Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Raijor Dal Pressmeet:অসমীয়া ভাষাক ধ্রুপদী মর্যাদা প্রদান প্রসংগ

কৃতিত্ব আঁজোৰাৰ প্ৰতিযোগিতা বন্ধ কৰক, স্ব-কৃতিত্বৰে মহীয়ান অসমীয়া ভাষা, বিজেপি দল আৰু চৰকাৰলৈ ৰাইজৰ দলৰ এলানি প্রশ্ন

samimsultana by samimsultana
October 4, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Raijor Dal Pressmeet:অসমীয়া ভাষাক ধ্রুপদী মর্যাদা প্রদান প্রসংগ
3
SHARES
27
VIEWS
ShareShareShareShare

Raijor Dal Pressmeet:

বৃহস্পতিবাৰে কেন্দ্রীয় কেবিনেটে অসমীয়া ভাষাক দিয়া ধ্রুপদী ভাষাৰ মৰ্যাদাক ৰাইজৰ দলে আদৰণি জনাইছে। আজি এক সংবাদ মেল সম্বোধন কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে অসমীয়া ভাষাই হেম সৰস্বতীৰ দিনৰ পৰাই, অনন্ত কন্দলিৰ আগৰ পৰাই প্রৱাহমানভাবে বিকশিত হৈ আহিছে। আন ১০ টা ভাষাৰ লগত অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা পোৱাটো এক অত্যন্ত গুৰুত্বপূর্ণ বিষয় আৰু অসমীয়া জাতিৰ বাবে বৃহৎ প্রাপ্তি।

ADVERTISEMENT

কিন্তু এতিয়া অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভৰ বিষয়টোত কৃতিত্ব লোৱাৰ হেতাওপৰা লগোৱাৰ দৰে লজ্জাজনক ঘটনা সংঘটিত হৈছে। কৃতিত্ব কাৰ? সৰ্বানন্দ সোণোৱালৰ নে হিমন্ত বিশ্ব শৰ্মাৰ? তাক লৈ অঁৰিয়াঅঁৰি চলিছে। তাৰ মাজতে কৃতিত্ব লোৱাৰ দৌৰত লাগিছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাইও।

RelatedPosts

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

Gaurav Gogoi Pressmeet:মহানগৰীৰ বেলতলাত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ চাৰিদলৰ উমৈহতীয়া সংবাদমেল

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

বিজেপি নেতাৰ মাজত কৃতিত্ব লোৱাৰ হেতাওপৰা লাগিছে, কিন্তু সঁচাকৈয়ে বিজেপি চৰকাৰে বা বিজেপি নেতৃত্বই অসমীয়া ভাষাৰ চৰ্চা আৰু বিকাশৰ বাবে আন্তৰিকতাৰে কাম কৰিছেনে? নে বিজেপি চৰকাৰৰ দিনত অসমীয়া ভাষাক সংকটৰ সন্মুখলৈ ঠেলি দিব বিচৰা হৈছে? তাকে লৈ আজি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে উত্থাপন কৰে কেইবাটাও গুৰুত্বপূৰ্ণ প্রসংগ। তেওঁ কয়-

১) বিজেপি চৰকাৰ আৰু বিজেপি দলে অসমৰ ভাষিক জাতীয়তাবাদক ধর্মীয় জাতীয়তাবাদলৈ অৱনমিত কৰিবৰ কাৰণে নিৰন্তৰভাৱে প্রচেষ্টা চলাই থকা নাইনে? কেৱল ৰাজনৈতিক মুনাফাৰ বাবেই এই দুষ্কার্য সাধন কৰি জাতিটোকে পংগু কৰিব বিচৰা নাইনে? বিজেপি দল আৰু চৰকাৰ এই কামৰ পৰা বিৰত থাকক।

২) কোন চৰকাৰৰ দিনত ‘কা’ৰ জৰিয়তে ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশীক সংস্থাপন দি অসমীয়া ভাষাৰ প্ৰতি চিৰদিনৰ বাবে সংকট নমাই আনিব বিচৰা হৈছে? কেন্দ্ৰত বিজেপি আৰু ৰাজ্যত বিজেপি চৰকাৰ থাকোতে ‘কা’ জাপি দি অসমীয়াভাষীক অসমতে সংখ্যালঘু কৰিব বিচৰা হোৱা নাইনে? অসমীয়া ভাষাক যদি আন্তৰিকতাৰে ভাল পায় অসমক ‘কা’ৰ আওতাৰ বাহিৰলৈ নিয়ক।

৩) কাৰ দিনত অসমীয়া মাধ্যমৰ বিদ্যালয় ৰাজ্যখনত বন্ধ হ’ল? সর্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শর্মা চৰকাৰৰ দিনত নহয়নে? এইদৰে ১১ হাজাৰতকৈ অধিক চৰকাৰী বিদ্যালয়ত তলা লগাই অসমীয়া ভাষালৈ অশনি সংকেট কঢ়িয়াই অনা নাইনে বিজেপি চৰকাৰে? অসমীয়া ভাষাক যদি আন্তৰিকতাৰে ভাল পায় অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰাৰ নীতি বিজেপি চৰকাৰে বন্ধ কৰক।

৪) অসমীয়া ভাষাৰ মাধ্যমত পঢ়িলে ডাক্তৰ, ইঞ্জিনিয়াৰ হ’ব নোৱাৰে বুলি কোৱা চৰকাৰখন কোন? হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই কথা কৈ ষষ্ঠ শ্ৰেণীৰ ইংৰাজীত গণিত আৰু বিজ্ঞান পঢ়োৱাৰ নিয়ম কৰি অসমীয়া ভাষাক অপ্ৰাসংগিক কৰি তোলা নাইনে? অসমীয়া ভাষাক যদি ভাল পায়, মাতৃভাষাত গণিত আৰু বিজ্ঞান পঢ়োৱাৰনিয়ম অব্যাহত ৰাখক।

৫) কোনখন চৰকাৰে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ পৰা বাধ্যতামূলক অসমীয়া ভাষাৰ কাকত প্রত্যাহাৰ কৰিছে? এই কাম কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমীয়া ভাষাৰ কেনেধৰণৰ উত্তৰণৰ বাবে কাম কৰিছে? যদি বিজেপি চৰকাৰে অসমীয়া ভাষা ভাল পায়, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষাৰ কাকতখন পুনৰ বাধ্যতামূলক কৰক।

৬) অসম চৰকাৰৰ উদ্যোগত অসমীয়া মাধ্যমৰ বিদ্যালয় নহয় চিবিএছইৰ অধীনত ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয় খোলাৰ সিদ্ধান্ত গ্রহণ কৰা চৰকাৰখন কাৰ চৰকাৰ? এই সিদ্ধান্ত গ্রহণ কৰি হিমন্ত বিশ্ব শৰ্মাই ইংৰাজী ভাষাৰ বিকাশৰ কাৰণে নে অসমীয়া ভাষাৰ বিকাশৰ বাবে কাম কৰিছে? যদিহে অসমীয়া ভাষাক ভাল পায়, অসমীয়া মাধ্যমৰ বিদ্যালয় চৰকাৰে ইংৰাজী মাধ্যমলৈ সলনি কৰা বন্ধ কৰক।

৭) ভাৰতৰ কোন মুখ্যমন্ত্ৰীৰ পৰিয়ালে নিজ ৰাজ্যৰ ভাষাৰ নহয়, ইংৰাজী মাধ্যমৰ ব্যক্তিগতখণ্ডৰ আন্তঃৰাষ্ট্ৰীয় বিদ্যালয় প্রতিষ্ঠা কৰিছে? অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা পোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ “বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুল”ৰ মাধ্যম এতিয়া ইংৰাজীৰ পৰিৱৰ্তে অসমীয়া কৰিব নেকি? তাকো যদি নকৰে বিদ্যালয়খনত ধ্রুপদী অসমীয়া ভাষা পঢ়োৱাটো বাধ্যতামূলক কৰিবনে?

৮) কোনখন চৰকাৰৰ দিনত অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত বহিঃৰাজ্যৰ হিন্দীভাষীক শিক্ষকৰ নিযুক্তি দিয়া আৰম্ভ হ’ল? অসমীয়াই ধ্রুপদী মর্যাদা পোৱাৰ পিছত মাজুলীৰ জেংৰাইমুখত, কাকপথাৰৰ ডিৰাকত অসমীয়া মাধ্যমৰ বিদ্যালয়ত বহিঃৰাজ্যৰ হিন্দীভাষীক শিক্ষক নিযুক্তি দিয়াৰ অশুভ নিয়মৰ অন্ত পৰিবনে?

৯) কাৰ দিনত অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰত নিমাওমাও পৰিৱেশৰ সৃষ্টি হ’ল? কাৰ দিনত অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ শিক্ষকসকল পাঠদানত নহয়, অন্য কামত ব্যস্ত ৰাখি অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ কাল অমানিশা মাতি আনিব বিচৰা হৈছে? কোনজন মুখ্যমন্ত্ৰীয়ে ১০ বছৰৰ পাছত আৰু অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় নাথাকিব বুলি কৈ অসমীয়া মাধ্যমলৈ সংকট নমাই আনিছে? অসমীয়াক ধ্রুপদী ভাষাৰ মৰ্যাদা দিয়াৰ পাছত এই অৱস্থাৰ এতিয়া পৰিৱৰ্তন হ’বনে?

১০) ভাৰতৰ কোন মুখ্যমন্ত্রীয়ে ছ’চিয়েল মিডিয়াত নিজ মাতৃভাষাতকৈ ইংৰাজী আৰু হিন্দী ভাষাক অধিক গুৰুত্ব দি নিজৰ ৰাজনৈতিক কেৰিয়াৰ তৈয়াৰ কৰিব বিচাৰিছে? এতিয়া অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মর্যাদা লাভৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ছ’চিয়েল মিডিয়াত মাতৃভাষাৰ অধিক চৰ্চা কৰিব নে?

১১) কোন চৰকাৰে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা ২০১৫ চনৰ পৰা কৰ্তন কৰিলে? এতিয়া আমি সেই মর্যাদা ঘূৰাই পামনে?

অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভৰ কৃতিত্ব কাকো দিয়াৰ প্রয়োজন নাই। এয়া অসমীয়া ভাষাৰ স্ব-মহিমা। হাজাৰ বছৰ ধৰি অসমীয়া সাহিত্যৰ কাণ্ডাৰীসকলে নিৰলসভাৱে কৰি অহা সাধনা আৰু অসমীয়া ভাষীসকলে কৰি অহা নিৰন্তৰ চৰ্চাৰ ফল এয়া।

সেয়েহে অবাবত কৃতিত্ব লোৱাৰ প্ৰতিযোগিতা বন্ধ কৰক। যিসকলে অসমীয়াক ধ্রুপদী মর্যাদা দিবলৈ আন্তৰিকতাৰে কাম কৰিলে, তেওঁলোকক সন্মান দিয়ক। বিজেপি দল আৰু চৰকাৰে অসমীয়া জাতি, অসমৰ থলুৱা বিভিন্ন জনগোষ্ঠী, অসমৰ জনগণ আৰু অসমীয়া ভাষাৰ বিৰুদ্ধে কাম কৰা বন্ধ কৰক।

কেন্দ্ৰীয় কেবিনেটে অসমীয়াক ধ্রুপদী ভাষাৰ মৰ্যাদা দিলে বুলিলেই এতিয়া জাতিদ্রোহী বিজেপি দল আৰু চৰকাৰ ধোৱা তুলসীৰ পাত হ’ব নোৱাৰে। যিসকলে অসমবিদ্বেষী বিজেপি দল আৰু চৰকাৰক এই আপাহত অসমপ্রেমী সজাব খুজিছে তেওঁলোককো অসমবাসীয়ে চিনি থওক। ধ্রুপদী মর্যাদা পোৱাটো অসমীয়া ভাষাৰ স্বকৃতিত্ব; এই মর্যাদা আনুষ্ঠানিকভাবে ঘোষণা কৰিয়ে অসমবিদ্বেষী বিজেপি এতিয়া অসমপ্রেমী হ’ব নোৱাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Addressing Akhil GogoiGuwahatiRaijar Dal Pressmeet
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d