Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Chinese troops are on alert at a new base near Lake Pyangong in Ladakh:লাডাখৰ প্যায়াংগং হ্ৰদৰ কাষত নতুন ঘাটিত গোলা-বাৰুদেৰে সষ্টম চীনা সৈন্য

কৃত্রিম উপগ্ৰহৰ দ্বাৰা সংগৃহীত আলোকচিত্ৰত চীনৰ শেহতীয়া আগ্রাসন উন্মোচিত, ভাৰতে দাবী কৰা অঞ্চলক সামৰি ৭০টা স্থায়ী গৃহ নির্মাণ , ক্ষেপণাস্ত্ৰ ৰোধৰ কৌশল

samimsultana by samimsultana
October 15, 2024
in India, News
Reading Time: 2 mins read
0
Chinese troops are on alert at a new base near Lake Pyangong in Ladakh:লাডাখৰ প্যায়াংগং হ্ৰদৰ কাষত নতুন ঘাটিত গোলা-বাৰুদেৰে সষ্টম চীনা সৈন্য
1
SHARES
12
VIEWS
ShareShareShareShare

Chinese troops are on alert at a new base near Lake Pyangong in Ladakh:

ভাৰতে দাবী কৰি অহা লাডাখ সীমান্তৰ ভূমিত প্রতিবেশী চীনে সংগোপনে এটা নতুন ঘাটি পতাৰ তথ্য পোহৰলৈ আহিছে। সম্পূর্ণ পৰিকল্পিতভাবে চুবুৰীয়া দেশখনে লাডাখৰ প্যায়াংগং হ্ৰদৰ উত্তৰ পাৰত এই ঘাটি স্থাপন কৰিছে। ভাৰতৰ দাবীক সমুলি আওকাণ কৰি চুবুৰীয়া দেশখনে স্থাপন কৰা এই নতুন ঘাটিত বায়ুসেনা ঘাটিৰ পৰা ক্ষেপণাস্ত্ৰ নিক্ষেপো সম্ভৱ বুলি একাংশ বিশেষজ্ঞই ধাৰণা কৰিছে।

ADVERTISEMENT

কৃত্রিম উপগ্ৰহই তোলা ফটোত চীনৰ এই গোপন ঘাটি আবদ্ধ হৈছে। সম্প্রতি ভাৰতীয় সেনাৰ জ্যেষ্ঠ বিষয়াবর্গই এই উপগ্রহীয় ফটোসমূহ বিশ্লেষণ কৰিছে। এই ফটোসমূহ বিশ্লেষণৰ স’তে জড়িত সেনা বিষয়াবর্গই মত পোষণ কৰিছে যে চীনৰ এই নতুন ঘাটিৰ স’তে দেশখনৰ আন ঘাটিসমূহৰ পাৰ্থক্য আছে। সামৰিক অস্ত্র-শস্ত্ৰও মজুত কৰা চীনৰ এই নতুন ঘাটি প্রকৃত নিয়ন্ত্ৰণৰেখা (এলএচি) ৰ চীনৰ ভূখণ্ডৰ পৰা পূবে ৩৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত।

RelatedPosts

দেশত প্ৰথমবাৰ ড্ৰ’নৰ বাবে বিশেষ ৰানৱে!

গণতন্ত্ৰ দিৱসত বায়ুসেনাৰ বিশেষ আকাশী প্ৰদৰ্শনী!

National Integration Tour For Students From Mechuka:অৰুণাচলৰ মেচুকাৰ পৰা ভাৰতীয় সেনাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাষ্ট্ৰীয় সংহতি শীৰ্ষক ভ্ৰমণ

উল্লেখ্য যে কিছুমাহ পূর্বে চীনৰ সেনাই প্যায়াংগং হ্ৰদৰ পাৰ সংযোগ কৰি এখন নতুন দলং নিৰ্মাণ কৰে। এই দলঙৰ পৰা ১৫ কিলোমিটাৰ দূৰত চীনৰ এই নতুন ঘাটি অৱস্থিত। প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ মুক্ত অঞ্চলত চাপ বৃদ্ধিৰ উদ্দেশ্যে চীনে এই ঘাটি নিৰ্মাণ কৰা বুলি ভাৰতীয় সেনাৰ জ্যেষ্ঠ বিষয়াবৰ্গই ধাৰণা কৰিছে। এই সম্পৰ্কত সংবাদ মাধ্যমৰ আগত সামৰিক সূত্ৰই কয়, ‘চীনৰ এই নতুন ঘাটিত বিক্ষিপ্ত ৰূপত ৭০ টা স্থায়ী গৃহ আছে।

ladakh 2এনেদৰে গৃহবোৰ নিৰ্মাণৰ উদ্দেশ্য সম্ভাব্য ক্ষেপণাস্ত্র আক্ৰমণৰ প্ৰভাৱ দূৰ কৰা বুলি ভাৰতীয় সেনাৰ শীৰ্য বিষয়াবৰ্গই ধাৰণা কৰিছে। অর্থাৎ এক কৌশলী পৰিকল্পনাৰে চীনে লাডাখ সীমান্তত এই নতুন ঘাটি স্থাপন কৰিছে বুলি ধাৰণা কৰা হৈছে। সামৰিক সূত্ৰই ধাৰণা কৰা মতে, মূলতঃ দুটা মূল কাৰ্যৰ বাবে চীনে এই ঘাটি স্থাপন কৰিছে। ইয়াৰে এটা হৈছে সীমান্তত সেনাবাহিনী আৰু দেশখনে সীমান্তত চলাই থকা নিয়োজিত কুলীসকলৰ বাবে আশ্রয়স্থলৰ ব্যৱস্থা কৰা।

আনহাতে, সামৰিক বিশেষজ্ঞসকলৰ মতে, চীনে এই নতুন ঘাটিত নির্মাণ কৰা ৭০ টা গৃহৰ প্ৰতিটোতে ছয়-আঠজন সৈন্য আৰু গোলা-বাৰুদসহ ১০ টন পর্যন্ত ৰছদপাতি মজুত ৰাখিব পাৰে। আনহাতে, চীনৰ এই নির্মাণ কার্য সম্পর্কত উপগ্রহীয় ফটো বিশ্লেষক ডামিয়েন ছাইমনে সংবাদ মাধ্যমৰ আগত কয়, সীমান্তবর্তী অঞ্চলটোত ক্রেনকে ধৰি গধুৰ যন্ত্রপাতিৰ চাল-চলনৰ প্ৰমাণ পোৱা গৈছে।’ লক্ষ্যণীয় যে বিগত কিছু বছৰৰ পৰা চীন-ভাৰতৰ সম্পৰ্কত অৱনতি ঘটিছে।

আনকি শেহতীয়াভাৱে ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল উপেন্দ্র দ্বিবেদীয়েও লাডাখৰ পৰিস্থিতি স্বাভাৱিক নহয় বুলি ৰাজহুৱাকৈ প্ৰকাশ কৰে। একেদৰে অৰুণাচল প্ৰদেশৰ চীন সীমান্ততো ভাৰতীয় সেনাই অত্যাধুনিক গোলা-বাৰুদ মজুত কৰিছে। স্বাভাৱিকতে এনে অৱস্থাত চীনৰ লাডাখ সীমান্তত স্থায়ী গৃহ নিৰ্মাণ কাৰ্যই বহুতৰ মনত উদ্বেগৰ সৃষ্টি কৰিছে।

সীমান্তত চীনে এই নির্মাণ কাৰ্য যুদ্ধৰ উদ্দেশ্যেও কৰিব পাৰে বুলি আশংকা কৰি ভাৰতীয় সেনাৰ নৰ্ডাৰ্ণ কমাণ্ডৰ প্ৰাক্তন মুৰব্বী লেফটেনেন্ট জেনেৰেল ডি এছ হুদা (অৱসৰপ্ৰাপ্ত)ই সংবাদ মাধ্যমৰ আগত কয়, ‘চীনে সাধাৰণ লোকৰ চাল-চলনৰ বাবেহে এই নিৰ্মাণ কাৰ্য কৰা বুলি যুক্তি দিব পাৰে। কিন্তু এই নির্মাণ কার্য দ্বৈত কাৰ্যত ব্যৱহৃত হ’ব পাৰে। ইয়াক যুদ্ধৰ সময়ত সেনায়ো ব্যৱহাৰ কৰিব পাৰে।’

লক্ষ্যণীয়ভাবে এই নির্মাণ কার্যই চীন-ভাৰতৰ মাজত ২০০৫ত স্বাক্ষৰিত চুক্তিৰ সপ্তম অনুচ্ছেদ মতে হোৱা নাই বুলি উল্লেখ কৰি অৱসৰপ্ৰাপ্ত সেনা বিষয়াজনে লগতে কয়, ‘দুয়োখন দেশে সীমান্তৱৰ্তী অঞ্চলত বাস কৰা লোকৰ স্বাৰ্থৰক্ষা কৰাৰ চুক্তি আছে। কিন্তু ভাৰতে দাবী কৰি অহা ভূমিত চীনে এই গাঁওসমূহ (গৃহ) স্থাপন কৰিছে। অথচ অঞ্চলটোত কোনো বাসিন্দা নাই।

চীনে নতুন অঞ্চল দাবী কৰিবলৈ লৈছে আৰু আমাৰ দাবীক দুৰ্বল কৰিছে। এয়া হৈছে দীঘলীয়া কৌশল।’ একেদৰে আন এজন অৱসৰপ্ৰাপ্ত শীর্ষ সেনা বিষয়া লেফটেনেন্ট জেনেৰেল সতীশ ডুৱাই কয়, চীনে ইতিমধ্যে প্যায়াংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ পাৰক সংযোগ কৰি নিৰ্মাণ কৰা দলঙৰ জৰিয়তে দেশখনৰ সেনাবাহিনীয়ে অঞ্চলটোক ৰছদপাতি কেন্দ্ৰত পৰিণত কৰিব পাৰে। তদুপৰি এই দলং ব্যৱহাৰ কৰি চীনে প্রত্যক্ষভাৱে সামৰিক বাহিনী সালসলনি কৰিব পাৰে।S

গতিকে সীমান্তৱৰ্তী অঞ্চলটোত চলি থকা এই কুচকাৱাজ আমি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থাকিব লাগিব। কোনো ভাৰত বিৰোধী কাম-কাজৰ আগতীয়া সতর্কবাণী আমি প্ৰেৰণ কৰিব পাৰিব লাগিব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: China Digging In cLOSEEastern LadakhIndian ArmyPangong LakeSatellite Image Show
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d