Road accidents have increased in the state during the Durga Puja:দুর্গোৎসৱৰ সময়ছোৱাত ৰাজ্যত বৃদ্ধি পালে পথ দুৰ্ঘটনা

accident

Road accidents have increased in the state during the Durga Puja:

দুর্গোৎসৱৰ আনন্দ উছাহৰ সময়ছোৱাত ৰাজ্যত বৃদ্ধি পথ দুৰ্ঘটনাৰ ৷ পূজাৰ ষষ্ঠীৰ পৰা দশমীৰ পাঁচোতা দিনলৈকে ৰাজ্যত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ সংখ্যা ৮৪৩টা ৷

আনহাতে ৰাজ্যৰ ভিতৰ সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হয় শোণিতপুৰ জিলাত ৷ জিলা খনত মুঠ দুৰ্ঘটনা সংঘটিত হয় ৬৬টা৷ একেদৰে দ্বিতীয় সৰ্বাধিক পথ দুৰ্ঘটনা কামৰূপত সংঘটিত হয় ৬০ টা ৷ গোলাঘাটত পথ দুৰ্ঘটনা সংঘটিত হয় ৫৭ ৷ উল্লেখ্য যে,দুৰ্ঘটনাৰ তথ্য সদৰি কৰে ১০৮ মৃত্যুঞ্জয় সেৱাই ৷

Exit mobile version