Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

95 Death Traps On State Highways:ৰাজ্যৰ ঘাইপথত ৯৫ টাকৈ মৰণফান্দ !

পাঁচ বছৰত 'ব্লেক স্পট' নির্মূল কৰিবলৈ ১৫,৭০২ কোটি টকা ব্যয় ঘাইপথ মন্ত্রণালয়ৰ, অসমতো ৪৭ টা দুর্ঘটনা প্রৱণ অঞ্চল মেৰামতি, কেৱল গুৱাহাটীত ৩০ টাকৈ 'ব্লেক স্পট'

publisher by publisher
December 25, 2023
in Assam, India, News
Reading Time: 2 mins read
0
95 Death Traps On State Highways:ৰাজ্যৰ ঘাইপথত ৯৫ টাকৈ মৰণফান্দ !
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

Increase in toll gate fees:জনতাৰ ওপৰত পুনৰ ৰামটাঙোন চৰকাৰৰ !

FASTag Annual Pass: দেশজুৰি আৰম্ভ হ’ল বার্ষিক FASTag পাছ প্রক্রিয়া

Five-foot bridge will be built on NH-27 in Guwahati City:মহানগৰীৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত অচিৰেই নিৰ্মাণ হ’ব ৫ নতুন পদপথ সেতু, সামাজিক মাধ্যমত ঘোষণা মুখ্যমন্ত্ৰীৰ

95 Death Traps On State Highways:

ৰাষ্ট্ৰীয় ঘাইপথ নহয়, যেন নৰকলৈ যোৱা পথহে। ৰাজ্যৰ মাজেৰে পাৰ হৈ যোৱা ইষ্ট-ৱেষ্ট কৰিড’ৰৰ ইতিমধ্যে নিৰ্মাণ সম্পূর্ণ হোৱা অংশ আৰু নির্মিয়মাণ অংশসমূহত সঘনাই সংঘটিত হৈ অহা দুর্ঘটনাই বিপদসংকুল কৰি তুলিছে ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত।

ADVERTISEMENT

এনে সময়তে কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথ আৰু পথ পৰিবহণ মন্ত্রণালয়ে দুৰ্ঘটনাৰ কাৰণ উদ্‌ঘাটনৰ বাবে চলোৱা এক চৰজমিন অধ্যয়নৰ অন্তত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পৰিৱেষ্টিত ৰাষ্ট্ৰীয় ঘাইপথত মুঠতে ৯৫ টা দুর্ঘটনা প্রৱণ অঞ্চল (ব্লেক স্পট) চিনাক্ত কৰিছে। নির্ধাৰিত এই ব্লেক স্পটসমূহত সঘনাই সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুর্ঘটনা।

ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রণালয়ে সদৰী কৰা তথ্য মতে, বিগত পাঁচটা বছৰত অসমৰ মাজেৰে সম্প্ৰসাৰিত বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ চিনাক্ত কৰাত ৯৫ টা নিৰ্ধাৰিত ‘ব্লেক স্পট’ত সংঘটিত হৈছে ৪৩৬ টাকৈ ভয়াৱহ পথ দুর্ঘটনা। এই দুর্ঘটনাসমূহত মৃত্যু মুখত পৰে ৩০৪ জন লোক।

স্বাভাৱিকতে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রণালয়ৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছিল অসমৰ ৰাষ্ট্রীয় ঘাইপথত থকা ‘ব্লেক স্পট’সমূহ।

সমগ্ৰ ৰাজ্যৰ বিভিন্ন স্থানত থকা এই ‘ব্লেক স্পট’সমূহৰ ভিতৰত সৰ্বাধিক সংখ্যক ৩০ টা দুর্ঘটনাপ্রবণ অঞ্চল আছে কেবল গুৱাহাটীতে। প্রায় প্রতিদিনেই গুৱাহাটীত এই ‘ব্লেক স্পট’সমূহত সংঘটিত হৈ আহিছে সৰু অথবা ডাঙৰ পথ দুর্ঘটনা।

লক্ষ্যণীয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ২০২৬ৰ ভিতৰত অসমত পথ দুৰ্ঘটনাৰ সংখ্যা শূন্যলৈ হ্রাস কৰাৰ বাবে লক্ষ্য নির্ধাৰণ কৰি যাৱতীয় সকলো সজাগতা তথা সতর্কতামূলক ব্যৱস্থা গঢ়ি তোলাৰ সময়তে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রণালয়ে ইতিমধ্যে ৯৫ টা ‘ব্লেক স্পট’ৰ ভিতৰত ৪৭ টা ‘ব্লেক স্পট’ত যাতে দুর্ঘটনা সংঘটিত নহয় তাৰ বাবে যথোপযুক্ত পৰিত্ৰাণমূলক ব্যৱস্থা গ্রহণ কৰিছে। অবশ্যে ইয়াৰ পাছতো ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়াও মৃত্যুদূতৰ ৰূপ লৈ আছে ৪৮ টাকৈ দুর্ঘটনাপ্রবণ স্থানে।

প্রসংগত উল্লেখ্য যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমতে সর্বাধিক সংখ্যক ‘ব্লেক স্পট’ চিনাক্ত কৰা হৈছে। কেন্দ্রীয় পথ পৰিবহণ মন্ত্রণালয়ে প্রকাশ কৰা তথ্য মতে, নগালেণ্ডৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্রীয় ঘাইপথত ১৭ টা দুর্ঘটনাপ্রবণ স্থান চিনাক্ত কৰা হৈছে।

একেদৰে ছিকিমত ১০ টা, ত্ৰিপুৰাত নটা, মণিপুৰ আৰু অৰুণাচলত পাঁচটাকৈ তথা মেঘালয় আৰু মিজোৰামৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথত এটাকৈ ‘ব্রেক স্পট’ চিনাক্ত কৰা হৈছে।

কেন্দ্রীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রী নিতিন গাডকাৰীয়ে সংসদত প্রকাশ কৰা তথ্য মতে, সমগ্র দেশজুৰি থকা বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথসমূহত সর্বমুঠ ৫,৮০৩ টা ব্লেক স্পট অর্থাৎ সর্বাধিক দুর্ঘটনা প্ৰৱণ অঞ্চল চিহ্নিত কৰা হৈছে।

ইয়াৰ ভিতৰত তামিলনাডুৰ ৰাষ্ট্ৰীয় ঘাইপথত সর্বাধিক সংখ্যক দুর্ঘটনাপ্রবণ স্থান চিনাক্ত কৰা হৈছে। ৰাজ্যখনত পৰিৱেষ্টিত সমূহ ৰাষ্ট্ৰীয় ঘাইপথত সর্বমুঠ ৭৪৮ টা ‘ব্লেক স্পট’ আছে। ইয়াৰ পাছতে চুবুৰীয়া পশ্চিমবংগৰ ৰাষ্ট্ৰীয় ঘাইপথত ৭০১ টা আৰু তেলেংগানাৰ ৰাষ্ট্ৰীয় ঘাইপথত ৪৮৫ টা দুর্ঘটনাপ্রবণ স্থান চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রণালয়ে সংশ্লিষ্ট ৰাষ্ট্ৰীয় ঘাইপথৰ পাঁচশ মিটাৰ দৈর্ঘ্যৰ নির্দিষ্ট অঞ্চলত বিগত তিনিটা বছৰত কমেও পাঁচটা দুর্ঘটনা তথা ১০ জন লোক হতাহত হোৱা ঘটনা সংঘটিত হ’লে তেনে স্থানসমূহক ‘ব্রেক স্পট’ হিচাপে চিহ্নিত কৰিছে।

ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রণালয়ে দুর্ঘটনাপ্রবণ অঞ্চল হিচাপে চিনাক্ত কৰা এনে দুর্ঘটনাপ্রবণ স্থানসমূহক পথচাৰীয়ে প্ৰত্যক্ষ কৰিব পৰাকৈ নির্দিষ্ট সংকেত প্ৰদানৰ ব্যৱস্থা কৰিছে।

উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে ইতিমধ্যে এনে দুর্ঘটনা প্রৱণ অঞ্চলসমূহত থকা পথৰ দুৰৱস্থা অথবা সংশ্লিষ্ট অঞ্চলখিনিত থকা যাতায়াতৰ অসুবিধা দূৰ কৰিবলৈ কাৰ্যব্যৱস্থা গ্রহণ কৰি বিগত ২০১৮-১৯ৰ পৰা ২০২২-২৩ৰ ভিতৰত ১৫,৭০২ কোটি টকা ব্যয় কৰা বুলিও কেন্দ্রীয় মন্ত্রী গাডকাৰীয়ে সদৰী কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 95 Death TrapsNHAIState Highways
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d