Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

India-Canada Diplomatic Raw:ভাৰত-কানাডাৰ কূটনৈতিক সংকট

ক্ষতিগ্রস্ত হ'ব নেকি ছয় লক্ষ ভাৰতীয় ছাত্র-ছাত্রী ?, দুই ৰাষ্ট্ৰৰ মতানৈক্যৰ মাজত ধুমকেতুৰ ৰূপত অৱতীৰ্ণ মাৰ্কিন যুক্তৰাষ্ট্ৰ

samimsultana by samimsultana
October 17, 2024
in News, International
Reading Time: 2 mins read
0
India-Canada Diplomatic Raw:ভাৰত-কানাডাৰ কূটনৈতিক সংকট
1
SHARES
12
VIEWS
ShareShareShareShare

India-Canada Diplomatic Raw:

শেহতীয়াভাৱে ভাৰত আৰু কানাডাৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ চূড়ান্ত অৱনতি ঘটিছে। ইয়াৰ এক পৰিণামস্বৰূপে কানাডাত অধ্যয়নৰত ছয় লক্ষ ভাৰতীয় ছাত্র-ছাত্রী ক্ষতিগ্রস্ত হ’ব নেকি বুলি আশংকাৰ সৃষ্টি হৈছে। এই ছয় লক্ষ ভাৰতীয় ছাত্র-ছাত্রীয়ে কানাডাৰ বিভিন্ন শিক্ষানুষ্ঠানত উচ্চ শিক্ষা গ্রহণ কৰি আছে। লক্ষ্যণীয় যে প্রব্রজন, শৰণাৰ্থী আৰু নাগৰিকত্ব কানাডা (আইআৰচিচি) ৰ মতে, ২০১৫ৰ পৰা ২০২৪ৰ সময়ছোৱাত প্রায় ১৩ লাখ ভাৰতীয় ছাত্র-ছাত্রীয়ে কানাডাত অধ্যয়নৰ অনুমতি লাভ কৰে।

ADVERTISEMENT

২০১৫ ত ৩১,৯২০ ভাৰতীয় ছাত্র-ছাত্রীয়ে কানাডাত অধ্যয়নৰ অনুমতি পাইছিল। পৰৱৰ্তী সময়ত দেশখনত অধ্যয়ন কৰিব বিচৰা ভাৰতীয় ছাত্র- ছাত্ৰীৰ সংখ্যা বৃহৎ হাৰত বৃদ্ধি পায়। আনকি ২০২৩ত কানাডালৈ উৰা মাৰিব বিচৰা ভাৰতীয় ছাত্র-ছাত্রীৰ ২,৭৮,২৫০ জনে দেশখনত অধ্যয়নৰ অনুমতি লাভ কৰে।

RelatedPosts

PM Modi Assam Visit:অসমত প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া ভ্ৰমণসূচীৰ বিস্তৃত কাৰ্যসূচী

লক্ষ্ণৌত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ‘ৰাষ্ট্ৰ প্ৰেৰণা স্থল’

Inaugration For Swadeshi 4G Network :গুৱাহাটীত স্বদেশী বি এছ এন এল ৪জি ষ্টেক আৰু ৯৭,৫০০ ৪জি ডি বি এন টাৱাৰ উদ্বোধন

উক্ত বছৰ দেশখনত থকা মুঠ আন্তর্জাতিক ছাত্র-ছাত্রীৰ সংখ্যা ৬,৮২,০৬০ গৰাকী আছিল। এই সংখ্যা বৃদ্ধি পাই থাকে। কেরল ২০২৪ৰ বিগত মাহ কেইটাতে কানাডালৈ অধ্যয়নৰ উদ্দেশে এক লাখৰো অধিক ছাত্র-ছাত্রীয়ে উৰা মাৰে। প্ৰাপ্ত তথ্য অনুসৰি, চলিত বৰ্ষৰ আগষ্টলৈকে ১,৩৭,৪৪৫ ভাৰতীয় ছাত্র-ছাত্রীয়ে কানাডাত অধ্যয়নৰ সুযোগ লাভ কৰে।

অৱশ্যে আন্তর্জাতিক ছাত্র-ছাত্রীক নিৰুৎসাহ কৰাৰ উদ্দেশে কানাডা চৰকাৰে শেহতীয়াভাৱে কেতবোৰ প্ৰতিকূল নীতি-নিয়ম বলবৎ কৰিছে। তৎসত্ত্বেও ভাৰতৰে ধৰি বিশ্বৰ বিভিন্ন দেশৰ লাখ লাখ ছাত্র-ছাত্রী কানাডা গমন অব্যাহত আছে।

# খালিস্তানী নেতা নিৰ্জ্জৰ হত্যা তদন্তত কানাডাক সহযোগ কৰিবলৈ ভাৰতক আহ্বান মার্কিন প্রশাসনৰ

খালিস্তানী সন্ত্রাসবাদী নেতা তথা কানাডাৰ নাগৰিক হৰদীপ সিং নিজৰৰ হত্যাৰ পাছত সংঘটিত ঘটনাই ভাৰত- কানাডাৰ সম্পৰ্কৰ শোচনীয় অবনতি ঘটাইছে। কানাডাই সন্ত্রাসবাদী নেতাজনৰ হত্যাৰ স’তে একাংশ ভাৰতীয় কূটনীতিক বিষয়াক সাঙোৰাৰ ফলত দুয়োখন দেশৰ সম্পৰ্কৰ চৰম অৱনতিৰ ঘটে।

ইতিমধ্যে দুয়োখন দেশে কূটনৈতিক সম্পৰ্ক ছিন্ন কৰাৰ একপ্ৰকাৰ সিদ্ধান্ত লৈছে। এনে অৱস্থাতে নিজৰ হত্যাৰ তদন্তত কানাডাক সহযোগ কৰিবলৈ ভাৰতৰ প্ৰতি আহ্বান জনাইছে মার্কিন প্রশাসনে। উল্লেখ্য যে যোৱা বছৰৰ জুনত ভেংকৌভেৰত অজ্ঞাত লোকে নিজৰক হত্যা কৰে। সন্ত্রাসবাদী নেতাজনৰ হত্যাৰ পাছৰ পৰা ভাৰতৰ বিৰুদ্ধে খৰ্গহস্ত হৈ আহিছে কানাডা।

আনকি শেহতীয়াভাৱে দেশখনে নিজৰ হত্যাত কানাডাস্থিত ভাৰতীয় কূটনৈতিক বিষয়াবর্গ জড়িত বুলি প্রত্যক্ষভাৱে অভিযোগ উত্থাপন কৰে। সম্প্রতি মার্কিন প্রশাসনে নিজৰ হত্যাৰ তদন্তত ভাৰতক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।

ৱাশ্বিংটনত এখন সংবাদমেলত মার্কিন বৈদেশিক দপ্তৰৰ মুখপাত্র মেথিউ মিলাৰে কয় যে কানাডাই যি অভিযোগ উত্থাপন কৰিছে, তাক গুৰুত্ব সহকাৰে লোৱা উচিত। ‘কানাডাই উত্থাপন কৰা অভিযোগ অত্যন্ত গুৰুতৰ। কানাডাক ভাৰতে সহযোগ কৰাটো আমি চাবলৈ বিচাৰো। অৱশ্যে ভাৰতে সেই পথ বাছি লোৱা নাই।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: canada Pm Justin TrudeauIndia-Canada Diplomatic RawPM Modi
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d