Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

State Bjp Chief Sporkperson Pressmeet:ভূপেন বৰা-দেৱব্ৰত শইকীয়াৰ সংবাদ মেল সন্দৰ্ভত বিজেপিৰ প্ৰতিক্রিয়া

সোণাপুৰ কচুতলীৰ উচ্ছেদ সন্দর্ভত খিলঞ্জীয়া জনতাৰদ্বাৰা ধীকৃত কংগ্ৰেছৰ, বিভ্রান্তি বিয়পোৱাৰ ষড়যন্ত্ৰ

samimsultana by samimsultana
September 18, 2024
in India, Assam, News
Reading Time: 2 mins read
0
State Bjp Chief Sporkperson Pressmeet:ভূপেন বৰা-দেৱব্ৰত শইকীয়াৰ সংবাদ মেল সন্দৰ্ভত বিজেপিৰ প্ৰতিক্রিয়া
4
SHARES
44
VIEWS
ShareShareShareShare

RelatedPosts

State BJP Pressmeet in Guwahati:বিজেপিৰ ৰাজ্যিক কার্যালয়ত মন্ত্রী পিযুষ হাজৰিকাৰ সংবাদমেল

State Bjp Pressmeet:বাংলাদেশ, পাকিস্তানৰ আৰ্হিত অসমৰ চাপৰিতো আছে কৌমি মাদ্রাছা

State Bjp Pressmeet :কংগ্ৰেছৰ আম্বেদকাৰ যাত্রা নাটকবাজী হে মাথো,কংগ্ৰেছে দশক দশক জুৰি আম্বেদকাৰক অবমাননাহে কৰিছিল: ভবেশ কলিতা

State Bjp Chief Sporkperson Pressmeet:

শেহতীয়াকৈ মুখ্যমন্ত্রী  হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ট্রাইবেল বেল্ট আৰু ব্লকসমূহ সুৰক্ষিত কৰাৰ স্বাৰ্থত গ্ৰহণ কৰা কঠোৰ পদক্ষেপে ৰাজ্যৰ জনসাধাৰণক আশ্বস্ত কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ সোণাপুৰ কচুতলীৰ জনজাতীয় আবেষ্টনীৰ সন্দেহযুক্ত বেদখলকাৰী কৱলৰ পৰা মুক্ত কৰাৰ কাৰণে চৰকাৰৰ কঠোৰ পদক্ষেপে খিলঞ্জীয়া জনতাৰ ব্যাপক সমর্থন লাভ কৰিছে।

ADVERTISEMENT

কিন্তু সততে খিলঞ্জীয়া বিৰোধীৰ স্থিতি গ্রহণ কৰি অহা কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্সৰ অন্তৰ্গত ৰাজনৈতিক দলসমূহে এই বিষয়তো কৌশলগতভাবে বিৰোধিতা কৰি সাধাৰণ ৰাইজৰদ্বাৰা ধীকৃত হ’ব লগা পৰিৱেশৰ সৃষ্টি হৈছে। এনে এক প্রেক্ষাপটতে জনতাৰ ৰোষৰ বলি হোৱা কংগ্ৰেছ দলে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভ্রান্তি বিয়পোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আজি সম্বোধন কৰা সংবাদ মেলখনো এই ষড়যন্ত্ৰৰে অংশ মাথো”- এই বক্তব্য ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র মনোজ বৰুৱাৰ।

আজি দলৰ বশিষ্ঠস্থিত মুখ্য কার্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱন’ত অনুষ্ঠিত এক সংবাদ মেলত বৰুৱাই অভিযোগ কৰে যে কংগ্ৰেছ দলৰ খিলঞ্জীয়া বিৰোধী স্থিতি অসমৰ কাৰণে নতুন নহয়। ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত দুটাকৈ দশক শাসনত থকা কংগ্ৰেছ দলটোৱে চুক্তিৰ ৬ নং দফা ৰূপায়ণকে ধৰি কোনো বিষয়তে জনতাক সুৰক্ষিত কৰিব পৰা কোনো পদক্ষেপ গ্রহণ নকৰিলে। আজি যিখিনি সময়ত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত ৰাজ্য চৰকাৰে ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন আয়োগৰ পৰামৰ্শৱলী ৰূপায়ণৰ কাৰণে সময় নির্ধাৰিত পদক্ষেপ ঘোষণা কৰিছে, সেইখিনি সময়তে কংগ্রেছ দলে প্ৰকাৰন্তৰে ইয়াৰ কৌশলপূর্ণ বিৰোধিতা কৰাতো কংগ্ৰেছৰ খিলঞ্জীয়া বিৰোধীৰ চৰিত্ৰৰে প্ৰতিফলন।

উল্লেখ্য যে ইতিমধ্যে ৰাজ্য চৰকাৰে বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ ৬৭ টা পৰামৰ্শৰ ভিতৰত ৰাজ্য চৰকাৰৰ আওতাৰ ৫৭ টা পৰামৰ্শ আগন্তুক ৰঙালী বিহুৰ পূর্বে নিশ্চিত ৰূপায়ণৰ প্ৰতিশ্রুতি প্ৰদানৰ লগতে বাকী কেন্দ্ৰীয় চৰকাৰৰ আওতাৰ ১০ টা পৰামৰ্শ কেন্দ্রীয় চৰকাৰৰ সৈতে আলোচনাৰ জৰিয়তে আগবঢ়োৱাৰ বাবে সিদ্ধান্ত ঘোষণা কৰিছে। তেনে সময়ত কংগ্রেছ নেতা ভূপেন বৰা আৰু দেৱব্রত শইকীয়াই ভিত্তিহীন বক্তব্যৰে সমগ্ৰ প্ৰক্ৰিয়াটোক বাধাগ্রস্ত কৰাৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হোৱা কাৰ্যক অসমৰ ৰাইজে কোনো কাৰণতে মানি নলয় বুলি বিজেপিয়ে প্রকাশ কৰে।

আনহাতে নিজে শাসনত থকাৰ সময়ত অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আনুষ্ঠানিক জটিলতা বৃদ্ধি কৰা কংগ্ৰেছ দলে বর্তমান সময়ত জনজাতিকৰণৰ বিষয়টো কেৱল মাত্ৰ ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিব বিচৰা কাৰ্য গৰিহণাৰ যোগ্য। কংগ্ৰেছ দলক এনে প্রতিক্রিয়াশীল ষড়যন্ত্ৰৰ পৰা বিৰত থাকিবলৈ ভাৰতীয় জনতা পার্টি, অসম প্রদেশে কঠোৰভাৱে সকীয়াই দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Addressing Chief Sporkperson Manoj BaruahState Bjp Pressmeetstste bjp office
samimsultana

samimsultana

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d