Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Union Minister Took Oath as Ex-officio members of Digboi and Makum Municipalities:ডিগবৈ পৌৰসভা আৰু মাকুম পৌৰসভাৰ পদেন সদস্য হিচাপে শপতগ্রহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ডিব্ৰুগড় লোকসভা সমষ্টিক উন্নয়নৰ এক নতুন শিখৰত উপনীত কৰোৱাটো মোৰ দৃঢ় লক্ষ্য: সোণোৱাল

publisher by publisher
July 19, 2024
in Uncategorized
Reading Time: 2 mins read
0
Union Minister Took Oath as Ex-officio members of Digboi and Makum Municipalities:ডিগবৈ পৌৰসভা আৰু মাকুম পৌৰসভাৰ পদেন সদস্য হিচাপে শপতগ্রহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Sarbananda Sonowal Wall Painting in Dibrugarh:আজিৰে পৰা আৰম্ভ ৰাজ্যজুৰি বিজেপিৰ দেৱাল লিখন অভিযান

Amit Shah:পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰকত ৮৬০ জন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী গৃহমন্ত্ৰীৰ

Union Minister Took Oath as Ex-officio members of Digboi and Makum Municipalities:

কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে আজি ডিগবৈ আৰু মাকুম পৌৰসভাৰ পদেন সদস্য হিচাপে শপতগ্ৰহণ কৰে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ হিচাপে নির্বাচিত হৈয়ে সক্রিয় ভূমিকা পালন কৰা সৰ্বানন্দ সোণোৱালে লোকসভা সমষ্টিটোৰ সৰ্বাংগীণ উন্নয়নৰ হকে তেখেতৰ দূৰদৰ্শী দৃষ্টিভংগী দাঙি ধৰে।

ADVERTISEMENT

সৰ্বানন্দ সোণোৱালে আজি কয়, স্বাধীনতাৰ আগৰে পৰাই অবিভক্ত ডিব্ৰুগড় জিলা ভাৰতৰ আটাইতকৈ ধনী জিলাবোৰৰ ভিতৰত এখন আছিল য’ত চাহ, কয়লা, কাঠ, পেট্ৰ’লিয়ামকে ধৰি বিভিন্ন সম্পদ প্ৰচুৰ পৰিমাণে পোৱা গৈছিল। স্বাধীনতাৰ পাছত কংগ্ৰেছ চৰকাৰৰ প্ৰণালীবদ্ধ অৱহেলাৰ বাবে ডিব্ৰুগড় ক্ৰমান্বয়ে চৰকাৰৰ অগ্ৰাধিকাৰৰ পৰা বাদ পৰি যায়। পূৰ্বৰ বাজপেয়ীৰ চৰকাৰ আৰু বৰ্তমানৰ মোদী চৰকাৰৰ নেতৃত্বতে এই অঞ্চলটোলৈ আকৌ আগৰ পৰিৱেশ ঘূৰি আহিছে।

এতিয়া ডিব্ৰুগড় দোপতদোপে আগবাঢ়ি গৈছে। ৰে’লপথ, স্থলপথ, আকাশীপথ আৰু জলপথৰ আমূল পৰিৱৰ্তন সাধন হৈছে, ডিব্ৰুগড়ৰ ঔদ্যোগীকৰণ আৰু যুৱপ্ৰজন্মৰ সংস্থাপনৰ দিশটোৱেও যথেষ্ট গতিশীলতা লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ডিব্ৰুগড় লোকসভা সমষ্টিৰ উন্নয়নে এক নতুন শিখৰত আৰোহণ কৰিব ধৰিছে। এয়া সবকা সাথ, সবকা বিকাশৰ এক নিদর্শন।

ডিগবৈ পৌৰসভা আৰু মাকুম পৌৰসভাই অঞ্চল দুটিৰ সর্বাংগীণ উন্নতি আৰু আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে সবল পদক্ষেপ গ্ৰহণ কৰি আহিছে। ঐতিহ্যমণ্ডিত অঞ্চল দুটিৰ বিকাশত আমাৰ চৰকাৰে যথেষ্ট অগ্ৰাধিকাৰ দিছে। ডিগবৈ পৌৰসভাই ৰাষ্ট্ৰীয় পৰ্যায়তো প্রশংসা লাভ কৰিছে। এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ শোধনাগাৰৰ ক্ষমতা বৃদ্ধিৰ বাবে আমি অহোপুৰুষাৰ্থ কৰি আহিছিলোঁ। কিন্তু পূৰ্বৰ চৰকাৰৰ সদিচ্ছা আৰু দূৰদৰ্শিতাৰ অভাৱতেই শোধনাগাৰটোৰ ক্ষমতা বৃদ্ধিৰ দিশটো অৱহেলিত হৈ ৰৈছিল।  প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ গুৰুত্ব আৰু ঐতিহ্য উপলব্ধি কৰিয়েই ডিগবৈ শোধনাগাৰৰ ক্ষমতা ০.৬৯ নিযুত টনৰ পৰা ১ নিযুত টনলৈ বৃদ্ধি কৰাৰ ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে।, সোণোৱালে ভাষণ প্রসংগত কয়।

তেখেতে উল্লেখ কৰে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তর্গত আটাইকেইটা বিধানসভা সমষ্টিকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জাতি-জনগোষ্ঠীক লগত লৈ আমি আগুৱাই যাম উন্নয়নৰ নতুন দিগন্ত অভিমুখে। যুৱশক্তি, মহিলাশক্তি, কৃষকশক্তি আৰু আৰ্থিকভাৱে পিছপৰা লোকসকলৰ সর্বাংগীণ বিকাশ হ’ব আমাৰ অগ্ৰাধিকাৰৰ মূল স্তম্ভ। ডিব্ৰুগড়ৰ লগতে অসমৰ সৰ্বাংগীণ আন্তঃগাঁথনিক ক্ষিপ্ৰতৰ কৰি এক নতুন শিখৰলৈ লৈ যোৱাটো আমাৰ দৃঢ় লক্ষ্য। অত্যাধুনিক প্রযুক্তি, বিকাশ, সংস্থাপন আৰু দক্ষতা বিকাশৰ জৰিয়তে যুৱশক্তিৰ সবলীকৰণো আমাৰ অগ্ৰাধিকাৰৰ অন্যতম মুখ্য দিশ, কিয়নো যুৱশক্তিয়েই দেশৰ মহাশক্তি।

বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ সৰ্বস্তৰৰ ৰাইজৰ মৰম-আশিস শিৰত লৈ আমি সমাজৰ শান্তি- সম্প্রীতি, প্রগতি, সমৃদ্ধিৰ বাবে সমর্পিতভাৱে কাম কৰি যাবলৈ বদ্ধপৰিকৰ। ডিব্ৰুগড় লোকসভা সমষ্টিক চাহ পর্যটন, চিকিৎসা পর্যটন আৰু নদী পর্যটন; ঔদ্যোগীকৰণ, কৃষিজাত সামগ্ৰীৰ মসৃণ ৰপ্তানি, জলপথৰ আন্তঃগাঁথনি, ক্রীড়া খণ্ড, দক্ষতা প্রশিক্ষণ আদি বিভিন্ন দিশত নতুন ৰূপত উজলাই তোলাৰ বাবে আমি নিৰলস প্ৰচেষ্টাৰে কাম কৰি যাম। ডিব্ৰুগড় লোকসভা সমষ্টিক যাতে দেশৰ লোকসভা সমষ্টিসমূহৰ ভিতৰত জাকত-জিলিকা কৰি তুলিব পাৰোঁ, তাৰ বাবে আমি আগলৈ এইক্ষেত্রত দ্রুতগতিত পদক্ষেপ গ্ৰহণ কৰি যাম।”

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আজি সংগ দিয়ে প্রাক্তন কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিগবৈৰ বিধায়ক সুৰেন ফুকন, অসম হাউছিং ব’ৰ্ডৰ অধ্যক্ষ পুলক গোহাঁই, তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কুশকান্ত বড়া, ডিগবৈ পৌৰসভাৰ পৌৰপতি সুদীপ্ত দত্ত চৌধুৰী, মাকুম পৌৰসভাৰ পৌৰপতি বিপাশা বৰা প্ৰমুখ্যে অন্যান্য সতীর্থসকলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ex-oFFICIO MemberMakum And Digboi MunicipaltiesTaking OathUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত
Uncategorized

Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d