাৰণৰ সন্ধানৰ পথৰে আগবাঢ়িব পৰা যাব । আনকি পাহাৰী খাদ, উপত্যকা তৈয়াৰ, নদীৰ গতিপথ সলনি আদি বিষয়বােৰৰ উত্তৰাে হয়তাে বৰষুণৰ টোপালতে নিহিত হৈ আছে । সেই দিশৰ পৰা এই গৱেষণা পথ প্রদর্শক হ’ব পাৰে বুলি একাংশ বিশেষজ্ঞই গণ্য কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: HimalayaStudy
publisher

publisher

Related Posts

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d