Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bhugali Fish:পুনৰ অসমীয়াৰ পদূলিত ভোগালীঃ ৰাজ্যজুৰি প্ৰস্তুতি তুংগতঃস্বনিৰ্ভৰশীলতাৰ দাবীৰ বিপৰীতে বহিঃৰাজ্যৰ মাছেৰে ভৰিছে অসম

গংগাৰ আৰি-বৰালি-চিতলে সাজু উৰুকাৰ বজাৰ, উৰুকাৰ চাহিদা পূৰাবলৈ গুৱাহাটীলৈ বিহাৰ-দিল্লী-অন্ধ্র-মধ্যপ্ৰদেশৰ আহিছে প্ৰায় ৩৭শ কুইণ্টল মাছ

publisher by publisher
January 13, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Bhugali Fish:পুনৰ অসমীয়াৰ পদূলিত ভোগালীঃ ৰাজ্যজুৰি প্ৰস্তুতি তুংগতঃস্বনিৰ্ভৰশীলতাৰ দাবীৰ বিপৰীতে বহিঃৰাজ্যৰ মাছেৰে ভৰিছে অসম
5
SHARES
49
VIEWS
ShareShareShareShare

RelatedPosts

গুৱাহাটীত বিক্ৰী হোৱা মাছত ধৰা পৰিছে বিষাক্ত ধাতুৰ উপস্থিতি

৩২ কোটি টকাত বিক্রী হ’ল এটা মাছ

Chabua Accident:চাবুৱাৰ জেৰাইগাঁৱত ৰাজপথত পথচাৰীৰ হেতাওপৰা !

Bhugali Fish:

শীতৰ বোকোচাত উঠি ভোগৰ সম্ভাৰ লৈ পুনৰ অসমীয়াৰ পদূলিত উপস্থিত হৈছে ভোগালী। আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতে বাপতি সাহোন ভোগালী বিহুক আদৰিবলৈ ৰাজ্যজুৰি চলিছে প্রস্তুতি। গ্রামাঞ্চলৰ সমান্তৰালভাৱে নগৰ অঞ্চলসমূহতো ভোগালীক আদৰাৰ প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে। গুৱাহাটী মহানগৰীতো ভোগালীক কেন্দ্ৰ কৰি উথপথপ পৰিৱেশৰ সৃষ্টি হৈছে বজাৰ।

ADVERTISEMENT

দেওবাৰে মাঘৰ উৰুকা আৰু এই উৰুকাক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ৰাজধানী মহানগৰীতো চলিছে প্রস্তুতি। মহানগৰীৰ বিভিন্ন পথ, উপ-পথ, বজাৰসমূহ উভৈনদী হৈ পৰিছে ভোগালীৰ খাদ্য সম্ভাৰেৰে। এফালে, থলুৱা সামগ্ৰীৰ ভোগালীৰ বজাৰ উভৈনদী হৈ পৰাৰ বিপৰীতে ৰাজ্যখনত মাছৰ চাহিদা পূৰণ কৰিবলৈ বহিঃৰাজ্যৰ পৰা আহিছে কুইণ্টলে কুইণ্টলে মাছ।

উল্লেখ্য যে পৰম্পৰা ৰক্ষা কৰি মাঘৰ উৰুকাৰ দিনটোত ৰাজ্যত মাছৰ ব্যাপক চাহিদা আছে। যাৰ পৰিপ্ৰেক্ষিতত উৰুকাৰ বজাৰ মাছৰ বজাৰৰ চাহিদা পূৰণ কৰিবলৈ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ট্রাক-ৰেলযোগে অন্ধ্রপ্রদেশ, মধ্যপ্রদেশ, বিহাৰ, পশ্চিমবংগ, হায়দৰাবাদ, দিল্লী, ছেকেন্দ্ৰাবাদৰ পৰা আহিছে কুইণ্টলে কুইন্টলে মাছ। কেৱল গুৱাহাটী মহানগৰীলৈ বহিঃৰাজ্যৰ পৰা আমদানি কৰা হৈছে কমেও ৩৭শ কুইণ্টল মাছ।

বৃহত্তৰ গুৱাহাটী পাইকাৰী মাছ বেচা-কিনা সমিতিয়ে সদৰী কৰা অনুসৰি উৰুকা বজাৰক লক্ষ্য কৰি ইতিমধ্যে অন্ধ্রপ্রদেশ আৰু মধ্যপ্ৰদেশৰ পৰা আহি পাইছে ৩০ ট্রাক মাছ। প্রতিখন ট্রাকত ১২ হেজাৰ কিলোগ্রামকৈ মাছ আহিছে অর্থাৎ প্রায় ৩৬শ কুইণ্টল মাছ আহিছে। ইয়াৰ উপৰি ৰেলযোগে বিহাৰ, দিল্লী, হায়দৰাবাদ, ছেকেন্দ্ৰাবাদ আদিৰ পৰা আহিছে প্রায় ২০০ কার্টন মাছ।

ইয়াৰ প্ৰতিটো কার্টনত ৪০-৫০ কিলোগ্রামকৈ মাছ আছে। সর্বমুঠ প্রায় ৩৭ শ কুইণ্টল মাছ বহিঃৰাজ্যৰ পৰা আহিছে আৰু এই মাছসমূহ গুৱাহাটীক কেন্দ্ৰ কৰি ১০০ কিলোমিটাৰ ব্যাসার্ধত বিক্ৰী কৰা হ’ব ।

আনহাতে, উৰুকাৰ মাছৰ বজাৰ বুলি ক’লে মহানগৰীৰ উজানবজাৰৰ মাছৰ বজাৰ উল্লেখযোগ্য আৰু প্ৰতি বছৰে এই বজাৰত মাছৰ বিশেষ আকর্ষণ থাকে। এইবাৰে ভোগালীৰ উৰুকাৰ বজাৰত বিশেষ আকর্ষণ গংগা নদীৰ বৰালি, আৰি,চিতল মাছ।চাহিদা অনুপাতে অসমে মৎস্য উৎপাদনত স্বনিৰ্ভৰশীল-মীন বিভাগৰ দাবীৰ বিপৰীত ছবি ।

আনহাতে, চাহিদা অনুপাতে অসমে মৎস্য উৎপাদনত স্বনিৰ্ভৰশীল আৰু শেহতীয়াকৈ অসমৰ মাছ চুবুৰীয়া পাহাৰীয়া ৰাজ্য কেইখনলৈ ৰপ্তানি হয় বুলি মীন বিভাগে কৰি অহা দাবীৰ বিপৰীত ছবিয়ে আত্মনিৰ্ভৰ অসমক লৈ পুনৰ এক প্ৰশ্নৰ অৱতাৰণা কৰিছে। মীন বিভাগৰ বিষয়া ড° ধ্ৰুৱজ্যোতি শৰ্মাই সদৰী কৰা অনুসৰি, ২০২২-২০২৩ বিত্তীয় বর্ষত অসমত ঘৰুৱা মাছৰ উৎপাদন আছিল ৪.৪৩ লাখ মেট্রিক টন।

২০২৩-২৪ৰ ঘৰুৱা উৎপাদন মাছত স্পষ্ট হ’ব বুলি তেওঁ উল্লেখ কৰি বিগত বৰ্ষৰ তুলনাত বৃদ্ধি পোৱা বুলি দাবী কৰে। ইয়াৰ বিপৰীতে অসমত মুঠ মাছৰ চাহিদা প্রায় ৫.০৭ লাখ মেট্রিকটন বুলি তেওঁ সদৰী কৰি চলিত বৰ্ষত চাহিদা অনুপাতে অসমে মাছ উৎপাদন কৰিবলৈ সক্ষম হৈছে বুলি কয়।

কিন্তু মীন বিভাগৰ দাবীৰ বিপৰীতে এই ব্যৱসায়ৰ লগত জড়িতসকলে যদি চাহিদা অনুপাতে মাছৰ উৎপাদন থাকিলহেঁতেন, নিজৰ বিহুটোত এইদৰে বহিঃৰাজ্যৰ পৰা মাছ আমদানি কৰিবলগীয়া নহ’লহেঁতেন বুলি মন্তব্য কৰি কথা আৰু কামৰ মাজত পাৰ্থক্য থকাৰ বাবে আজিৰ অসমৰ এই অৱস্থা বুলি মন্তব্য কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: bhugali bihuDEMANDFishfISH BazarUruka
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d