Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ

    Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

    Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

    Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

    স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Opposition Leader Debbrata Saikia’s Press conference on trading scam:ট্ৰেডিং কেলেংকাৰি সন্দৰ্ভত ৰাজীৱ ভৱনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সংবাদমেল সম্বোধন

publisher by publisher
September 11, 2024
in Uncategorized
Reading Time: 3 mins read
0
Opposition Leader Debbrata Saikia’s Press conference on trading scam:ট্ৰেডিং কেলেংকাৰি সন্দৰ্ভত ৰাজীৱ ভৱনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সংবাদমেল সম্বোধন
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

Opposition Leader Debbrata Saikia’s Press conference on trading scam:

অসমত শেহতীয়াকৈ পোহৰলৈ অহা অনলাইন ট্রেডিং কেলেংকাৰীৰ আছে এক আওপকীয়া গুজৰাট কানেকশ্যন। ক’বলৈ গ’লে গুজৰাটে দেখুৱাই দিয়া বাটেৰেই সমগ্র দেশতে এই অনলাইন ট্রেডিঙৰ জাল বিস্তাৰিত হৈ পৰিছে। শ্বেয়াৰ মাৰ্কেটৰ নামত অসমত সংঘটিত এই পঞ্জি স্কেমৰ তদন্ত প্রক্রিয়াও এতিয়া গুজৰাট মডেলতে চলিছে বুলিব পাৰি। এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷

ADVERTISEMENT

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজিৱ ভৱনত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি শইকীয়াই কয়,গুজৰাটৰ এটা কোম্পানীয়ে সমগ্র দেশৰে হাজাৰ হাজাৰ লোকক ভুৱা সপোন দেখুৱাই কোটি কোটি টকা কাটি নি যোৱা জানুৱাৰী মাহত হৰলুকী হৈ পৰিছিল। এই সকলোবোৰ ঘটি থকাৰ পিছতো কিন্তু এনে অবৈধ বিত্তীয় লেনদেনৰ নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ দায়িত্বত থকা National Stock Exchange of India চমুকৈ NSE আৰু ছেবিৰ দৰে সংস্থাই কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।

ফলত হাজাৰ হাজাৰ লোকৰ কোটি কোটি টকা লৈ অতি সহজে বিদেশলৈ পলায়ন কৰিবলৈ সমৰ্থ হৈছিল এই গুজৰাটী কোম্পানীটোৰ স্বত্বাধিকাৰী ধৱল ছোলানি। যেতিয়া ধৱল ছোলানিৰ ট্রেডিং কোম্পানী ‘ক্রেডিট বুল’ৰ কেলেংকাৰি পোহৰলৈ আহিছিল তেতিয়া NSE-এ এখন মাত্র এডভাইজৰি জাৰি কৰিয়েই গা এৰা দিছিল। NSE-ৰ দায়িত্ব হৈছে যদিহে কোনো অনিয়ম প্রত্যক্ষ কৰে তেন্তে সেই সম্পর্কে ছেবিক তাৎক্ষণিকভাৱে অৱগত কৰাব লাগে। কিন্তু সেয়া নকৰিলে বাবে ধৱল ছোলানি আৰু তেওঁৰ মূল সহযোগীসকলে সাধাৰণ জনতাৰ পৰা কৌশলেৰে নিজৰ কৰি লোৱা ধনবোৰ বিদেশী একাউন্টলৈ ট্রেন্সফাৰ কৰি ডুবাই হৈ মৰক্কোলৈ পলায়নৰ সুযোগ লাভ কৰে।

বিৰোধী দলপতি গৰাকীয়ে আৰু কয়, NSE, ছেবিৰ দৰে সংস্থাসমূহে গুজৰাটী কোম্পানীটোৰ বিৰুদ্ধে কিয় কঠোৰ ব্যৱস্থা নল’লে বুলি সকলোৰে মনত প্ৰশ্নৰ উদয় হ’ব পাৰে। ইয়াৰ উত্তৰ পিছে তেনেই সহজ। ২০১৮-১৯ৰ পৰা আৰম্ভ কৰিবলৈ লোৱা এই কোম্পানীটোৰ মানিক ধৱল ছোলানিক তদানীন্তন কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে নেশানেল ৰিকগনিশ্যন পুৰস্কাৰেৰে সন্মানিত কৰিছিল। ইমানেই নহয়, গুজৰাটৰ আটাইতকৈ সফল বিত্তীয় কোম্পানীৰ পুৰস্কাৰো প্ৰদান কৰিছিল গুজৰাটৰ মুখ্যমন্ত্রী ভূপেন্দ্র পাটিলে।

চৰকাৰৰ বৰঘৰৰ সৈতে, বৰ বৰ বিজেপি নেতাৰ সৈতে এইসকল ঠগ-প্ৰৱঞ্চকৰ ঘনিষ্ঠ সম্পর্ক আছে বাবেই ছেবি, ইডিৰ দৰে সংস্থাসমূহে কঠোৰ ব্যৱস্থা ল’বলৈ ভয় কৰে। ছেবিৰ দৰে গুৰুত্বপূৰ্ণ সংস্থা এটাত যেতিয়া Madhabi Puri Buchৰ দৰে দুর্নীতিগ্রস্ত বিষয়া চেয়াৰমেন হৈ থাকিব তেতিয়া এনে ঘটনাবোৰ দেশত বৃদ্ধি পোৱাটোৱেই স্বাভাৱিক। সেযে আজি গুজৰাটৰ এই পজি স্কিম চলোৱা কোম্পানীটোৰ প্ৰতিষ্ঠাপক ধৱল ছোলানিৰ দৰেই অসমতো ডিবি ষ্টক ব্র’কিঙৰ প্ৰতিষ্ঠাপক দীপাংকৰ বৰ্মনে পলায়ন কৰিবলৈ সুযোগ লাভ কৰিছে।

প্ৰৱঞ্চক বিশাল ফুকন আৰক্ষীৰ জালত পৰাতো অসমৰ ৰাইজৰ বাবে ভাল খবৰ যদিও বিশাল ফুকনতকৈয়ো ভয়াৱহ কেলেংকাৰি সংঘটিত কৰা দীপাংকৰ বৰ্মনক কৰায়ত্ব কৰিব নোৱৰাতো কিন্তু চৰকাৰ-প্ৰশাসনৰ চূড়ান্ত ব্যর্থতা। সমগ্র দেশৰ লগতে অসমতো ২০২১ চন মানৰ পৰা ফাইনেন্স কোম্পানীৰ সংখ্যা বাঢ়িবলৈ লৈছিল। চৰকাৰে এই কথা গম পোৱাৰ পিছতো এই ফাইনেন্স কোম্পানীসমূহে নিয়ম মানি কাম কৰিছে নে নাই সেয়া কিয় চোৱা-চিতা কৰা নাছিল? শ্বেয়াৰ মাৰ্কেটৰ নাম লৈ চলি থকা এই কোম্পানীসমূহৰ ছেবি ৰেজিষ্টেশ্যন আছে নে নাই সেয়া পৰীক্ষা নকৰাকৈ কেনেকৈ চলি থাকিবলৈ দিয়া হৈছিল? তাতোকৈয়ে গুৰুত্বপূৰ্ণ কথা এযে যে যি ডিবি ষ্টক ব্ৰকিঙৰ পজি স্কেমৰ কথা পোহৰলৈ আহিছে সেই কোম্পানীটোৰ প্ৰতিষ্ঠাপক প্ৰৱঞ্চক দীপাংকৰ বৰ্মনে দেশৰ প্ৰতিষ্ঠিত ষ্টক ব্ৰ’কাৰ কোম্পানী DB (International) Stock Brokers Limitedৰ নাম কপি কৰি মানুহক প্ৰৱঞ্চনা কৰি গৈছিল।

বম্বে ষ্টক একছেজৰ লিষ্টেড কোম্পানী DB (International) Stock Brokers Limited গঠিত হৈছিল ১৯৯২ চনতেই। এই প্রতিষ্ঠিত কোম্পানীটোৰ নাম লৈ দীপাংকৰ বৰ্মনে ২৩০০০ লোকক জালত পেলাই গৈছিল। সংবাদ মাধ্যমত প্রকাশিত বাতৰি মতে অস্ট্রেলিয়াতো হেনো দীপাংকৰৰ গ্ৰাহক আছিল। অর্থাৎ দীপাংকৰ বৰ্মনে ইণ্টাৰনেশ্যনেল কানেকশ্যনো কৰি লৈছিল। তাৰ পিছতো ছেবি, ইডিৰ দৰে সংস্থাসমূহে ইমানদিনে কিয় একো গমকেই পোৱা নাছিল? বুলি কটাক্ষ কৰে বুলি চৰকাৰক ৷

অসমৰ দৰে এখন ব্যৱসায়-বাণিজ্যত পিছপৰা ৰাজ্যত এনেকৈ এনেকৈ হাজাৰ হাজাৰ কোটি টকা অনলাইন ব্যৱসায়ত বতাহত উৰি গ’ল মুখ্যমন্ত্ৰীৰ অগোচৰে। দক্ষ মুখ্যমন্ত্ৰীয়ে নিজৰ আৰক্ষী বিভাগক নির্দেশ দি এতিয়ালৈকে হাজাৰ হাজাৰ কোটি টকাৰ প্ৰৱঞ্চনাৰ লগত জড়িত মূল খলনায়কসকলক গ্ৰেপ্তাৰৰ কৰিব পৰা নাই কিয়? অসমত মাত্র ১.১ শতাংশ শ্বেয়াৰ মাৰ্কেটৰ বজাৰ আছে। কিন্তু অনলাইন ষ্টক ব্ৰ’কিঙৰ নামত দীপাকংৰ বর্মনে প্রায় ৭০০০ কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ আহিছে।

এই দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে এতিয়ালৈকে ইডিয়ে গোচৰ ৰুজু কৰা নাই কিয়? বিৰোধী নেতাৰ পিছত ইডিক ব্যৱহাৰ কৰি কৰি এইখন চৰকাৰে ইডিক মূল কাম বিলাকৰ পৰা আঁতৰাই নিছে নেকি? ডিবি ষ্টক ব্র’কিং নামৰ  প্ৰৱঞ্চক প্রতিষ্ঠানটোৱে ২০১৮ চনৰ পৰা ষ্টক মার্কেটত বিনিয়োগ কৰাৰ নামত অসমৰ ৰাইজক বুর্বক সজাই আহিছে। গুজৰাটী কোম্পানীৰ আদৱ-কায়দা কপি কৰা এনেধৰণৰ প্ৰৱঞ্চকক পৃষ্ঠপোষকতা কৰিছে ৰয়েল গ্লৱেলৰ দৰে ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ে।

নাজিৰাৰ বিধায়ক গৰাকীয়ে কয়, ৰয়েল গ্ল’ৱেল বিশ্ববিদ্যালয়ৰ সকলোধৰণৰ অনুষ্ঠান স্পনছৰ কৰে ডিবি ষ্ট’ক ব্রকিঙে। তাৎপর্যপূর্ণভাৱে গুৱাহাটীত কার্যালযো স্থাপন কৰিছে। উলুবাৰীৰ চেণ্টাৰ পইন্ট নামৰ যিটো অট্টালিকা অৱস্থিত সেই অট্টালিকাটোৰ মালিক ৰয়েল গ্ল’ৱেল ইউনিভাৰ্ছিটিৰ অংশীদাৰ। অকল সেয়াই নহয় অসমৰ বিভিন্ন ব্যৱসায়ৰ লগত জড়িত এই ছলনাময়ী ব্যৱসায়ীজনৰ প্ৰতিষ্ঠানৰ চিএ ফার্মে ডিবি ষ্টক ব্ৰ’কিঙক সহায় কৰাৰ অভিযোগ আছে। ছেবি আৰু ভাৰতীয় ৰিজার্ভ বেংকৰ সকলোধৰণৰ নিয়ম ভংগ কৰি ডিবি ষ্টক ব্ৰ’কিঙৰ মালিক দীপাংকৰ বৰ্মনে দীর্ঘদিন ধৰি লুটপাট চলাই থকাৰ পিছতো ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাছিল কিয়?

ইয়াৰ মূল কথাটোৱেই হৈছে এই ব্যৱসায়টোৰ পৃষ্ঠপোষকতা কৰা লোকসকলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ নিয়মিত ধন যোগান ধৰাৰ কথা সকলোৱে জানে। যিটো কথা আচলতে গুজৰাটী কোম্পানী ক্রেডিট বুলৰ ক্ষেত্রত হৈছে সেই একেই কথা অসমতো ডিবি ষ্টক ব্ৰ’কিঙৰ ক্ষেত্ৰত হৈছে। নহ’লে, দীপাংকৰ বৰ্মনৰ আওপকীয়া সহযোগী স্বপ্ননীল দাসৰ অবৈধ প্রশিক্ষণ কেন্দ্র মুখ্যমন্ত্ৰীৰ অজ্ঞাতে কেনেকৈ চলি আছিল? আন এজন অভিযুক্ত বিশাল ফুকনে ষ্টাম্প পেপাৰত চুক্তিৱদ্ধ কৰি ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি আছিল। ন’টাৰীৰ যোগেদি এইধৰণৰ ষ্টাম্প পেপাৰত চুক্তি হোৱা সম্পৰ্কে ৰাজ্য চৰকাৰ অৱগত নহয় কিয়? বিশাল ফুকনে চাৰি দিনত ২৪ শতাংশ লাভ আৰু ২৪০ দিনত অর্থাৎ এবছৰ নৌহওতে ১০০ শতাংশ লাভ দিয়াৰ প্ৰতিশ্রুতিৰে ব্যৱসায় চলাই থকাৰ পিছতো অসম চৰকাৰৰ চোৰাংচোৱা বিভাগে গম নাপালে কিয়?

আমাৰ প্ৰশ্ন হ’ল মূল অভিযুক্ত দীপাংকৰ বৰ্মন আৰু তেওঁৰ সহযোগীসকলক অসম আৰক্ষীয়ে এতিয়াও গ্রেপ্তাৰ কৰিব পৰা নাই কিয়? নে গুজৰাটৰ ক্রেডিট বুলৰ মালিক ধৱল ছোলানিক বিদেশলৈ পলায়ন কৰাৰ সুযোগ দিয়াৰ দৰে দীপাংকৰ বৰ্মনকো পলায়নৰ সুযোগ কৰি দিছে চৰকাৰে? এই বৃহৎ বিত্তীয় কেলেংকাৰীৰ মূল কথাবোৰৰ পৰা হাত সাৰি থাকিবলৈ অদৰকাৰী কথাৰ চর্চা চলোৱাতো বাদ দি চৰকাৰে অসমৰ জনগণক এটা এটাকৈ সকলো প্ৰশ্নৰ উত্তৰ দিব লাগিব। সেয়ে হাজাৰ হাজাৰ কোটি টকাৰ এই কেলেংকাৰিৰ শ্বেতপত্র প্রকাশ কৰাৰ সাহস গোটাবলৈ মুখ্যমন্ত্রীক আহ্বান জনাইছো বুলি কয় বিৰোধী দলপতি গৰাকীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GuwahatiMoney Trading ScamOpposition Leader Debbrata Saikia's Press conferenceRajib Bhawan
publisher

publisher

Related Posts

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d