Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

India’s stock market is in dire straits:ভাৰতৰ শ্বেয়াৰ বজাৰত ভয়াৱহ বিপৰ্যয় !

চীনমুখী হৈছে ভাৰতত বিনিয়োগ কৰি অহা বিদেশী বিনিয়োগকাৰী, পশ্চিম এছিয়াত ইজৰাইল-হিজবুল্লাৰ সংঘৰ্ষও শ্বেয়াৰ পতনৰ অন্যতম কাৰণ

samimsultana by samimsultana
October 1, 2024
in India, News
Reading Time: 2 mins read
0
India’s stock market is in dire straits:ভাৰতৰ শ্বেয়াৰ বজাৰত ভয়াৱহ বিপৰ্যয় !
2
SHARES
15
VIEWS
ShareShareShareShare

India’s stock market is in dire straits:

দেশৰ শ্বেয়াৰ মার্কেটত তীব্র আঘাত। উৎসৱৰ প্ৰাকক্ষণত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে শ্বেয়াৰ মার্কেটত। শ্বেয়াৰ বজাৰৰ অৱস্থা দেখি মুৰে কপালে হাত দিছে বিনিয়োগকাৰীয়ে। সোমবাৰে সপ্তাহৰ প্রথমটো দিনতে ১.৫৩ শতাংশ অর্থাৎ এহেজাৰ পইণ্টৰ অধিক নামিল ছেনছেক্স। ১.৪১ শতাংশ স্খলিত হ’ল নিফটিও। ফলত ২৬ হেজাৰৰ তললৈ অৱনমিত হ’ল এই শ্বেয়াৰ সূচাংক। আজি বজাৰ এইদৰে ৰক্তাক্ত হোৱাত ২.৭৩ লাখ কোটি টকা হেৰুৱালে বিনিয়োগকাৰীয়ে।

ADVERTISEMENT

মুম্বাই ষ্টক এক্সচেঞ্জত তালিকাভুক্ত সংস্থাসমূহৰ মূলধন কমেও ৪৫০ লাখ কোটি টকা হ্রাস পালে। উৎসৱৰ প্ৰাকক্ষুহূৰ্তত শ্বেয়াৰ বজাৰ এইদৰে খহি যোৱাৰ আঁৰত একাধিক কাৰণ আছে বুলি বিশেষজ্ঞসকলে ব্যাখ্যা দাঙি ধৰে। বিগত সপ্তাহত হোৰাহোৰে বৃদ্ধি পাইছিল ছেনছেক্স আৰু নিফটি। ফলত খুচুৰা বিনিয়োগকাৰীয়ে বিনিয়োগৰ অংক বৃদ্ধি কৰে। অৱশ্যে শ্বেয়াৰৰ উচ্চ মূল্যায়নক লৈ তেওঁলোকৰ আশংকা আছে। যাৰ প্ৰভাৱত শ্বেয়াৰৰ মূল্য পতন হোৱা বুলি বিত্তীয় বিশ্লেষকসকলে কয়।

RelatedPosts

Apple suffered a huge loss: চীনত বিদেশী ম’বাইল ফোনৰ বিক্ৰী দ্রুত হ্রাস, বৃহৎ লোকচান এপেলৰ

Sensex:ছেনছেক্সৰ উত্থান: চাৰিদিনত ১২ লাখ কোটি আয় বিনিয়োগকাৰীৰ

এনে পতনৰ দ্বিতীয়টো কাৰণ হৈছে বিদেশী প্রতিষ্ঠানিক বিনিয়োগকাৰীসকলে চীনৰ বজাৰৰ প্ৰতিহে অধিক আকর্ষিত হৈছে। চীনৰ চৰকাৰে ধাৰবাহিকভাৱে আগবঢ়োৱা উদগনিৰ বাবে এইসকল মূলতঃ আকর্ষিত হৈছে। যোৱা শুকুৰবাৰ অৰ্থাৎ ২৭ ছেপ্টেম্বৰত দেশৰ ঘৰুৱা বজাৰত ১২০০ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰে দেশী- বিদেশী বিনিয়োগকাৰীসকলে।

সোমবাৰে বজাৰ খোলাৰ লগে লগে ইয়াৰ প্ৰভাৱ পৰে ছেনছেক্স আৰু নিফটিৰ ওপৰত। বিনিয়োগ কৌশলী ড° ভি কে বিজয় কুমাৰে এই সন্দৰ্ভত কয়, ‘বজাৰ লাহে লাহে অনাগত সময়ত সান্ত্বনাদায়ক পৰ্যায়ত ওপৰলৈ উঠিব। বিদেশী বিনিয়োগকাৰীসকল চীনৰ ষ্টক মার্কেটৰ ব্যাপক উত্থানৰ দ্বাৰা প্ৰভাৱিত হৈছে। চীনা কর্তৃপক্ষই দিয়া বিত্তীয় উদগনিয়ে চীনৰ অর্থনীতিৰ পুনৰ উত্থান ঘটাব বুলি আশাৰ সঞ্চাৰ হৈছে।’

মাত্র এয়ে নহয়, ৰাজনৈতিক উত্তেজনাও বিশেষকৈ লেবাননত ইজৰাইলৰ আক্রমণে বিশ্বৰ বজাৰত অনিশ্চয়তাৰ সৃষ্টি কৰিছে। পশ্চিম এছিয়াৰ ইজৰাইল-হিজবুল্লাৰ মাজত অব্যাহত থকা সংঘৰ্ষও শ্বেয়াৰ বজাৰত পতনৰ কাৰণ বুলি বিশ্লেষক মহলে কয়। সম্ভাব্য যোগান বৃদ্ধিৰ পৰিস্থিতিতো তেলৰ মূল্য সুস্থিৰ হৈ আছে যদিও মধ্যপ্রাচ্যত অব্যাহত থকা সংঘৰ্ষই ইন্ধনৰ যোগানক লৈ উদ্বেগ বৃদ্ধি কৰিছে। বিশ্লেষক মহলে কয় যে তেল আমদানিৰ ক্ষেত্ৰত থকা ভাৰতৰ নিৰ্ভৰশীলতাৰ বাবেই ভাৰতীয় শ্বেয়াৰ বজাৰত চাপ সৃষ্টি হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: China Marketdire straitsForein InvestorIndia's stock market
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d