Case has been registered against a YouTube channel called Jumping Spider Studio:
➡️জাম্পিং স্পাইডাৰ ষ্টুডিঅ’ (JSS) নামৰ এটা ইউটিউব চেনেলৰ বিৰুদ্ধে গোচৰ ৰুজু ৷
ADVERTISEMENT
➡️সমাজত অন্ধবিশ্বাস, কু-সংস্কাৰ বিয়পোৱাৰ অভিযোগ চেনেলটোৰ বিৰুদ্ধে ৷
➡️মহানগৰীৰ চানমাৰি থানাত আসাম পাব্লিক ৱৰ্কছে ৰুজু কৰিলে গোচৰ ৷